ন'বেল বঁটা (২০০২)
অৱয়ব
২০০২ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
১ | পদাৰ্থ বিজ্ঞান | ৰেমণ্ড ডেভিছ কনিষ্ঠ Raymond Davis Jr. |
আমেৰিকা যুক্তৰাষ্ট্ৰ | জ্যোতিৰ্পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা অগ্ৰণী অৱদানৰ বাবে, বিশেষকৈ মহাজাগতিক নিউট্ৰিন'ৰ আৱিষ্কাৰৰ বাবে ("for pioneering contributions to astrophysics, in particular for the detection of cosmic neutrinos") | |
মাছাট'শ্বি ক'শ্বিবা Masatoshi Koshiba |
জাপান | ||||
ৰিকাৰ্ড' জিয়েক'নি Riccardo Giacconi |
ইটালী আমেৰিকা যুক্তৰাষ্ট্ৰ |
জ্যোতিৰ্পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা অগ্ৰণী অৱদানৰ বাবে, বিশেষকৈ মহাজাগতিক ৰঞ্জন ৰশ্মিৰ উৎস আৱিষ্কাৰৰ বাবে ("for pioneering contributions to astrophysics, which have led to the discovery of cosmic X-ray sources") | |||
২ | ৰসায়ন বিজ্ঞান | জন বি. ফেন John B. Fenn |
আমেৰিকা যুক্তৰাষ্ট্ৰ | "জৈৱিক বৃহৎ অণু-ৰ চিনাক্তকৰণ আৰু গাঠনিক বিশ্লেষণৰ বাবে নতুন পদ্ধতি বিকশিত কৰাৰ বাবে" জন বি. ফেন আৰু ক'ইচি টানাকা-লৈ "জৈৱিক বৃহৎ অণুৰ ভৰ বৰ্ণালী বিশ্লেষণৰ বাবে কোমল বিশোষণ আয়নীভৱন পদ্ধতি বিকাশৰ বাবে" | |
ক'ইচি টানাকা Koichi Tanaka |
জাপান | ||||
কূৰ্ট ৱুথ্ৰিখ্ Kurt Wüthrich |
ছুইজাৰলেণ্ড | ||||
৩ | ফিজিঅ'লজী বা মেডিচিন | ছিড্নী ব্ৰেনাৰ Sydney Brenner |
দক্ষিণ আফ্ৰিকা | "অংগৰ বিকাশ আৰু কোষৰ মৃত্যুৰ জিনীয় নিয়ন্ত্ৰণ সম্বন্ধীয় তেখেতসকলৰ গৱেষণাৰ বাবে" ("for their discoveries concerning genetic regulation of organ development and programmed cell death'") | |
এইচ. ৰবাৰ্ট হৰ্ভিজ H. Robert Horvitz |
আমেৰিকা যুক্তৰাষ্ট্ৰ | ||||
জন ই. ছাল্ছটন John E. Sulston |
যুক্তৰাজ্য | ||||
৪ | সাহিত্য | ইম্ৰা কাৰ্টেছ Imre Kertész |
হাংগেৰী | "বুৰঞ্জীৰ নৃশংস স্বেচ্ছাচাৰীতাৰ বিপৰীতে ব্যক্তিৰ ঠুনুকা অভিজ্ঞতাক জীপাল কৰি তোলা তেখেতৰ লিখনীৰ বাবে" ("for writing that upholds the fragile experience of the individual against the barbaric arbitrariness of history") | |
৫ | ন'বেল শান্তি বঁটা | জিমী কাৰ্টাৰ Jimmy Carter |
আমেৰিকা যুক্তৰাষ্ট্ৰ | "আন্তৰ্জাতিক সংঘাটৰ শান্তিপূৰ্ণ সমাধান, গণতন্ত্ৰ আৰু মানৱাধিকাৰৰ অগ্গতি আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ বাবে তেখেত চলাই যোৱা কেবা দশক জোৰা অহৰহ প্ৰচেষ্টাৰ বাবে" ("for his decades of untiring effort to find peaceful solutions to international conflicts, to advance democracy and human rights, and to promote economic and social development") | |
৬ | অৰ্থনীতি বিজ্ঞান | ডেনিয়েল কানেমেন Daniel Kahneman |
আমেৰিকা যুক্তৰাষ্ট্ৰ ইজৰাইল |
মনস্তাত্বিক গৱেষণাৰ জ্ঞান অৰ্থনীতিবিজ্ঞানত সন্নিবিষ্ট কৰাৰ বাবে, বিশেষকৈ অনিশ্চয়তাৰ মাজত মানুহৰ বিচাৰ ক্ষমতা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ বাবে ("for having integrated insights from psychological research into economic science, especially concerning human judgment and decision-making under uncertainty") | |
ভাৰ্নন এল. স্মিথ Vernon L. Smith |
আমেৰিকা যুক্তৰাষ্ট্ৰ | অভিজ্ঞতালব্ধ অৰ্থনৈতিক বিশ্লেষণৰ ক্ষেত্ৰত প্ৰয়োগশালাৰ পৰীক্ষা প্ৰতিষ্ঠা কৰাৰ বাবে, বিশেষকৈ বৈকল্পিক বজাৰ গঠনৰ ওপৰত ("for having established laboratory experiments as a tool in empirical economic analysis, especially in the study of alternative market mechanisms") |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- "List of All Nobel Laureates 2002". Nobelprize.org. আহৰণ কৰা তাৰিখ: 01 Feb 2013 ==বাহ্যিক সংযোগ==
ৱিকিমিডিয়া কমন্সত ন'বেল বঁটা বিজয়ী সম্পৰ্কীয় মিডিয়া ফাইল আছে। বঁটাসমূহ প্ৰাপকসকল বিষয় অনুসৰি নিৰ্নয় বৰ্ষ অনুসৰি
ন'বেল বঁটা বিজয়ীৰ তালিকাকমিটি আৰু সংস্থাসমূহ সম্পৰ্কীয় বিষয়সমূহ