বিজয়া দশমী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


দুৰ্গা পূজাৰ শেষৰ দিনটোক বিজয়া দশমী বোলা হয়। এই দিনা মহিলাসকলে সেন্দুৰ খেলে আৰু মা দুৰ্গাক বিসৰ্জন দিয়া হয়। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক বিজয়া দশমীৰ দিনা বিসৰ্জন দিয়া হয়।