সমললৈ যাওক

সুহাস ললিনাকেৰী য়াথিৰাজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
1 নং শাৰী: 1 নং শাৰী:
'''সুহাস ললিনাকেৰী য়াথিৰাজ''' ({{Lang-en|Suhas Lalinakere Yathiraj}}; জন্ম: ২ জুলাই ১৯৮৩) হৈছে এগৰাকী ভাৰতীয় প্ৰসাশনিক বিষয়া তথা পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।<ref name="indianexpress">{{Cite web |date=2021-09-04 |title=History beckons IAS officer Suhas Yathiraj at Tokyo Paralympics |url=https://indianexpress.com/article/sports/sport-others/history-beckons-ias-officer-suhas-yathiraj-at-tokyo-paralympics-7488758/ |accessdate=2021-09-04 |website=The Indian Express |language=en}}</ref> সুহাসে [[ভাৰতীয় প্ৰশাসনিক সেৱা]]ত যোগদান কৰি [[উত্তৰ প্ৰদেশ]]ৰ বিভিন্ন জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০১৮ চনৰ মাৰ্চ মাহত বাৰাণসীত অনুষ্ঠিত দ্বিতীয় ৰাষ্ট্ৰীয় পেৰা বেডমিণ্টন চেম্পিয়নশ্বিপত পুৰুষৰ একক শাখাত স্বৰ্ণ পদক জয় কৰি তেওঁ ৰাষ্ট্ৰীয় চেম্পিয়ন হয়। ২০২১ চনত [[জাপান]]ৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ পুৰুষৰ একক এছএল৪ বেডমিণ্টন প্ৰতিযোগিতাৰ ৰূপৰ পদক অৰ্জন কৰে।<ref name="result">{{cite web |title=Badminton Men's Singles SL4 - Gold Medal Match Results |url=https://olympics.com/tokyo-2020/paralympic-games/resPG2020-/pdf/PG2020-/BDM/PG2020-_BDM_C73_BDMMSINGLES-04010-----FNL-000100--.pdf |publisher=Tokyo Organising Committee of the Olympic and Paralympic Games|website=Olympics.com |accessdate=4 September 2021}}</ref>

==ব্যক্তিগত জীৱন==
সুহাস য়াথিৰাজৰ জন্ম হৈছিল ভাৰতৰ [[কৰ্ণাটক]] ৰাজ্যৰ হাছানত। তেওঁৰ পিতৃৰ নাম য়াথিৰাজ এল কে আৰু মাতৃৰ নাম জয়শ্ৰী চি এছ। তেওঁৰ পিতৃ এজন চৰকাৰী বিষয়া হোৱা সূত্ৰে তেওঁৰ বিভিন্ন ঠাইত নিযুক্তিৰ সময়ত তেওঁলোক সপৰিয়ালে সেই ঠাইসমূহলৈ স্থানান্তৰ হ'ব লগা হৈছিল। তেওঁৰ প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা হাছান জিলাৰ ওচৰৰ ডুডাত হৈছিল। তেওঁ তেওঁৰ মাধ্যমিক শিক্ষা কৰ্ণাটকৰ শিৱমোগাৰ ডিভিএছ স্বতন্ত্ৰ মহাবিদ্যালয় কৰিছিল। তেওঁ ২০০৪ চনত কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাত স্নাতক পাঠ্যক্ৰম কৰ্ণাটকৰ সুৰথকালৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা সম্পন্ন কৰে।<ref>{{cite web|title=Road to Mussoorie|url=http://roadtomussoorie.blogspot.in/2007/08/road-to-mussoorie.html|accessdate=27 December 2016|website=Blogger|date=6 August 2007}}</ref><ref>{{cite web|title=Supremo - Complete Biodata|url=https://supremo.nic.in/ERSheetHtml.aspx?OffIDErhtml=17346&PageId=|accessdate=27 December 2016|website=SUPREMO|location=India}}</ref>

==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==

02:45, 5 September 2021ৰ সংস্কৰণ

সুহাস ললিনাকেৰী য়াথিৰাজ (ইংৰাজী: Suhas Lalinakere Yathiraj; জন্ম: ২ জুলাই ১৯৮৩) হৈছে এগৰাকী ভাৰতীয় প্ৰসাশনিক বিষয়া তথা পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।[1] সুহাসে ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰি উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০১৮ চনৰ মাৰ্চ মাহত বাৰাণসীত অনুষ্ঠিত দ্বিতীয় ৰাষ্ট্ৰীয় পেৰা বেডমিণ্টন চেম্পিয়নশ্বিপত পুৰুষৰ একক শাখাত স্বৰ্ণ পদক জয় কৰি তেওঁ ৰাষ্ট্ৰীয় চেম্পিয়ন হয়। ২০২১ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ পুৰুষৰ একক এছএল৪ বেডমিণ্টন প্ৰতিযোগিতাৰ ৰূপৰ পদক অৰ্জন কৰে।[2]

ব্যক্তিগত জীৱন

সুহাস য়াথিৰাজৰ জন্ম হৈছিল ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ হাছানত। তেওঁৰ পিতৃৰ নাম য়াথিৰাজ এল কে আৰু মাতৃৰ নাম জয়শ্ৰী চি এছ। তেওঁৰ পিতৃ এজন চৰকাৰী বিষয়া হোৱা সূত্ৰে তেওঁৰ বিভিন্ন ঠাইত নিযুক্তিৰ সময়ত তেওঁলোক সপৰিয়ালে সেই ঠাইসমূহলৈ স্থানান্তৰ হ'ব লগা হৈছিল। তেওঁৰ প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা হাছান জিলাৰ ওচৰৰ ডুডাত হৈছিল। তেওঁ তেওঁৰ মাধ্যমিক শিক্ষা কৰ্ণাটকৰ শিৱমোগাৰ ডিভিএছ স্বতন্ত্ৰ মহাবিদ্যালয় কৰিছিল। তেওঁ ২০০৪ চনত কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাত স্নাতক পাঠ্যক্ৰম কৰ্ণাটকৰ সুৰথকালৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা সম্পন্ন কৰে।[3][4]

তথ্য সংগ্ৰহ

  1. "History beckons IAS officer Suhas Yathiraj at Tokyo Paralympics" (en ভাষাত). The Indian Express. 2021-09-04. https://indianexpress.com/article/sports/sport-others/history-beckons-ias-officer-suhas-yathiraj-at-tokyo-paralympics-7488758/। আহৰণ কৰা হৈছে: 2021-09-04. 
  2. "Badminton Men's Singles SL4 - Gold Medal Match Results". Tokyo Organising Committee of the Olympic and Paralympic GamesOlympics.com. https://olympics.com/tokyo-2020/paralympic-games/resPG2020-/pdf/PG2020-/BDM/PG2020-_BDM_C73_BDMMSINGLES-04010-----FNL-000100--.pdf। আহৰণ কৰা হৈছে: 4 September 2021. 
  3. "Road to Mussoorie". Blogger. 6 August 2007. http://roadtomussoorie.blogspot.in/2007/08/road-to-mussoorie.html। আহৰণ কৰা হৈছে: 27 December 2016. 
  4. "Supremo - Complete Biodata". প্ৰকাশক India: SUPREMO. https://supremo.nic.in/ERSheetHtml.aspx?OffIDErhtml=17346&PageId=। আহৰণ কৰা হৈছে: 27 December 2016.