সমললৈ যাওক

ৱিকিপিডিয়া:অনলাইন ৱিকিসভা/২০২৪

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জানুৱাৰী, ২০২৪

[সম্পাদনা কৰক]
  • দিনাংকঃ ২৮-০১-২০২৪, দেওবাৰ
  • সময়ঃ নিশা ০৮:০০-৯:০০ (ভাৰতীয় সময়)

 পুৱা ৮:৩০-৯:৩০ (কানাডাৰ মাউণ্টেইন সময়)
 পুৱা ৯:৩০-১০:৩০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)

অংশগ্ৰহণকাৰী

[সম্পাদনা কৰক]

- অনামিকা  কথা-বতৰা 15:34, 1 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কাৰ্যসূচী

[সম্পাদনা কৰক]

০৮:০০ - আৰম্ভণি: জলি ৰুমী বৰা
০৮:০৫ - শিক্ষানুষ্ঠানত ৱিকিৰ প্ৰসাৰৰ বাবে অনুদান: মেডিনী চুব্বু, চেণ্টাৰ ফৰ ইণ্টাৰনেট এণ্ড ছ'ছাইটি
০৮:২০ - মাহটোৰ উল্লেখযোগ্য কাম আৰু ৱিকি পদক ঘোষণা: ভাস্কৰ ভূঞা
০৮:২৫ - অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৪-ৰ খতিয়ান: দিব্য দত্ত
০৮:৩০ - জানুৱাৰী মাহৰ ভাল প্ৰৱন্ধ: ঈশান জ্যোতি বৰা
০৮:৩৫ - নিমন্ত্ৰিত অতিথিৰ বক্তব্য: অঞ্জল বৰা
০৮:৪৫ - নাৰীবাদ আৰু লোকগাথা সম্পাদনা মেলা ২০২৪ সম্বন্ধে আলোচনা: নয়ন জ্যোতি নাথ
০৮:৫০ - ৱিকি পুৰিয়া (ৱিকি সম্পৰ্কীয় যিকোনো প্ৰশ্নোত্তৰ): গীতাৰ্থ বৰদলৈ, দিব্য দত্ত, বাবুল বৈশ্য
০৯:০০ - সভা ভংগ/ ৱিকি আড্ডা: এই আড্ডাত সদস্যসকলে যিকোনো বিষয় মুকলি মনেৰে পাতিব বা কোনো প্ৰশ্ন সুধিব পাৰিব। আড্ডাৰ ৰেকৰ্ডিং কৰা নহ’ব আৰু সকলোৱে নিজৰ ইচ্ছা অনুসৰি উপস্থিত থাকিব পাৰিব।

প্ৰস্তাৱ/খতিয়ান

[সম্পাদনা কৰক]

অনিৰ্বায্য কাৰণবশত: জানুৱাৰী মাহৰ অনলাইন ৱিকিসভা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হয়।

ফেব্ৰুৱাৰী, ২০২৪

[সম্পাদনা কৰক]
  • দিনাংকঃ ২৫-০২-২০২৪, দেওবাৰ
  • সময়ঃ নিশা ০৮:০০-৯:০০ (ভাৰতীয় সময়)

 পুৱা ৮:৩০-৯:৩০ (কানাডাৰ মাউণ্টেইন সময়)
 পুৱা ৯:৩০-১০:৩০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)

অংশগ্ৰহণকাৰী

[সম্পাদনা কৰক]
  1. Nayan j Nath (বাৰ্তা) 17:44, 25 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. Jonali Baruah (বাৰ্তা) 12:00, 25 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Joli Rumi (বাৰ্তা) 18:22, 25 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. - অজয়  কথা-বতৰা 23:47, 25 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. Rumi Borah~aswiki (বাৰ্তা) 00:17, 26 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. কৃষ্ণা সোণোৱাল সদস্য : কৃষ্ণা সোণোৱাল 10:43, 26 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. BhuyanBhaskar (বাৰ্তা) 12:21, 26 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. দিব্য দত্ত (বাৰ্তা) 12:24, 26 February 2024 (ইউ.টি.চি.).[উত্তৰ দিয়ক]
  9. যদুমণি গগৈ (বাৰ্তা)18:21, 26 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. Pranamikaadhikary (বাৰ্তা) 13:05, 26 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11. ঈশান জ্যোতি বৰা (বাৰ্তা) 04:17, 28 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  12. 2405:201:A80A:D800:745D:2C84:D25A:6309 15:33, 28 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  13. Geetasree Gogoi Apte (বাৰ্তা) 02:15, 02 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  14. Jyoti Chiring (বাৰ্তা) 11:01, 14 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কাৰ্যসূচী

[সম্পাদনা কৰক]

০৮:০০ - আৰম্ভণি: জলি ৰুমী বৰা
০৮:০৫ - মাহটোৰ উল্লেখযোগ্য কাম আৰু ৱিকি পদক ঘোষণা: ভাস্কৰ ভূঞা
০৮:১০ - নিমন্ত্ৰিত অতিথিৰ বক্তব্য: অঞ্জল বৰা
০৮:২০ - অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৪-ৰ খতিয়ান: দিব্য দত্ত
০৮:২৫ - জানুৱাৰী মাহৰ ভাল প্ৰৱন্ধ: ঈশান জ্যোতি বৰা
০৮:৩০ - স্কেনাৰ সম্পৰ্কীয় আলোচনা
০৮:৪০ - নাৰীবাদ আৰু লোকগাথা সম্পাদনা মেলা ২০২৪ সম্বন্ধে আলোচনা: নয়ন জ্যোতি নাথ
০৮:৫০ - ৱিকি পুৰিয়া (ৱিকি সম্পৰ্কীয় যিকোনো প্ৰশ্নোত্তৰ): গীতাৰ্থ বৰদলৈ, দিব্য দত্ত, বাবুল বৈশ্য
০৯:০০ - সভা ভংগ/ ৱিকি আড্ডা: এই আড্ডাত সদস্যসকলে যিকোনো বিষয় মুকলি মনেৰে পাতিব বা কোনো প্ৰশ্ন সুধিব পাৰিব। আড্ডাৰ ৰেকৰ্ডিং কৰা নহ’ব আৰু সকলোৱে নিজৰ ইচ্ছা অনুসৰি উপস্থিত থাকিব পাৰিব।

প্ৰস্তাৱ/খতিয়ান

[সম্পাদনা কৰক]
  • অঞ্জল বৰাই অসমীয়া ৱিকিৰ জন্মৰ সময়ত তেওঁৰ অৱদান আৰু অভিজ্ঞতাৰ ভিত্তিত অহামাহৰ ৱিকিপত্ৰিকাত মনৰ কথা লিখাৰ প্ৰস্তাৱ।
  • স্কেনাৰ সম্পৰ্কীয় সিদ্ধান্ত: লক্ষ্য- মাৰ্চ, ২০২৪ ৰ ভিতৰত স্কেনাৰটো অনা
(ক) এই সম্পৰ্কীয় কাম-কাজৰ বাবে ৱিকিৰ গোট: প্ৰণামিকা অধিকাৰী, নয়ন জ্যোতি নাথ, গীতাৰ্থ বৰদলৈ, ভাস্কৰ ভূঞা, ঈশান জ্যোতি বৰা, জ্যোতি চিৰিং, প্ৰাণজ্যোতি নাথ, ৰুমী বৰা, যদুমণি গগৈ, ৰাজেন দাস
(খ) ডিজিটাইজেশ্যন গোটৰ সমন্বয়ক: নয়ন জ্যোতি নাথ
(গ) মেটা ডাটাৰ গুগল শ্বীটৰ সমন্বয়ক: গীতাৰ্থ বৰদলৈ
(ঘ) সাঁচিপাতৰ পুথি সংগ্ৰহ: প্ৰণামিকা অধিকাৰী, ভাস্কৰ ভূঞা, ৰুমী বৰা
নয়ন জ্যোতি নাথ
(ঙ) নেতৃত্ব আৰু স্কেনাৰৰ ঠিকনা: মৃদুল কুমাৰ শৰ্মা
(চ) স্কেনাৰৰ বাবে যোগাযোগ: জলি ৰুমী
  • অহা দেওবাৰ, ৩ মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব লগীয়া নবাগতৰ ৱিকি কৰ্মশালা সম্পৰ্কীয় সিদ্ধান্ত:
(ক)আঁত ধৰোঁতা আৰু আয়োজক: জোনালী বৰুৱা
(খ) সমল ব্যক্তি:
ৱিকিমিডিয়াৰ প্ৰাথমিক পৰিচয়: গীতাৰ্থ বৰদলৈ (ৱিকিপিডিয়া), জলি ৰুমী (ৱিকিৰ ভগ্নী প্ৰকল্প)
হাতে-কামে ৱিকি: জোনালী বৰুৱা, দিব্য দত্ত
(গ) চাট বক্স পৰিচালনা: নয়ন জ্যোতি নাথ, ভাস্কৰ ভূঞা, ঈশান জ্যোতি বৰা
(ঘ) প্ৰশ্নোত্তৰ শিতান: প্ৰণামিকা অধিকাৰী, গীতাৰ্থ বৰদলৈ,দিব্য দত্ত

মাৰ্চ, ২০২৪

[সম্পাদনা কৰক]
  • দিনাংকঃ ৩১-০৩-২০২৪, দেওবাৰ
  • সময়ঃ নিশা ০৮:০০-৯:০০ (ভাৰতীয় সময়)

 পুৱা ৮:৩০-৯:৩০ (কানাডাৰ মাউণ্টেইন সময়)
 পুৱা ৯:৩০-১০:৩০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)

দ্বিতীয় ভাগ: https://us04web.zoom.us/j/76226948803?pwd=x8Va0rmtTg3hJ4zZsALV8Fno4KCump.1

অংশগ্ৰহণকাৰী

[সম্পাদনা কৰক]
  1. Joli Rumi (বাৰ্তা) 14:35, 1 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. Nayan j Nath (বাৰ্তা) 14:37, 1 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Rumi Borah~aswiki (বাৰ্তা) 15:19, 1 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. Rajdweep nlb (বাৰ্তা) 03:35, 2 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. Geetasree Gogoi Apte (বাৰ্তা) 02:14, 2 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. ঈশান জ্যোতি বৰা (বাৰ্তা) 03:33, 3 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. Pranamikaadhikary (বাৰ্তা) 03:42, 3 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. Mousumi.Das (বাৰ্তা) 04:38, 3 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 07:45, 3 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. দিব্য দত্ত (বাৰ্তা) 08:47, 3 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11. চন্দন চিৰিং ফুকন ✉️ 16:43, 5 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  12. #Jyoti Chiring (বাৰ্তা) 03:50, 16 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কাৰ্যসূচী

[সম্পাদনা কৰক]

০৮:০০ - আৰম্ভণি: জলি ৰুমী বৰা
০৮:০৫ - শিক্ষানুষ্ঠানত ৱিকিৰ প্ৰসাৰৰ বাবে অনুদান: মেডিনী চুব্বু, চেণ্টাৰ ফৰ ইণ্টাৰনেট এণ্ড ছ'ছাইটি
০৮:২০ - মাহটোৰ উল্লেখযোগ্য কাম আৰু ৱিকি পদক ঘোষণা: নয়ন জ্যোতি নাথ
০৮:২৫ - মাৰ্চ মাহৰ ভাল প্ৰৱন্ধ: ঈশান জ্যোতি বৰা
০৮:৩০ - ৱিকিৰ সহায়ক ভিডিঅ' চিৰিজ সম্পৰ্কীয় আলোচনা
০৮:৪৫ - স্কেনাৰ সম্পৰ্কীয় আলোচনা
০৯:০০ - সভা ভংগ/ ৱিকি আড্ডা: এই আড্ডাত সদস্যসকলে যিকোনো বিষয় মুকলি মনেৰে পাতিব বা কোনো প্ৰশ্ন সুধিব পাৰিব। আড্ডাৰ ৰেকৰ্ডিং কৰা নহ’ব আৰু সকলোৱে নিজৰ ইচ্ছা অনুসৰি উপস্থিত থাকিব পাৰিব।

প্ৰস্তাৱ/খতিয়ান

[সম্পাদনা কৰক]

ভিডিঅ' লিংক: https://drive.google.com/drive/u/0/folders/1uQSUegGmVvXzl5g544NHqNDGdXaBYXz_

  • মেডিনী চুব্বু, CIS A2K ৰ বক্তব্য:
    • শিক্ষানুষ্ঠানত ৱিকি কৰ্মশালা বা প্ৰতিযোগিতাৰ বাবে আৰ্থিক সাহায্য:
* মাথোঁ এটা পৃষ্ঠাৰ প্ৰ'প'জেল ইমেইল যোগে জমা দিব লাগিব। ইমেইল জমা দিয়াৰ ঠিকনা-pavan@cis-india.org
cc- medinisubbu2005@gmail.com আৰু nitesh@cis-india.org (Resource page অনিৰ্দিষ্টকাললৈ নিস্ক্ৰিয় কৰা হৈছে। সকলো আবেদন ইমেইল যোগে গ্ৰহণ কৰা হ'ব)।
ইমেইল আবেদনৰ মূল অংশসমূহ হ'ল-
(ক) কি কৰিব খুজিছোঁ? -মূল উদেশ্য়
(খ) ক'ত? - ঠাই, অনলাইন/অফলাইন
(গ) কেনেকৈ? - নতুন নে পৰৱৰ্তী প্ৰশিক্ষণ? কিমান গৰাকী অংশগ্ৰহণকাৰী? কিমান গৰাকী সমল ব্যক্তি? কি বিষয়ৰ প্ৰশিক্ষণ? যদিহে নতুন প্ৰশিক্ষণ তেনে কি পৰৱৰ্তী পদক্ষেপ লোৱা হ'ব? কিমান দিনীয়া প্ৰশিক্ষণ?
(ঘ) ফলাফল (Outcome)?- কি
(ঙ) বাজেট- সমল ব্যক্তিৰ বাবে মাননি, অহা-যোৱাৰ খৰছ, খাদ্য
* ফাণ্ডিঙৰ আবেদনত ডিৰেক্টৰৰ অনুমোদনৰ প্ৰয়োজন হ'ব। গতিকে আবেদনৰ বিচাৰৰ বাবে অন্তত: ১৫ দিনৰ প্ৰয়োজন।
* ফাণ্ডিঙৰ পৰিসীমা: ২০ হাজাৰ- ৪০ হাজাৰ
* পূৰ্বে ফাণ্ডিং নোপোৱা প্ৰকল্পৰ বাবেও পুনৰ আবেদন কৰিব পৰা হ'ব।
    • 'She Leads' কেম্পেইনত যোগ দিয়াৰ বাবে আহ্বান
  • ৱিকিৰ সহায়ক ভিডিঅ' চিৰিজ
    • সমন্বয়ক: জলি ৰুমী
    • সমল ব্যক্তি: মণীষ শৰ্মা
    • ভিডিঅ' চিৰিজৰ অংশগ্ৰহণকাৰী-
১) অসমীয়া ৱিকিপিডিয়াত কেনেকৈ একাউণ্ট খুলিব?: ভাস্কৰ ভূঞা
২) অসমীয়া ৱিকিপিডিয়াত কেনেকৈ প্ৰৱন্ধ সৃষ্টি কৰিব?: দিব্য দত্ত
৩) অসমীয়া ৱিকিউৎসত কেনেকৈ কিতাপ আপল'ড কৰিব?: প্ৰণামিকা অধিকাৰী
৪) অসমীয়া ৱিকিউৎসত কেনেকৈ কিতাপৰ মুদ্ৰণ সংশোধন কৰিব?: ৰুমী বৰা
৫) অসমীয়া ৱিকিউদ্ধৃতিত কেনেকৈ কাম আৰম্ভ কৰিব?: কুলধৰ ৰাভা
৬) অসমীয়া ৱিকিকমন্সত কেনেকৈ ফটো যোগ দিব?: গীতাৰ্থ বৰদলৈ
৭) অসমীয়া ৱিকিৰ ৱিকিপত্ৰিকাত কেনেকৈ সম্পাদনা কৰিব?: নয়নজ্যোতি নাথ
৮) ৱিকিডাটা কি আৰু কেনেকৈ? : বাবুল বৈশ্য
৯) অসমীয়া ৱিকিপিডিয়াত তথ্য উৎস: কি, কিয়, কেনেকৈ?: জোনালী বৰুৱা
১০) অসমীয়া ৱিকিপিডিয়া কি নহয়?: ঈশান জ্যোতি বৰা
    • ভিডিঅ'ৰ দৈৰ্ঘ্য: ডেৰ-দুই মিনিট
    • দৰকাৰী: Step-by-step স্ক্ৰীণশ্বট আৰু ভইচ অভাৰ
    • পৰৱৰ্ত্তী পদক্ষেপ: মণীষৰ সৈতে আধাঘণ্টাৰ সভা য'ত তেওঁ ৱিকিৰ বাবে কেনেকৈ ৰেকৰ্ড কৰিব পাৰি সেয়া হাতে-কামে দেখুৱাব।
  • স্কেনাৰৰ বাবে কিতাপ সংগ্ৰহ কৰা আৰু তথ্য যোগ দিয়াত সকলোকে সহায় কৰিবলৈ আহ্বান জনোৱা হৈছে।
(খ) হোমেন বৰগোহাঞি ন্যাস - ৰুমী বৰা, নয়নজ্যোতি নাথ
(গ) নগাওঁ - প্ৰণামিকা অধিকাৰী
(ঘ) OTRS ত উপলভ্য কিতাপ - মৃদুল কুমাৰ ভূঞা

এপ্ৰিল-মে', ২০২৪

[সম্পাদনা কৰক]
  • দিনাংকঃ ০৫-০৫-২০২৪, দেওবাৰ
  • সময়ঃ নিশা ০৭:৩০-৯:০০ (ভাৰতীয় সময়)

 পুৱা ৮:০০-৯:৩০ (কানাডাৰ মাউণ্টেইন সময়)
 পুৱা ৯:০০-১০:৩০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)

অংশগ্ৰহণকাৰী

[সম্পাদনা কৰক]
  1. Joli Rumi (বাৰ্তা) 22:09, 6 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. Pranamikaadhikary (বাৰ্তা) 13:46, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Rumi Borah~aswiki (বাৰ্তা) 15:11, 7 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. Geetasree Gogoi Apte (বাৰ্তা) 13:29, 9 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. Nayan j Nath (বাৰ্তা) 14:23, 9 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. Mousumi.Das (বাৰ্তা) 14:34, 9 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. অনামিকা(চুমু) বড়া (বাৰ্তা) 14:42, 9 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. প্ৰভাকৰ শৰ্মা নেওগ (বাৰ্তা) 02:51, 10 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. ঈশান জ্যোতি বৰা (বাৰ্তা) 14:26, 11 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কাৰ্যসূচী

[সম্পাদনা কৰক]

০৭:৩০ - আৰম্ভণি: জলি ৰুমী বৰা
০৭:৩৫- চন্দন চিৰিং ফুকনলৈ শ্ৰদ্ধাঞ্জলি
০৮:০০ - মে' মাহৰ ৱিকি পত্ৰিকা উন্মোচন: নয়ন জ্যোতি নাথ
০৮:১০ - নাৰীবাদ আৰু লোকগাথা সম্পাদনা মেলা ২০২৪-ৰ শ্ৰেষ্ঠ প্ৰৱন্ধ: গীতাশ্ৰী গগৈ আপ্তে
০৮:২০ - শিক্ষানুষ্ঠানত অসমীয়া ৱিকিৰ কৰ্মশালাৰ খতিয়ান:জ্যোতি চিৰিং, ৰুমী বৰা, ভাস্কৰ ভূঞা, প্ৰণামিকা অধিকাৰী
০৮:৩৫ - ৱিকিৰ সহায়ক ভিডিঅ' চিৰিজৰ প্ৰস্তুতি: সমল ব্যক্তি- মণীষ শৰ্মা
০৮:৫০ - স্কেনাৰৰ বাবে কিতাপৰ তালিকা চূড়ান্ত কৰা: ঈশান জ্যোতি বৰা, গীতাৰ্থ বৰদলৈ
০৯:০০ - সভা ভংগ/ ৱিকি আড্ডা: এই আড্ডাত সদস্যসকলে যিকোনো বিষয় মুকলি মনেৰে পাতিব বা কোনো প্ৰশ্ন সুধিব পাৰিব। আড্ডাৰ ৰেকৰ্ডিং কৰা নহ’ব আৰু সকলোৱে নিজৰ ইচ্ছা অনুসৰি উপস্থিত থাকিব পাৰিব।

প্ৰস্তাৱ/খতিয়ান

[সম্পাদনা কৰক]
১) অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন ২ জুন, ২০২৪ তাৰিখে তেজপুৰত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ। এই অনুষ্ঠানৰ অংশ স্বৰূপে তলৰ প্ৰকল্পসমূহ নিৰ্ধাৰণ কৰা হৈছে।
(ক) চন্দন চিৰিং ফুকনৰ স্মৃতিগ্ৰন্থ অনলাইন আৰু অফলাইন ৰূপত উন্মোচন
সমন্বয়ক: ঈশান জ্যোতি বৰা, গীতাৰ্থ বৰদলৈ
(খ) চন্দন চিৰিং ফুকন সম্পৰ্কীয় সকলো ফটো-ভিডিঅ'ৰ সংকলিত ৰূপ উন্মোচন
সমন্বয়ক: জলি ৰুমী বৰা, সমল ব্যক্তি: মণীষ শৰ্মা
টোকা: এই দুয়োটা পদক্ষেপৰ বাবে দৰকাৰী তথ্য-পাতি এই লিংকত গৈ গুগল ড্ৰাইভত যোগ দিবলৈ অনুৰোধ কৰিছোঁ।
(গ) চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা ৰ সৰ্বোচ্চ অৱদানকাৰীসকলক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে ক্ৰমান্বয়ে ১২০০/-, ৮০০/- আৰু ৫০০/- টকাৰ সৈতে মানপত্ৰ প্ৰদান কৰা হ'ব।
সমন্বয়ক: জলি ৰুমী বৰা, কুলধৰ ৰাভা
২) চন্দন চিৰিং ফুকন সোঁৱৰণি ন্যাস আৰু চন্দন চিৰিং ফুকন বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান বঁটা সম্পৰ্কীয় নিয়মাৱলী তথা আয়োজন চূড়ান্ত কৰাৰ প্ৰস্তাৱ।
সমন্বয়ক: প্ৰণামিকা অধিকাৰী, অনামিকা বড়া, নয়ন জ্যোতি নাথ, ভাস্কৰ ভূঞা
৩) ৱিকিৰ সহায়ক ভিডিঅ' লানিৰ বাবে আগ্ৰহী সদস্য সকলৰ পৰা ভইচ ৰেকৰ্ডিং বিচৰা হৈছে। পাৰিলে এই ভিডিঅ'ৰে দুই-এটা হ'লেও অসমীয়া ৱিকিৰ জন্মদিন ২ জুনৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব।
সমন্বয়ক: জলি ৰুমী বৰা; সমল ব্যক্তি: মণীষ শৰ্মা
৪) * স্কেনাৰৰ বাবে কিতাপ সংগ্ৰহ কৰা আৰু তথ্য যোগ দিয়াত সকলোকে সহায় কৰিবলৈ আহ্বান জনোৱা হৈছে।
কিতাপৰ তালিকা: https://docs.google.com/spreadsheets/d/1kb0omqBEW2Nlwj5UQ0Kmvb2x0XhJs4pU5PFzIfYtS4c/edit#gid=1789318323
কিতাপ সংগ্ৰহ:
(ক) প্ৰেৰণা পুথিভঁৰাল, নলবাৰী- বাবুল বৈশ্য, যদুমণি গগৈ, ৰাজেন দাস
(খ) হোমেন বৰগোহাঞি ন্যাস - ৰুমী বৰা, নয়নজ্যোতি নাথ
(গ) নগাওঁ - প্ৰণামিকা অধিকাৰী
(ঘ) OTRS ত উপলভ্য কিতাপ - মৃদুল কুমাৰ ভূঞা

জুন, ২০২৪

[সম্পাদনা কৰক]
  • দিনাংকঃ ৩০-০৬-২০২৪, দেওবাৰ
  • সময়ঃ নিশা ০৭:৩০-৮:৩০ (ভাৰতীয় সময়)

 পুৱা ৮:০০-৯:০০ (কানাডাৰ মাউণ্টেইন সময়)
 পুৱা ৯:০০-১০:০০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)

অংশগ্ৰহণকাৰী

[সম্পাদনা কৰক]
  1. Joli Rumi (বাৰ্তা) 16:40, 30 June 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. Pranamikaadhikary (বাৰ্তা) 18:07, 30 June 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. দিব্য দত্ত (বাৰ্তা) 18:21, 30 June 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. ঈশান জ্যোতি বৰা (বাৰ্তা) 04:52, 1 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. Mousumi.Das (বাৰ্তা) 05:13, 1 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 15:36, 1 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কাৰ্যসূচী

[সম্পাদনা কৰক]

০৭:৩০- আৰম্ভণি: জলি ৰুমী বৰা
০৭:৪০- জুন মাহৰ ৱিকি পত্ৰিকা উন্মোচন আৰু উল্লেখযোগ্য কামৰ খতিয়ান: নয়ন জ্যোতি নাথ
০৭:৫০- ৱিকি কাৰিকৰী প্ৰশিক্ষণৰ অভিজ্ঞতাৰ বিষয়ে দুআষাৰ:গীতাৰ্থ বৰদলৈ
০৮:০০- চন্দন চিৰিং ফুকন সোঁৱৰণি ন্যাস আৰু চন্দন চিৰিং ফুকন বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান বঁটা সম্পৰ্কীয় নিয়মাৱলী তথা আয়োজন

সমন্বয়ক: দিব্য দত্ত, প্ৰণামিকা অধিকাৰী, অনামিকা বড়া, নয়ন জ্যোতি নাথ, ভাস্কৰ ভূঞা

০৮:৩০- ৱিকি আড্ডা

প্ৰস্তাৱ

[সম্পাদনা কৰক]
  • আগষ্ট মাহৰ ৱিকিপত্ৰিকাত ৱিকি কাৰিকৰী প্ৰশিক্ষণৰ অভিজ্ঞতাৰ বিষয়ে গীতাৰ্থ বৰদলৈয়ে মনৰ কথা লিখাৰ প্ৰস্তাৱ।
  • চন্দন চিৰিং ফুকন সোঁৱৰণি ন্যাসৰ বাবে দিব্য দত্ত আৰু প্ৰণামিকা অধিকাৰীয়ে সংবিধানৰ এক খচৰা যুগুত কৰিছে। সকলোকে তলৰ লিংকত গৈ সংবিধানখনত চকু ফুৰাই মতামত আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে।

https://docs.google.com/document/d/1UdfpUmtUW03HMjfYqgplJaNiKUXFNkPRJaNUncTtSTo/edit?usp=drivesdk

  • চন্দন চিৰিং ফুকন সোঁৱৰণি ন্যাসৰ সংবিধানখনৰ লগতে ন্যাস সম্পৰ্কীয় আলোচনা বিতংকৈ কৰাৰ বাবে জুলাই মাহত আছুতীয়াকৈ এখন সভা আহ্বান কৰা হৈছে। সংখ্যাগৰিষ্ঠ ভোটৰ ভিত্তিত সভাৰ নিৰ্দ্ধাৰিত তাৰিখ দেওবাৰ, ২১ জুলাই, সন্ধিয়া ৭ বজা। বিষয়টোৰ গুৰুত্ব বুজি এই সভাত উপস্থিত থাকিবলৈ আৰু আলোচনাত সক্ৰিয় অংশ ল'বলৈ সকলো সক্ৰিয় সদস্যক অনুৰোধ জনোৱা হৈছে।

মন্তব্য

[সম্পাদনা কৰক]
  1. Geetasree Gogoi Apte (বাৰ্তা) 13:29, 9 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. তেজপুৰৰ পৰা আহি সম্ভৱ হ’লে উপস্থিত থাকিম৷ Pranamikaadhikary (বাৰ্তা) 16:56, 9 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. ২ জুনত তেজপুৰত হ’বলগীয়া “ৱিকিৰ জন্মদিন উদযাপন আৰু চন্দন চিৰিং ফুকনৰ স্মৃতিগ্ৰন্থ উন্মোচন” সভাৰ সৈতে অনলাইন সভাখন একত্ৰিত (মানে একে সময়তে) কৰিব পাৰি নেকি? তেতিয়া তেজপুৰলৈ যাব নোৱাৰাসকলেও অনলাইন যোগে সভাত থাকিব পাৰিব। দিব্য দত্ত (বাৰ্তা) 17:32, 10 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
- হুৱাটছ্‌ এপ গোটত হোৱা আলোচনা অনুসৰি সভাখন ২ জুনৰ সলনি ৩০ জুনত অনুষ্ঠিত কৰা হ'ব।-Joli Rumi (বাৰ্তা) 00:26, 14 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]


জুলাই, ২০২৪

[সম্পাদনা কৰক]
  • দিনাংকঃ ২৮-০৭-২০২৪, দেওবাৰ
  • সময়ঃ নিশা ০৭:০০-৮:০০ (ভাৰতীয় সময়)

 পুৱা ৭:৩০-৮:৩০ (কানাডাৰ মাউণ্টেইন সময়)
 পুৱা ৮:৩০-৯:৩০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)

অংশগ্ৰহণকাৰী

[সম্পাদনা কৰক]
  1. দিব্য দত্ত (বাৰ্তা) 16:55, 28 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. Nayan j Nath (বাৰ্তা) 16:59, 28 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Pranamikaadhikary (বাৰ্তা) 17:10, 28 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. Joli Rumi (বাৰ্তা) 20:01, 28 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. Rumi Borah~aswiki (বাৰ্তা) 00:19, 29 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. ঈশান জ্যোতি বৰা (বাৰ্তা) 04:50, 29 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. Jonali Baruah (বাৰ্তা) 16:36, 29 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. Geetasree Gogoi Apte (বাৰ্তা) 01:57, 30 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কাৰ্যসূচী

[সম্পাদনা কৰক]

০৭:০০- আৰম্ভণি: জলি ৰুমী বৰা
০৭:১০- জুলাই মাহৰ ৱিকি পত্ৰিকা উন্মোচন আৰু উল্লেখযোগ্য কামৰ খতিয়ান: নয়ন জ্যোতি নাথ
০৭:২০- ইণ্ডিক ৱিকিমিডিয়া মিনি-হেকাথন ২০২৪- ৰ অভিজ্ঞতাৰ বিষয়ে দুআষাৰ:দিব্য দত্ত, চাণক্য কুমাৰ দাস আৰু নয়ন জ্যোতি নাথ
০৭:৫০- চন্দন চিৰিং ফুকন সোঁৱৰণি ন্যাসৰ চমূ খতিয়ান আৰু পৰৱৰ্তী পৰিকল্পনা :প্ৰণামিকা অধিকাৰী
০৮:০০- ৱিকি আড্ডা

প্ৰস্তাৱ

[সম্পাদনা কৰক]

সভাৰ সাৰাংশ ইথাৰপেড লিংকত চাওক।

  • ইণ্ডিক ৱিকি মিনি-হেকাথনে অসমীয় ৱিকিক কেইবা ধৰণেও সহায় কৰিলে। সেই বিষয়ে দিব্য দত্ত আৰু নয়নজ্যোতি নাথে সদস্য সকলক অৱগত কৰে।
  • নতুন সদস্য ধনদা দেৱীয়ে অংশগ্ৰহণ কৰে আৰু তেওঁ নিজা পৰিচয় দিয়ে, পুৰণা সদস্য সকলে তেওঁক স্বাগতম জনাই,
  • চন্দন চিৰিং ফুকন সোঁৱৰণি ন্যাসৰ চমূ খতিয়ান আৰু পৰৱৰ্তী পৰিকল্পনাৰ কথা প্ৰণামিকা অধিকাৰী বাইদেউৱে উল্লেখ কৰি কৰি অহামাহৰ সভাৰ তাৰিখ সম্পৰ্কে ফেইচবুক পেজ আৰু হোৱাটচএপ গোটত জনাব লাগে বুলি উল্লেখ কৰে।
  • স্কেনাৰ সম্পৰ্কত প্ৰণামিকা বায়ে জনাই যে CISৰ ফালৰ পৰা যিহেতু একো বিশেষ সহায় পোৱাৰ আশা দেখা নাই, গতিকে ইতিমধ্যেই সংগ্ৰহ কৰা কিতাপ সমূহ নিজাকৈ স্কেন কৰি আপলোড কৰিলেই ভাল হ'ব বুলি কয়, এই ক্ষেত্ৰত নগাওঁ কলেজ লাইব্ৰেৰীয়ে সহযোগ আগবঢ়াব বুলি জানিবলৈ দিয়ে।

আগষ্ট-ছেপ্টেম্বৰ, ২০২৪

[সম্পাদনা কৰক]
  • দিনাংকঃ ০১-০৯-২০২৪, দেওবাৰ
  • সময়ঃ নিশা ০৭:০০-৮:০০ (ভাৰতীয় সময়)

 পুৱা ৭:৩০-৮:৩০ (কানাডাৰ মাউণ্টেইন সময়)
 পুৱা ৮:৩০-৯:৩০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)

অংশগ্ৰহণকাৰী

[সম্পাদনা কৰক]
  1. Joli Rumi (বাৰ্তা) 15:23, 1 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. চাণক্য (বাৰ্তা) 15:28, 1 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. - অজয়  কথা-বতৰা 15:31, 1 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. ঈশান জ্যোতি বৰা (বাৰ্তা) 15:52, 1 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. যদুমণি গগৈ (বাৰ্তা) 15:58, 1 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. Pranamikaadhikary (বাৰ্তা) 18:51, 1 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. Geetasree Gogoi Apte (বাৰ্তা) 21:44, 1 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. দিব্য দত্ত (বাৰ্তা) 04:05, 2 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. Rumi Borah~aswiki (বাৰ্তা) 08:26, 2 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. বাবুল বৈশ্য (বাৰ্তা) 09:40, 2 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কাৰ্যসূচী

[সম্পাদনা কৰক]

০৭:০০- আৰম্ভণি: জলি ৰুমী বৰা, ইথাৰপেডত সাৰাংশ: দিব্য দত্ত
০৭:১০- ছেপ্টেম্বৰ মাহৰ ৱিকি পত্ৰিকাৰ উন্মোচন আৰু উল্লেখযোগ্য কামৰ খতিয়ান: ভাস্কৰ ভূঞা
০৭:২০- প'লেণ্ডৰ ৱিকিমেনিয়া ২০২৪-ত অংশগ্ৰহণৰ অভিজ্ঞতাৰ বিষয়ে দুআষাৰ:নয়ন জ্যোতি নাথ
০৭:৩০- হাতে-কামে ৱিকিপত্ৰিকা: দিব্য দত্ত
০৭:৪০- চন্দন চিৰিং ফুকন সোঁৱৰণি ন্যাস সম্পৰ্কীয় আলোচনা:প্ৰণামিকা অধিকাৰী
০৭:৫০- মাহটোৰ পৰিকল্পনা: ৱিকিউৎসৰ কৰ্মশালা, অন্যান্য ৱিকি অনুষ্ঠানত অংশগ্ৰহণ, ৱিকিত মেণ্টৰশ্বিপ: গীতাৰ্থ বৰদলৈ, প্ৰণামিকা অধিকাৰী, জলি ৰুমী বৰা
০৮:০০- ৱিকি আড্ডা

প্ৰস্তাৱ

[সম্পাদনা কৰক]

সভাৰ সাৰাংশ ইথাৰপেড লিংকত চাওক।