সমললৈ যাওক

পাখি (শ্ৰব্য এলবাম)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাখি
শ্ৰব্য এলবাম
মুক্তি ৩ নৱেম্বৰ ২০০০
শৈলী/ধৰণ অসমীয়া আধুনিক গীত
ভাষা অসমীয়া
লেবেল এন কে প্ৰডাক্‌চন
পৰিচালক জুবিন গাৰ্গ
প্ৰযোজক দেব কুমাৰ
{{{Artist}}} কালক্ৰম
ৰংমন
(২০০০)
পাখি
(২০০০)
হিয়ামন
(২০০১)


পাখি হৈছে ২০০০ চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম[1]এন কে প্ৰডাক্‌চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে।[1] জুবিন গাৰ্গে সংগীত পৰিচালনা আৰু ব্যৱস্থাপনা কৰা এলবামটিৰ গীতৰ কথা জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীৰ।


গীতকেইটিৰ মূল কণ্ঠশিল্পী জুবিন গাৰ্গ, সহযোগী শিল্পী মন্দাকিনী আৰু প্ৰণিতা।[2] জুবিনে এলবামটো প্ৰয়াত মাক ইলি বৰঠাকুৰৰ নামত উচৰ্গা কৰিছিল।[3] মুক্তিৰ লগে লগেই এলবামটি জনপ্ৰিয় হয় আৰু গীতকেইটিৰ জনপ্ৰিয়তা এতিয়াও অক্ষুণ্ণ আছে।

গীতৰ তালিকা

[সম্পাদনা কৰক]

এলবামটিত মুঠ ৮ টা গীত আছে। গীতসমূহ হ'ল[2]-

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "পাখি পাখি এই মন"  জুবিন গাৰ্গজুবিন গাৰ্গ ৫:১৩
2. "আহে বা নাহে"  দিগন্ত ভাৰতীজুবিন গাৰ্গ ৪:১০
3. "দুগালতে যেন"  জুবিন গাৰ্গজুবিন গাৰ্গ, প্ৰণিতা বৈশ্য মেধি ৪:০৮
4. "তুমি দিনৰ"  জুবিন গাৰ্গজুবিন গাৰ্গ ৪:৫১
5. "শিকলি"  জুবিন গাৰ্গজুবিন গাৰ্গ, মন্দাকিনী বৰা ৬:১৫
6. "পাখি মেলি দিয়ে"  দিগন্ত ভাৰতীজুবিন গাৰ্গ ৪:৪৭
7. "চকু মেলা"  জুবিন গাৰ্গ (মাতৃৰ স্মৃতিত)জুবিন গাৰ্গ ৫:৫৩
8. "আঙুলি কাটিলোঁ"  দিগন্ত ভাৰতীজুবিন গাৰ্গ ৩:৫৭
মুঠ দৈৰ্ঘ্য:
৩৮:২৯

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Zubeen Garg". Net Library. http://netlibrary.net/articles/zubeen_garg। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015. 
  2. 2.0 2.1 "Pakhi". Music India Online. Archived from the original on 2015-03-17. https://web.archive.org/web/20150317235129/http://mio.to/album/Pakhi। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015. 
  3. "Zubeen Garg". Online Sivasagar. http://onlinesivasagar.com/music/zubeen-garg.html। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]