সমললৈ যাওক

বিষ্ণু ৰাভা বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বিষ্ণুৰাভা বঁটাৰ পৰা পুনঃনিৰ্দেশিত)

বিষ্ণু ৰাভা বঁটা (ইংৰাজী: Bishnu Rabha award) অসমীয়া সংস্কৃতিৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত আগবঢ়োৱা এক সন্মানজনক বঁটা। অসম চৰকাৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা অসমৰ বিভিন্ন ঠাইত কেন্দ্ৰীয়ভাৱে আয়োজিত বিষ্ণু ৰাভা দিৱসত এই বঁটা অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা বিশিষ্ট অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তিসকলক প্ৰদান কৰা হয়।[1][2] এই বঁটাত নগদ ১ লাখ টকা, জাপি, গামোচা, শৰাই আৰু এখন মানপত্ৰ আগবঢ়োৱা হয়।

বিষ্ণুৰাভা বঁটা বিজয়ীসকল

[সম্পাদনা কৰক]
নং বৰ্ষ বিজয়ী বঁটা প্ৰদান অনুষ্ঠিত ঠাই
১৯৮১ ৰংবং তেৰাং অজ্ঞাত
১৯৮২ য়েছে দৰজে ঠংচি[3] অজ্ঞাত
১৯৮৩ অজ্ঞাত অজ্ঞাত
১৯৮৪ অজ্ঞাত অজ্ঞাত
১৯৮৫ হীৰেন ভট্টাচাৰ্য[4] অজ্ঞাত
১৯৮৬ আব্দুল মজিদ[5]
উমাকান্ত শৰ্মা
অজ্ঞাত
১৯৮৭ অজ্ঞাত অজ্ঞাত
১৯৮৮ অজ্ঞাত অজ্ঞাত
১৯৮৯ অজ্ঞাত অজ্ঞাত
১০ ১৯৯০ অজ্ঞাত অজ্ঞাত
১১ ১৯৯১ অজ্ঞাত অজ্ঞাত
১২ ১৯৯২ শীলভদ্ৰ (বঁটা প্ৰত্যখ্যান)[6] অজ্ঞাত
১৩ ১৯৯৩ প্ৰদীপ চলিহা
গুণদা দাস
গোৱালপাৰা
১৪ ১৯৯৪ কৃষ্ণমূৰ্তি হাজৰিকা
নিৰ্মল চক্ৰৱৰ্ত্তী
বিবেকানন্দ ভট্টাচাৰ্য
শিৱসাগৰ
১৫ ১৯৯৫ গিৰিশ চৌধুৰী
তফজ্জুল আলি
বিবেকানন্দ ভট্টাচাৰ্য
গুৱাহাটী
১৬ ১৯৯৬ শোভা ব্ৰহ্ম
আব্দুল মজিদ
বীনা দাস মান্না
গুৱাহাটী
১৭ ১৯৯৭ মুকুন্দ ভট্টাচাৰ্য,
প্ৰতিমা পাণ্ডে বৰুৱা
অনুপমা ভট্টাচাৰ্য
শিলচৰ
১৮ ১৯৯৮ মোহন লাল মুখাৰ্জী
গোপাল দাস
গুৱাহাটী
১৯ ১৯৯৯ আদ্য শৰ্মা
অজিত সিংহ
গুৱাহাটী
২০ ২০০০ কেশৱ মহন্ত,
মাখন দুৱৰা,
প্ৰণৱ বৰুৱা
গুৱাহাটী
২১ ২০০১ গকুল পাঠক
সৰ্বানন্দ মেদক
গুৱাহাটী
২২ ২০০২ মেদিনী মোহন চৌধুৰী
জ্ঞানদা কাকতি
গুৱাহাটী
২৩ ২০০৩ মোহিনী ৰাভা
হেমোৰাম নাথ
ৰমেন বৰুৱা
যোৰহাট
২৪ ২০০৪ মনোৰঞ্জন লাহাৰী
ব্ৰজ ফুকন
বৰপেটা
২৫ ২০০৫ নীলপৱন বৰুৱা নলবাৰী
২৬ ২০০৬ হেমাঙ্গিনী বৰদলৈ
বেণু মিশ্ৰ
গুৱাহাটী
২৭ ২০০৭ গৌৰী বৰ্মন
ইন্দিৰা পি পি বৰা
গুৱাহাটী
২৮ ২০০৮ ষড়ানন বৰঠাকুৰ
ত্ৰৈলোক্য দত্ত
গুৱাহাটী
২৯ ২০০৯ ননী বৰপূজাৰী[7]
দিপালী দাস ভূঞা
গুৱাহাটী
৩০ ২০১০ বীৰেন সিংহ
ৰঞ্জনা শৰ্মা বৰদলৈ
গুৱাহাটী
৩১ ২০১১ দুৰ্লভা মৰাণ
শান্তি শংকৰ দাসগুপ্ত[8]
গুৱাহাটী
৩২ ২০১২ ৰমেন ঘোষ
জয়া শইকীয়া দুৱৰা
গুৱাহাটী
৩৩ ২০১৩ গৰিমা হাজৰিকা
চালেহা আহমেদ
গুৱাহাটী
৩৪ ২০১৪ নলিনীকান্ত বৰুৱা
হেলা দাস
আইমনি গগৈ
গুৱাহাটী
৩৫ ২০১৫ ৰবিৰাম ব্ৰহ্ম
কৃষ্ণা দাস নাথ
গুৱাহাটী
৩৬ ২০১৬ বিপুল দাস
গিৰিশ চন্দ্ৰ বৰা
গুৱাহাটী
৩৭ ২০১৭ পুলক গগৈ
শৈলেন শইকীয়া
বৰপেটা[9]
৩৮ ২০১৮ জনক ঝংকাৰ নাৰ্জাৰী
গুণেশ্বৰ ভূঞা
সোণাপুৰ[10]
৩৯ ২০১৯ ৰেৱকান্ত মহন্ত
কুমাৰী লাইতোনজম ইবেমপিশক দেৱী
ৰংজুলি তহচিল‌ ময়দান, গোৱালপাৰা[11]
৪০ ২০২০ কন্দৰ্প নাথ শৰ্মা, ঝৰ্ণা শইকীয়া শ্ৰীশ্ৰী আউনীআটী শাখাসত্ৰ প্ৰেক্ষাগৃহ, ডিব্ৰুগড়[12]
৪১ ২০২১ সোণাৰাম নাথ, দ্ৰোণ ভূঞা ক'ৰণাৰ বাবে ৰাজহুৱা অনুষ্ঠান স্থগিত[13]
৪২ ২০২২ শাৰদী শইকীয়া, চন্দ্ৰকমল গগৈ চৌকিডিঙ্গী খেলপথাৰ, ডিব্ৰুগড়[14]
৪৩ ২০২৩ অজিত শীল, গোপালকৃষ্ণ গোস্বামী ঝগৰাৰপাৰ ষ্টেডিয়াম, ধুবুৰী[15]
৪৪ ২০২৪ ধৰ্মেশ্বৰ নাথ, দুৰ্লভ ভট্টাচাৰ্য দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহ, তেজপুৰ[16]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Awards | Assam Portal". Assam.org. http://www.assam.org/pages/awards আহৰণ কৰা হৈছে: 2013-03-12.
  2. "অসমৰ খ্যাতিমান ব্যক্তিসকলৰ পবিত্ৰ স্মৃতিত দিয়া পুৰস্কাৰসমূহ". অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ. Archived from the original on 2020-12-05. https://web.archive.org/web/20201205220549/https://culturalaffairs.assam.gov.in/as/frontimpotentdata/%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9 আহৰণ কৰা হৈছে: ২৩ জানুৱাৰী ২০১৯.
  3. "Welcome to Muse India". Museindia.com. http://www.museindia.com/authorprofile.asp?myr=2010&issid=31&id=1169 আহৰণ কৰা হৈছে: 2013-03-12.[সংযোগবিহীন উৎস]
  4. Bipuljyoti Saikia (2001-03-17). "Bipuljyoti Saikia's Homepage : Authors & Poets - Hiren Bhattacharjya". Oocities.org. http://www.oocities.org/bipuljyoti/authors/hirenb.html আহৰণ কৰা হৈছে: 2013-03-12.
  5. "Welcome to". Rupaliparda.com. http://www.rupaliparda.com/english/who%27s-who/abdul-mazid.htm আহৰণ কৰা হৈছে: 2013-03-12.
  6. Bipuljyoti Saikia. "Bipuljyoti Saikia's Homepage : Authors & Poets - Sheelabhadra". Bipuljyoti.in. Archived from the original on 2013-07-26. https://web.archive.org/web/20130726131646/http://bipuljyoti.in/authors/sheelabhadra.html আহৰণ কৰা হৈছে: 2013-03-12.
  7. "Noni Borpuzari | www.artexdirect.com:Art Gallery". www.artexdirect.com. 1995-08-15. Archived from the original on 2016-03-05. https://web.archive.org/web/20160305052652/http://www.artexdirect.com/users/noni-borpuzari-0 আহৰণ কৰা হৈছে: 2013-03-12.
  8. TI Trade (2011-06-21). "The Assam Tribune Online". Assamtribune.com. http://www.assamtribune.com/scripts/detailsnew.asp?id=jun2111/at05 আহৰণ কৰা হৈছে: 2013-03-12.[সংযোগবিহীন উৎস]
  9. "CM Sonowal presents Bishnu Rabha Award to Pulak Gogoi, Sailen Saikia". The News Mill. 2017-06-20. https://thenewsmill.com/cm-sonowal-presents-bishnu-rabha-award-pulak-gogoi-sailen-saikia/ আহৰণ কৰা হৈছে: 2019-02-06.
  10. "Bishnu Rabha award for duo". Telegraph India. https://www.telegraphindia.com/states/north-east/bishnu-rabha-award-for-duo/cid/1452534 আহৰণ কৰা হৈছে: 2019-02-06.
  11. "২০১৯ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা ঘোষণা". অসমীয়া প্ৰতিদিন. Archived from the original on 2020-03-29. https://web.archive.org/web/20200329005808/https://www.asomiyapratidin.in/2019-bishnu-rabha-award/ আহৰণ কৰা হৈছে: ২৯ মাৰ্চ ২০২০.
  12. "কন্দৰ্প নাথ শৰ্মা, ঝৰ্ণা শইকীয়াক বিষ্ণু ৰাভা বঁটা প্ৰদান". জনমভূমি. Archived from the original on 22 April 2021. https://web.archive.org/web/20210422020501/https://janambhumi.in/VGxSRk1VMVVZejA9/%E0%A6%95%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%B0%E0%A7%8D%E0%A6%AA-%E0%A6%A8%E0%A6%BE%E0%A6%A5-%E0%A6%B6%E0%A6%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE,-%E0%A6%9D%E0%A6%B0%E0%A7%8D%E0%A6%A3%E0%A6%BE-%E0%A6%B6%E0%A6%87%E0%A6%95%E0%A7%80%E0%A7%9F%E0%A6%BE%E0%A6%95-%E0%A6%AC%E0%A6%BF%E0%A6%B7%E0%A7%8D%E0%A6%A3%E0%A7%81-%E0%A7%B0%E0%A6%BE%E0%A6%AD%E0%A6%BE-%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A6%E0%A6%BE%E0%A6%A8.html আহৰণ কৰা হৈছে: 25 February 2021.
  13. . https://epaper.asomiyapratidin.in/edition/1057/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BF%E0%A6%A6%E0%A6%BF%E0%A6%A8.html.
  14. . https://epaper.asomiyapratidin.in/edition/1413/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BF%E0%A6%A6%E0%A6%BF%E0%A6%A8/page/13.html.[সংযোগবিহীন উৎস]
  15. . https://epaper.asomiyapratidin.in/edition/1771/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BF%E0%A6%A6%E0%A6%BF%E0%A6%A8/page/15.html.
  16. . https://epaper.asomiyapratidin.in/edition/2130/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A4%E0%A6%BF%E0%A6%A6%E0%A6%BF%E0%A6%A8/page/18.html.