যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
image added
No edit summary
57 নং শাৰী: 57 নং শাৰী:
|yearbook =
|yearbook =
|year =
|year =
|affiliations =[[:en:Board of Secondary Education, Assam|SEBA]] আৰু [[:en:AHSEC|AHSEC]]
|affiliations =[[অসম মাধ্যমিক শিক্ষা পৰিষদ|SEBA]] আৰু [[:en:AHSEC|AHSEC]]
|alumni =
|alumni =
|information =
|information =
65 নং শাৰী: 65 নং শাৰী:
}}
}}


'''যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়''' ({{lang-en|Jorhat Govt. Boys’ Higher Secondary and Multi-Purpose School}}) যোৰহাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৩ চনত বৃটিচ চৰকাৰে স্থাপনা কৰিছিল।<ref name="infoline">{{cite web | url=http://www.educationinfoline.com/School/Details/484/jorhat-govt-boys-h-s-and-m-p-school | title=Jorhat Govt. Boys H.S and M.P. School | accessdate=December 24, 2012}}</ref> ই যোৰহাটৰ ''সোণাৰু পথ''ত মুখ্য ডাকঘৰৰ ওচৰতে অৱস্থিত। এই বিদ্যালয়ত প্ৰায় ৫৬ জন শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ১৬০০ জন ছাত্ৰ আছে। শিক্ষাৰ মাধ্যম হৈছে[[Assamese language|অসমীয়া]]। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদ ([[:en:Board of Secondary Education, Assam|SEBA]])ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।<ref name="infoline" /> আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত Higher Secondary School Leaving Certificate পৰীক্ষাত অৱতীৰ্ণ হয়।<ref name="infoline" />
'''যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়''' ({{lang-en|Jorhat Govt. Boys’ Higher Secondary and Multi-Purpose School}}) যোৰহাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৩ চনত বৃটিচ চৰকাৰে স্থাপনা কৰিছিল।<ref name="infoline">{{cite web | url=http://www.educationinfoline.com/School/Details/484/jorhat-govt-boys-h-s-and-m-p-school | title=Jorhat Govt. Boys H.S and M.P. School | accessdate=December 24, 2012}}</ref> ই যোৰহাটৰ ''সোণাৰু পথ''ত মুখ্য ডাকঘৰৰ ওচৰতে অৱস্থিত। এই বিদ্যালয়ত প্ৰায় ৫৬ জন শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ১৬০০ জন ছাত্ৰ আছে। শিক্ষাৰ মাধ্যম হৈছে[[Assamese language|অসমীয়া]]। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল [[অসম মাধ্যমিক শিক্ষা পৰিষদ]] (SEBA)ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।<ref name="infoline" /> আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত Higher Secondary School Leaving Certificate পৰীক্ষাত অৱতীৰ্ণ হয়।<ref name="infoline" />


==প্ৰতিষ্ঠা==
==প্ৰতিষ্ঠা==

10:23, 17 September 2015ৰ সংস্কৰণ

যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়
সৰগ জেউতি হওক সাৰথি আমাৰ
Let the divine light lead us
অৱস্থান
যোৰহাট, অসম  ভাৰত, ৭৮৫০০১,
প্ৰাথমিক তথ্যসমূহ
স্কু্লৰ প্ৰকাৰ ৰাজহুৱা
প্ৰতিষ্ঠাকাল ১৮৮৩ চন
বিদ্যালয়ৰ বিভাগ যোৰহাট জিলা
মাধ্যম অসমীয়া
ভাষা অসমীয়া
কেম্পাছ Urban
অন্তৰ্ভূক্তিসমূহ SEBA আৰু AHSEC

যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় (ইংৰাজী: Jorhat Govt. Boys’ Higher Secondary and Multi-Purpose School) যোৰহাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৩ চনত বৃটিচ চৰকাৰে স্থাপনা কৰিছিল।[1] ই যোৰহাটৰ সোণাৰু পথত মুখ্য ডাকঘৰৰ ওচৰতে অৱস্থিত। এই বিদ্যালয়ত প্ৰায় ৫৬ জন শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ১৬০০ জন ছাত্ৰ আছে। শিক্ষাৰ মাধ্যম হৈছেঅসমীয়া। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।[1] আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত Higher Secondary School Leaving Certificate পৰীক্ষাত অৱতীৰ্ণ হয়।[1]

প্ৰতিষ্ঠা

১৮৬৭ চনত জৰ্জ ৱিলিয়ামছন, নামৰ এজন উচ্চ ব্ৰিটিছ প্ৰশাসনিক বিষয়াই যোৰহাট আৰু গোলাঘাট জিলাত শিক্ষা প্ৰসাৰৰ বাবে এক লাখ টকা সাহাৰ্য আগবঢ়ায়। এই পুঁজিৰ সহায়তেই ১৮৭৬ চনত আঠজন ছাত্ৰৰ সৈতে ৱিলিয়মছন আৰ্টিজান স্কুল (Williamson Artizan School) প্ৰতিষ্ঠা কৰা হয়। চৰকাৰী নিৰ্দেশমতে ক’হিমাত এখন বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। কিন্তু ছাত্ৰৰ অভাৱত বিদ্যালয়খন বন্ধ ৰখা হয়। পাছত যোৰহাটত এখন বিদ্যালয়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। ১৮৮৩ চনত ক’হিমাৰ বিদ্যালয়খন যোৰহাটলৈ স্থানান্তৰ কৰা হয় আৰু ইয়াক ৱিলিয়ামছন স্কুলৰ লগত একেলগ কৰা হ’ল। বৰ্তমান এই বিদ্যালয়খন যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় নামেৰে জনাজাত।

যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ এক দৃশ্য
যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ এক দৃশ্য

কৃতিত্ব

  • ১৯২৫ চনৰ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ মেট্ৰিকুলেশ্যন পৰীক্ষাৰ ফলাফলত নিখিল বন্ধু মিত্ৰই প্ৰথম স্থান দখল কৰিছিল।[2]

বিদ্যালয়ৰ লগত জড়িত উল্লেখযোগ্য ব্যক্তি

অসম সাহিত্য সভাৰ সভাপতি

অসম সাহিত্য সভাৰ পদ অলংকৃত কৰা বাৰজন ব্যক্তি যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰে। ইয়াৰে তিনিজন এই বিদ্যালয়ৰ শিক্ষক আছিল আৰু আন নজন এই বিদ্যালয়ৰ ছাত্ৰ আছিল।[2]

ৰাজনৈতিক নেতা

  • বিপিন পাল দাস, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী
  • ৰাজেন বৰুৱা, প্ৰাক্তন সাংসদ
  • নবীন চন্দ্ৰ বুঢ়াগোঁহাই, প্ৰাক্তন সাংসদ
  • অজিত কুমাৰ শৰ্মা, সাংসদ
  • বিজয় কৃষ্ণ সন্দিকৈ, প্ৰাক্তন মন্ত্ৰী
  • হিতেন্দ্ৰনাথ গোস্বামী, প্ৰাক্তন মন্ত্ৰী
  • তৰুণ গগৈ, অসমৰ মুখ্যমন্ত্ৰী[2]

শিল্পী

খেলুৱৈ

ফণী দত্ত, খাকান আহমেদ, মৃগেন ভৰালী, মাচুদ ৰচিদ, নন্দন বেজবৰুৱা, দিলোৱাৰ জামান, মহিবুৰ ৰহমান, দিলীপ শৰ্মা, অমল বৰপূজাৰী, হেৰল্ড চাঙমা, বিচিত্ৰ গগৈ, গণেশ বৰা, পৰাগ ভট্টাচাৰ্য আদি কৰি বহুতো ক্ৰিকেট, ফুটবল, ভলীবল, এথেলেটিকছ খেলুৱৈ এই বিদ্যালয়ৰ ছাত্ৰ আছিল।[2]

অন্যান্য প্ৰসিদ্ধ ব্যক্তিসকল

লগতে চাওক

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 "Jorhat Govt. Boys H.S and M.P. School". http://www.educationinfoline.com/School/Details/484/jorhat-govt-boys-h-s-and-m-p-school। আহৰণ কৰা হৈছে: December 24, 2012. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 হেমন্ত কলিতা (২৩ ডিচেম্বৰ). "সোঁৱৰণত যোৰহাট গভট". দৈনিক জনমভূমি. পৃষ্ঠা ৬ পৃষ্ঠা.