ওড়িশা
অৱয়ব
(উৰিষ্যাৰ পৰা পুনঃনিৰ্দেশিত)
ওড়িশা
ଓଡ଼ିଶା (ওড়িশা) | |
---|---|
দেশ | ভাৰত |
প্ৰতিষ্ঠা | ১ এপ্ৰিল ১৯৩৬ (উৎকল দিবস/ওড়িশা দিবস) |
ৰাজধানী | ভুবনেশ্বৰ |
বৃহত্তম চহৰ | ভুবনেশ্বৰ |
জিলা | ৩০ |
চৰকাৰ | |
• ৰাজ্যপাল | এচ্ চি জমিৰ |
• মুখ্য মন্ত্ৰী | নবীন পট্টনায়ক |
• বিধান সভা | এককক্ষীয় |
• উচ্চ ন্যায়ালয় | ওড়িশা উচ্চ ন্যায়ালয় |
কালি | |
• মুঠ | ১৫৫৮২০ km2 (60,160 sq mi) |
• স্থান | ৯ম |
জনসংখ্যা (২০১১) | |
• মুঠ | ৪১৯৪৭৩৫৮ |
• স্থান | ১১তম |
• ঘনত্ব | 270/km2 (700/sq mi) |
ওড়িশা ভাৰতৰ পূৱ প্ৰান্তৰ এখন ৰাজ্য। এই ৰাজ্য পৰ্যটনৰ সুব্যৱস্থাৰ বাবে জনা যায়। ৰাজ্যখনৰ ৰাজধানী ভুবনেশ্বৰক চিটি অৱ টেম্পলচ্ বা মন্দিৰৰ নগৰ বোলা হয়।
ৰাজ্যখনৰ কাষৰীয়া ৰাজ্য পশ্চিমবঙ্গ, ঝাৰখণ্ড, ছত্তীছগঢ় আৰু অন্ধ্ৰ প্ৰদেশ আছে। ৰাজ্যখনৰ সোঁফালে বঙ্গোপসাগৰ আছে।
ভাষা
[সম্পাদনা কৰক]ওড়িশাৰ ৰাজ্য ভাষা ওড়িয়া।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]
|