প্ৰথম পৃষ্ঠা

From Wikipedia

Jump to: navigation, search

ৱিকিপিডিয়ালৈ আদৰণি!

এইখন যিকোনো পাঠকে  লিখিব পৰা এখন গণবিশ্বকোষ
অসমীয়া গণবিশ্বকোষত বৰ্ত্তমান ১৮০টা অসমীয়া প্ৰবন্ধ আছে
ড় ঢ় য়
০-৯ সম্পূৰ্ণ তালিকা অনিৰৃ্দিষ্ট
আদৰণি

অসমীয়া ৱিকিপিডিয়াৰ উদ্দেশ্য হ'ল সম্পূৰ্ণ অসমীয়া ভাষাত এখনি বিশ্বকোষ প্ৰণয়ন কৰা। অন্য কোনো ভাষাৰ প্ৰবন্ধ এই বিশ্বকোষৰ বাবে গ্ৰহন কৰা নহ'ব। বিশ্বকোষৰ অৱদানকাৰীসকললৈ সাদৰেৰে অনুৰোধ জনোৱা হ'ল যাতে তেখেতসকলে অসমীয়া ভাষাৰ প্ৰচলিত বানান পদ্ধতি মানি চলে। বিদেশী শব্দৰ অসমীয়া প্ৰতিৰূপৰ ক্ষেত্ৰত যিহেতু অসমীয়া সাহিত্যিকসকল এতিয়াও ঐক্যমতত উপনীত হ'ব পৰা নাই, ৱিকিপিডিয়াত বিদেশী শব্দৰ যিকোনো ধৰনৰ অসমীয়া ৰূপ গ্ৰাহ্য কৰা হ'ব।



অসমীয়া গণবিশ্বকোষ

অসমীয়া গণবিশ্বকোষ (যাৰ মুখ্য পৃষ্ঠাটো বৰ্তমান আপুনি পঢ়ি আছে) হৈছে এখন অসমীয়া বিশ্বকোষ প্ৰস্তুত কৰাৰ এক অভূতপূৰ্ব তথা অভিনৱ প্ৰয়াস, যাক যিকোনো পাঠকে পৃথিৱীৰ যিকোনো ঠাইৰ পৰা ইন্টাৰনেটৰ জৰিয়তে বিনামূল্যে ব্যৱহাৰ কৰিব পাৰিব। এই প্ৰকল্প আচলতে "ৱিকিপেডিয়া" নামৰ এক বৃহত্তৰ প্ৰকল্পৰ অংশ| পৃথিবীৰ বিভিন্ন ভাষাত সকলোৱে বিনামূল্যে ব্যৱহাৰ তথা সম্পাদনা কৰিব পৰা বিশ্বকোষ প্ৰস্তুত কৰাৰ উদ্দেশ্যেৰে ৱিকিপিডিয়া নামৰ ইন্টাৰনেট-পৃষ্ঠাত ২০০১ চনত আৰম্ভ কৰা মুখ্য প্ৰকল্পৰ অধীনত বৰ্ত্তমান প্ৰায় শতাধিক ভাষাৰ যোগদানেৰে সম্বৃদ্ধ হোৱা এইলানি গণবিশ্বকোষে আজি প্ৰায় পাঁচলাখতকৈও অধিক প্ৰবন্ধৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পাঠকক ইন্টাৰনেটৰ জৰিয়তে বিশ্বকোষ সেৱা আগবঢ়াইছে।

অসমীয়া গণবিশ্বকোষৰ আঁৰৰ কথা

গণবিশ্বকোষৰ সফলতাৰ নেপথ্যৰ আটাইতকৈ শক্তিশালী ধাৰণাটো হৈছে সহযোগিতামূলক সংকলন, যি মানৱ জাতিৰ সাফল্যৰ মূল চাবিকাঠি পাৰস্পৰিক সহযোগিতাক আৰু এখোপ ওপৰলৈ উঠাই নিছে| এই গণবিশ্বকোষবিলাকৰ বিভিন্ন নিবন্ধৰ লেখকসকল সম্পূৰ্ণ অপেচাদাৰী ইন্টাৰনেট ব্যৱহাৰকৰোঁতা। এই লেখকসকলে নিজৰ নিজৰ ৰাপ বা পাৰদৰ্শীতা থকা বিষয় সম্পৰ্কে বিভিন্ন নিবন্ধ লিখি আন পাঠকক উপকৃত কৰে আৰু নিজেও উপকৃত হয়।

ইয়াত লিখিবৰ কাৰণে কম্পিউটাৰত বিশেষ পাৰদৰ্শিতাৰ বা জ্ঞানৰ প্ৰয়োজন নাই। কম্পিউটাৰত অসমীয়া আখৰ লেখা বুলিলে বৰ টান কাম যেন ভবা যায়| বিশেষকৈ অসমীয়া "কী বৰ্ড"-অৰ প্ৰয়োযন হব আৰু ব্যৱহাৰ কৰিবলৈ নতুনকৈ শিকিব লাগিব বুলি| আমি প্ৰায় সকলোৱেই ইংৰাজী "কী বৰ্ড" ব্যৱহাৰ কৰো আৰু সেয়ে এনেদৰে ভৱাটো স্বাভাৱিক| কিন্ত প্ৰকৃততে তেনে নহয়| ইয়াৰ কাৰণে অসমীয়া কীবৰ্ড সিকাৰো কোনো প্ৰয়োজন নাই, থকাখনেৰেই (ইংৰাজী) হব, কাৰণ ইয়াক "ধ্ৱনি লেখন" (phonetic typing) ব্যৱহাৰ কৰা হয - যেনে "অসমীয়া" বুলি লিখোতে ইংৰাজী "কীবৰ্ড"-অত "অ"=Ctrl+Alt+a, "স"=x, "মী"=mI "য়া"=ya লিখিলেই হ'ল| অধিক জানিবলৈ তলত দিয়া প্ৰবন্ধখিনি পঢ়কঃ

বিশ্বকোষ

অসম

অসমঅসমৰ জিলাঅসমৰ ভাষা আৰু লিপিলোক-সংস্কৃতিজনগোষ্ঠীঅসম বুৰঞ্জীঅসমৰ সুপ্রসিদ্ধ মনুহ

ভাৰত

ৰাজ্যভাষানদীসংস্কৃতিউত্সৱবুৰঞ্জীসুপ্রসিদ্ধ মনুহ

কলা

মানৱ বিজ্ঞানঅর্থনীতিভূগোলবুৰঞ্জীভাষা বিজ্ঞানদর্শন শাস্ত্রৰাজনীতি বিজ্ঞান


সাহিত্য আৰু সংস্কৃতি

সাহিত্যসংগীতধর্মজীৱনী


দেশ-বিদেশ

মহাদেশৰাষ্ট্ৰসমুহপৰ্য্যটননগৰ-মহানগৰ


মনোৰঞ্জন

Image:Crystal 128 ktalkd.png বোলছবিপাকঘৰইন্টাৰনেটখেল


বিজ্ঞান

উদ্ভিদজগতপ্ৰাণীজগতজ্যোতির্বিজ্ঞানপৰিবেশ বিজ্ঞানপদার্থ বিজ্ঞানৰসায়ন বিজ্ঞানগণিতকম্পিউটাৰ বিজ্ঞানপূৰাতত্বনৃতত্ব


ভগ্নী প্ৰকল্পসমুহ
ৱিকিভিধান
অভিধান আৰু সমাৰ্থক শব্দকোষ
ৱিকিগ্রন্থ
মুকলি কিতাপ আৰু মেনুৱেল
ৱিকিউদ্ধৃতি
উদ্ধৃতি সংকলন
ৱিকি-উত্স
মুকলি দস্তাবেজ
ৱিকিপ্রজাতি
জীৱ-প্রজাতিৰ তথ্যসম্ভাৰ
ৱিকিবাতৰি
মুকলি খবৰ-বাতৰি
সমুহীয়া
সমুহীয়া মাধ্যম
মেটা-ৱিকি
ৱিকিমাধ্যম প্রকল্প ব্যৱস্থাপনা
ru-sib:



Personal tools