নাগ পঞ্চমী
অৱয়ব
নাগপঞ্চমী | |
---|---|
এটি নাগ মূৰ্তি, নাগপঞ্চমীৰ দিনা পূজা কৰি থকা অৱস্থাত | |
অন্য নাম | নাগ পূজা |
পালন কৰে | হিন্দু |
প্ৰকাৰ | ধৰ্মীয় অনুষ্ঠান, ভাৰত আৰু নেপাল |
তাৰিখ | চান্দ্ৰ কেলেণ্ডাৰ অনুসৰি শাওনমাহৰ পঞ্চম দিন |
আচাৰ | সাপৰ ফটো, মূৰ্তি আদিৰ লগতে জীয়া সাপৰ পূজা কৰা হয় |
নাগপঞ্চমী হৈছে হিন্দুসকলৰ এটি ধৰ্মীয় উৎসৱ। এই দিনটোত হিন্দু লোক সকলে সাপৰ পূজা কৰে। ভাৰত, নেপাল তথা অন্যান্য অঞ্চলৰ হিন্দু লোক সকলে এই উৎসৱ পালন কৰি আহিছে।[1][2][3][4]
তথ্যসূূত্ৰ
[সম্পাদনা কৰক]- ↑ "Nag Panchami: A mix of faith and superstition". Archived from the original on 2013-08-14. https://web.archive.org/web/20130814235056/http://articles.timesofindia.indiatimes.com/2013-08-11/nagpur/41293949_1_nag-panchami-snakes-rahu-and-ketu.
- ↑ quintdaily (26 July 2017). "Nag Panchami 2017 Wishes With Images – QuintDaily". http://quintdaily.com/2017/07/nag-panjami-images-wishes-2017/.
- ↑ LLP, Adarsh Mobile Applications. "2019 Nag Pancham Puja Date and Time for New Delhi, NCT, India" (en ভাষাত). Drikpanchang. http://www.drikpanchang.com/gujarati/festivals/nag-pancham/nag-pancham-date-time.html। আহৰণ কৰা হৈছে: 2019-08-20.
- ↑ "The Wrestler’s Body". publishing.cdlib.org. https://publishing.cdlib.org/ucpressebooks/view?docId=ft6n39p104&chunk.id=ch06&toc.id=ch06&brand=ucpress। আহৰণ কৰা হৈছে: 2019-08-20.
|