সমললৈ যাওক

ধুবুৰী (লোকসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Dhubri Lok Sabha constituencyৰ পৰা পুনঃনিৰ্দেশিত)
ধুবুৰী
AS-2
লোকসভা সমষ্টি
Map
Interactive Map Outlining Dhubri Lok Sabha constituency
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
সমষ্টি নংমানকাচৰ
বীৰসিং জৰুৱা
ধুবুৰী
গৌৰীপুৰ
গোলকগঞ্জ
বিলাসীপাৰা
সৃজনগ্ৰাম
গোৱালপাৰা পূব
জলেশ্বৰ
মান্দিয়া
চেঙা
প্ৰতিস্থা১৯৬৭
মুঠ ভোটাৰ২৬,৬০,৮২৭[1]
সংৰক্ষণনাই
লোক সভাৰ সদস্য
অষ্টাদশ লোক সভা
পদাধিকাৰী
দলভাৰতীয় জাতীয় কংগ্ৰেছ
নিৰ্বাচিত বছৰ২০২৪

ধুবুৰী লোকসভা সমষ্টি (ইংৰাজী: Dhubri Lok Sabha constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা অন্যতম লোকসভা সমষ্টি৷ এই সমষ্টিটো নামনি অসমৰ ১১টা বিধানসভা খণ্ডৰে গঠিত,[2] দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰু ধুবুৰী জিলাৰ সকলো অংশ; গোৱালপাৰা জিলাৰ কিছু অংশ, বঙাইগাঁও জিলাৰ কিছু অংশ আৰু বৰপেটা জিলাৰ কিছু অংশ সামৰি লৈছে৷ আনুমানিক জনসংখ্যা ৫০ লাখ বাসিন্দাৰ সৈতে ধুবুৰী লোকসভা সমষ্টিত ২৬ লাখ পঞ্জীয়নভুক্ত ভোটাৰ আছে। ধুবুৰী লোকসভা সমষ্টি সমগ্ৰ ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ ভিতৰতে সৰ্বাধিক জনবসতিপূৰ্ণ সমষ্টি।[3]

বিধান সভাৰ সমষ্টিসমূহ

[সম্পাদনা কৰক]

ধুবুৰী লোকসভা সমষ্টিত তলত উল্লিখিত বিধান সভা সমষ্টিসমূহ আছে[4]:

লোক সভাৰ সদস্য

[সম্পাদনা কৰক]
ক্ৰম বৰ্ষ প্ৰাৰ্থী দল
১৯৫১ আমজাদ আলি প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী
১৯৫৭ আমজাদ আলি প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী
১৯৬২ গিয়াছুদ্দিন আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭ জাহানুদ্দিন আহমেদ প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী
১৯৭১ মইনুল চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৭ আহমেদ হুচেইন ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৪ আব্দুল হামিদ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১ নুৰুল ইছলাম ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬ নুৰুল ইছলাম ভাৰতীয় জাতীয় কংগ্ৰেছ
১০ ১৯৯৮ আব্দুল হামিদ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১ ১৯৯৯ আব্দুল হামিদ ভাৰতীয় জাতীয় কংগ্ৰেছ
১২ ২০০৪ আনোৱাৰ হুচেইন ভাৰতীয় জাতীয় কংগ্ৰেছ
১৩ ২০০৯ বদৰুদ্দিন আজমল এ আই ইউ ডি এফ
১৪ ২০১৪ বদৰুদ্দিন আজমল এ আই ইউ ডি এফ
১৫ ২০১৯ বদৰুদ্দিন আজমল এ আই ইউ ডি এফ
১৬ ২০২৪ ৰকিবুল হুছেইন ভাৰতীয় জাতীয় কংগ্ৰেছ [5]

নিৰ্বাচনৰ ফলাফল

[সম্পাদনা কৰক]

সাধাৰণ নিৰ্বাচন ২০২৪

[সম্পাদনা কৰক]
২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচন: ধুবুৰী[6]
আইএনচি ৰকিবুল হুছেইন ১৪৭১৮৮৫ ৫৯.৯৯ বৃদ্ধি৩০.৭৬
AIUDF বদৰুদ্দিন আজমল ৪৫৯,৪০৯ ১৮.৭২ decrease২৩.৯৪
AGP জাবেদ ইছলাম ৪৩৮,৫৯৪ ১৭.৮৮ decrease৫.৮৪
ন’টা ওপৰৰ এজনো নহয় ১৫,০১৫ ০.৬১ বৃদ্ধি0.08
সংখ্যাগৰিষ্ট ১,০১২,৪৭৬ ৪১.২৬ বৃদ্ধি২৭.৮৩
মুঠ ভোটদান ২,৪৫৩,৬০৮ ৯২.২১ বৃদ্ধি১.৫৫
AIUDFৰ ওপৰত আইএনচিবিজয় সাব্যস্ত ছুইং

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]