ন'বেল বঁটা বিজয়ী (পদাৰ্থ বিজ্ঞান)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। পদাৰ্থ বিজ্ঞান বিষয়ত ন'বেল লাভ কৰা ব্যক্তিৰ তালিকা ইয়াত ৰখা হৈছে।

বৰ্ষ আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
২০১২
Serge Haroche - Théâtre de la Commune d'Aubervilliers - 4 mai 2009.jpg
ছেৰ্গে হেৰোচি
(Serge Haroche)
 ফ্ৰান্স স্বতন্ত্ৰ কোৱাণ্টাম ব্যৱস্থাৰ মাপ আৰু পৰিচালনাৰ ক্ষেত্ৰত অনা বৈপ্লৱিক প্ৰায়োগিক পদ্ধতি (ground-breaking experimental methods that enable measuring and manipulation of individual quantum systems)"[1]
David Wineland 2008.jpg
ডেভিড জে. ৱাইনলেণ্ড
(David J. Wineland)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
২০১১
Nobel Prize 2011-Press Conference KVA-DSC 7744.jpg
ছল পাৰ্লম্যুটাৰ
(Saul Perlmutter)
 আমেৰিকা যুক্তৰাষ্ট্ৰ এই বৰ্ষৰ বঁটাৰ অৰ্ধভাগ ছল পাৰ্লম্যুটাৰ-ক দিয়া হয়, বাকী অংশ ব্ৰায়ান পি. স্মিড্‌ট আৰু আডাম জি. ৰিছ-ৰ মাজত ভাগ কৰি দিয়া হয়। "দূৰৱৰ্তী ছুপাৰনোভাৰ পৰ্যবেক্ষণেৰে ব্ৰহ্মাণ্ডৰ ত্বৰিত প্ৰসাৰণ আৱিষ্কাৰ"ৰ বাবে এই বঁটা আগবঢ়োৱা হয়। ("for the discovery of the accelerating expansion of the Universe through observations of distant supernovae").[2]
Brian Schmidt.jpg
ব্ৰায়ান পি. স্মিড্‌ট
(Brian P. Schmidt)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
 অষ্ট্ৰেলিয়া
Adam Riess Agr cover.jpg
আডাম জি. ৰিছ
(Adam G. Riess)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
২০১০
Andre Geim 2010-1.jpg
আন্দ্ৰে জিম
(Andre Geim)
 যুক্তৰাজ্য
 নেডাৰলেণ্ডচ
"দ্বিমাত্ৰিক পদাৰ্থ গ্ৰাফিমৰ বিষয়ে কৰা যুগান্তকাৰী পৰীক্ষণৰ বাবে"("for groundbreaking experiments regarding the two-dimensional material graphene"").[3]
কনষ্টানটিন ন'ভ'ছেল'ভ
(Konstantin Novoselov)
 ৰাছিয়া
 যুক্তৰাজ্য
অসমাপ্ত তালিকা

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "The Nobel Prize in Physics 2012". Nobelprize.org. 11 Oct 2012 http://www.nobelprize.org/nobel_prizes/physics/laureates/2012/
  2. "The Nobel Prize in Physics 2011". Nobelprize.org. 24 Oct 2012 http://www.nobelprize.org/nobel_prizes/physics/laureates/2011/
  3. The Nobel Prize in Physics 2010". Nobelprize.org. 26 Oct 2012 http://www.nobelprize.org/nobel_prizes/physics/laureates/2010/

বাহ্যিক সংযোগ[সম্পাদনা কৰক]