আফ্ৰিকা
(Africaৰ পৰা পুনঃনিৰ্দেশিত)
![]() | |
মাটিকালি | 30,221,532 km2 (11,668,599 sq mi) |
---|---|
জনসংখ্যা | 1,022,234,000[1] (2010, 2nd) |
জনঘনত্ব | 30.51/km2 (about 80/sq mi) |
বাসিন্দা | আফ্ৰিকান |
দেশসমূহ | 56 তালিকা |
অধীনস্থ অঞ্চলসমূহ | তালিকা |
ভাষাসমূহ | তালিকা |
সময় অঞ্চলসমূহ | UTC-1 ৰ পৰা UTC+4 লৈ |
আফ্ৰিকা (ইংৰাজী: Africa) মাটিকালি আৰু জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ (এছিয়াৰ পাছতেই)। পাৰ্শ্ববৰ্তী দ্বীপসমূহক লগ লগাই মহাদেশখন মাটিকালি ৩০,২২১,৫৩২ বৰ্গ কিলোমিটাৰ (১১,৬৬৮,৫৯৮ বৰ্গমাইল)। এইখন বিশ্বৰ মুঠ ভূপৃষ্ঠতলৰ ৬% আৰু মুঠ স্থলপৃষ্ঠৰ ২০.৪% জুৰি অৱস্থিত।[2] এই মহাদেশৰ ৬১খন ৰাষ্ট্ৰ অথবা সমমানৰ প্ৰশাসনিক অঞ্চলত ১০০ কোটিৰো অধিক মানুহ, অৰ্থাৎ বিশ্বৰ জনসংখ্যাৰ ১৪% লোকে বসবাস কৰে। আফ্ৰিকাৰ প্ৰায় মধ্যভাগৰ মাজেদিয়ে বিষুবৰেখা পাৰ হৈ গৈছে। ইয়াৰ বেছি ভাগ অংশই ক্ৰান্তীয় অঞ্চল অৱস্থিত। মহাদেশখনৰ উত্তৰত ভূমধ্যসাগৰ, উত্তৰ-পূৰ্বে ছুয়েজ খাল আৰু লোহিত সাগৰ, পূৰ্বে ভাৰত মহাসাগৰ, আৰু পশ্চিমে আটলাণ্টিক মহাসাগৰ অৱস্থিত। উত্তৰ-পূৰ্ব কোনাত আফ্ৰিকা চিনাই উপদ্বীপৰ মাধ্যমৰে এছিয়া মহাদেশৰ সৈতে সংযুক্ত।

দেশ আৰু অঞ্চলসমূহ[সম্পাদনা কৰক]
আলজেৰিয়া
কেনেৰী দ্বীপপুঞ্জ
চেউটা
ইজিপ্ত
লিবিয়া
মাদিৰা
মেলিয়া
মৰক্কো
তুনিছিয়া
পশ্চিম চাহাৰা
বুৰুণ্ডী
কম'ৰছ
দীজিবৌটি
এৰিট্ৰিয়া
ইথিঅ'পিয়া
ফৰাছী দক্ষিণ আৰু এণ্টাৰ্কাটিক ভূমি
কেনিয়া
মাদাগাস্কাৰ
মালাৱী
মৰিছাছ
ময়ত্তে
মজাম্বিক
ৰেউনিয়ন
ৰুৱাণ্ডা
ছেচেল্লেচ
ছোমালিয়া
ছোমালিলেণ্ড
দক্ষিণ ছুডান
ছুদান
তাঞ্জানিয়া
উগাণ্ডা
জাম্বিয়া
জিম্বাৱৱে
আংগলা
কেমেৰুন
চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক
চাদ
কংগো
কংগো গণৰাজ্য
বিষুৱীয় গিনি
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "World Population Prospects: The 2010 Revision" United Nations (Department of Economic and Social Affairs, population division)
- ↑ Sayre, April Pulley. (1999) Africa, Twenty-First Century Books. ISBN 0-7613-1367-2.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত আফ্ৰিকা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- সাধাৰণ তথ্য
- আফ্ৰিকা বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
- African & Middle Eastern Reading Room from the United States Library of Congress
- Africa South of the Sahara from Stanford University
- The Index on Africa from The Norwegian Council for Africa
- ইতিহাস
- নিউজ মিডিয়া
- allAfrica.com current news, events and statistics
- Focus on Africa magazine from BBC World Service
- পৰিভ্ৰমণ
আফ্ৰিকা ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা