ছত্তীছগঢ়
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
(ছত্তীসগঢ় ৰ পৰা পুনঃনিৰ্দেশিত)
| Chhattisgarh | |
| — state — | |
|
|
|
| স্থানাঙ্ক | |
| দেশ | |
| জিলাৰ সংখ্যা | 18 |
| Established | 2000-11-01 |
| ৰাজধানী | ৰায়পুৰ |
| মহানগৰ | [[]] |
| Governor | Ekkadu Srinivasan Lakshmi Narasimhan |
| Chief Minister | Raman Singh |
| বিধানসভা (আসন) | Unicameral (90) |
| জনসংখ্যা • ঘনত্ব |
2,07,95,956 (17th) • 108 /km2 (280 /sq mi) |
| চৰকাৰী ভাষা | Chhattisgarhi, Hindi,Telugu |
|---|---|
| সময়াঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০) |
| মাটিকালি | >135194 km2 (52199 sq mi) |
| ISO 3166-2 | IN-CT |
| ৱেবছাইট | www.chhattisgarh.nic.in |
| Chhattisgarhৰ মোহৰ | |
ছত্তীসগঢ় (হিন্দী: छत्तीसगढ़) মধ্য ভাৰতৰ এখন ৰাজ্য। ২০০১ চনৰ ১ নৱেম্বৰত মধ্যপ্ৰদেশৰ দক্ষিণ-পশ্চিমাঞ্চলৰ ষোল্লখন জিলাক লৈ এই ৰাজ্য গঠন কৰা হয়। ৰায়পুৰ এই ৰাজ্যৰ ৰাজধানী। ৫২,১৯৯ বৰ্গমাইল (১৩৫,১৯৪ বৰ্গকিলোমিটাৰ) আয়তনেৰে ছত্তিসগঢ় ভাৰতৰ দশম বৃহত্তম ৰাজ্য ।
ছত্তীসগড় ৰাজ্যৰ উত্তৰ-পশ্চিমে মধ্যপ্ৰদেশ, পশ্চিমে মহাৰাষ্ট্ৰ, দক্ষিণে অন্ধ্ৰ প্ৰদেশ, পূবে ওড়িছা, উত্তৰ-পূবে ঝাড়খণ্ড আৰু উত্তৰে উত্তৰপ্ৰদেশ ৰাজ্য অৱস্থিত।
পূৰ্বীয় হিন্দী ভাষাৰ এক উপভাষা "ছত্তীসগঢ়ি" ভাষা ইয়াৰ প্ৰধান ভাষা আৰু হিন্দীৰ লগতে ৰাজ্যৰ চৰকাৰী ভাষাৰূপে স্বীকৃত।
| ক্ৰম | কোড | জিলা | চহৰ | জন সংখ্য (2001) | মাটি কালি (কি. মি.&²) | population density (কি. মি.²) |
|---|---|---|---|---|---|---|
| 1 | BA | বস্তৰ | জগদল পূৰ | 1302253 | 14968 | 87 |
| 2 | BI | বিলাস পূৰ | বিলাস পূৰ | 1993042 | 8270 | 241 |
| 3 | DA | দন্তেবাডা | দন্তেবাডা | 719065 | 17538 | 41 |
| 4 | DH | ধম্তাৰি | ধম্তাৰি | 703569 | 3383 | 208 |
| 5 | DU | দুৰ্গ | দুৰ্গ | 2801757 | 8542 | 328 |
| 6 | JA | জশ পূৰ | জশ পূৰ | 739780 | 5825 | 127 |
| 7 | JC | জন্জগিৰ - চম্পা | জন্জগিৰ | 1316140 | 3848 | 342 |
| 8 | KB | কোৰ্বা | কোৰ্বা | 1012121 | 6615 | 153 |
| 9 | KJ | কোৰিয়া | কোৰিয়া | 585455 | 6578 | 89 |
| 10 | KK | কন্কৈৰ | কন্কৈৰ | 651333 | 6513 | 100 |
| 11 | KW | কবৰ্থা | কবৰ্থা | 584667 | 4237 | 138 |
| 12 | MA | মহাসমুন্দ | মহাসমুন্দ | 860176 | 4779 | 180 |
| 13 | RG | ৰায়গঢ | ৰায়গঢ | 1265084 | 7068 | 179 |
| 14 | RN | ৰাজনন্দগও | ৰাজনন্দগও | 1281811 | 8062 | 159 |
| 15 | RP | ৰায় পূৰ | ৰায় পূৰ | 3009042 | 13083 | 230 |
| 16 | SU | সুৰ্গুজা | অন্বিকা পূৰ | 1970661 | 15765 | 125 |