ৰাজীৱ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
পায়, পৰা, বিৰুদ্ধে, মাতৃৰ, যাঁচিবলৈ
নিকাকৰণ বট পৰীক্ষা
1 নং শাৰী: 1 নং শাৰী:
{{Infobox Officeholder
{{Infobox Officeholder
|name = ৰাজীৱ ৰত্ন গান্ধী
|name = ৰাজীৱ ৰত্ন গান্ধী
|image = Rajiv-Sapta.jpg
|image = Rajiv-Sapta.jpg
|capation = ৰাজীৱ গান্ধীৰ এখন চিত্ৰ
|capation = ৰাজীৱ গান্ধীৰ এখন চিত্ৰ
|office = [[ভাৰতৰ প্ৰধান মন্ত্ৰীসকলৰ তালিকা|ষষ্ঠ]] [[ভাৰতৰ প্ৰধানমন্ত্ৰী]]
|office = [[ভাৰতৰ প্ৰধান মন্ত্ৰীসকলৰ তালিকা|ষষ্ঠ]] [[ভাৰতৰ প্ৰধানমন্ত্ৰী]]
|president = [[:en:Zail Singh|জাইল সিং]]<br>[[ৰামস্বামী ভেংকটৰমন]]
|president = [[:en:Zail Singh|জাইল সিং]]<br>[[ৰামস্বামী ভেংকটৰমন]]
|term_start = ৩১ অক্টোবৰ ১৯৮৪
|term_start = ৩১ অক্টোবৰ ১৯৮৪
|term_end = ২ ডিচেম্বৰ ১৯৮৯
|term_end = ২ ডিচেম্বৰ ১৯৮৯
|predecessor = [[ইন্দিৰা গান্ধী]]
|predecessor = [[ইন্দিৰা গান্ধী]]
|successor = ভি পি সিং
|successor = ভি পি সিং
|office2 = [[:en:Minister of External Affairs (India)|বৈদেশিক পৰিক্ৰমা মন্ত্ৰী]]
|office2 = [[:en:Minister of External Affairs (India)|বৈদেশিক পৰিক্ৰমা মন্ত্ৰী]]
|term_start2 = ২৫ জুলাই, ১৯৮৭
|term_start2 = ২৫ জুলাই, ১৯৮৭
|term_end2 = ২৫ জুন, ১৯৮৮
|term_end2 = ২৫ জুন, ১৯৮৮
|predecessor2 = নাৰায়ণ দত্ত তিৱাৰী
|predecessor2 = নাৰায়ণ দত্ত তিৱাৰী
|successor2 = [[P. V. Narasimha Rao|পি. ভি. নৰসিংহ ৰাও]]
|successor2 = [[P. V. Narasimha Rao|পি. ভি. নৰসিংহ ৰাও]]
|term_start3 = ৩১ অক্টোবৰ ১৯৮৪
|term_start3 = ৩১ অক্টোবৰ ১৯৮৪
|term_end3 = ২৫ ছেপ্তেম্বৰ ১৯৮৫
|term_end3 = ২৫ ছেপ্তেম্বৰ ১৯৮৫
|predecessor3 = ইন্দিৰা গান্ধী
|predecessor3 = ইন্দিৰা গান্ধী
|successor3 = বালি ৰাম ভগত
|successor3 = বালি ৰাম ভগত
|office4 = বিত্ত মন্ত্ৰী
|office4 = বিত্ত মন্ত্ৰী
|term_start4 = ২৪ জানুৱাৰী, ১৯৮৭
|term_start4 = ২৪ জানুৱাৰী, ১৯৮৭
|term_end4 = ২৫ জুলাই, ১৯৮৭
|term_end4 = ২৫ জুলাই, ১৯৮৭
|predecessor4 = ভি পি সিং
|predecessor4 = ভি পি সিং
|successor4 = নাৰায়ণ দত্ত তিৱাৰী
|successor4 = নাৰায়ণ দত্ত তিৱাৰী
|office5 = প্ৰতিৰক্ষা মন্ত্ৰী
|office5 = প্ৰতিৰক্ষা মন্ত্ৰী
|term_start5 = ২৫ ছেপ্তেম্বৰ ১৯৮৫
|term_start5 = ২৫ ছেপ্তেম্বৰ ১৯৮৫
|term_end5 = ২৪ জানুৱাৰী, ১৯৮৭
|term_end5 = ২৪ জানুৱাৰী, ১৯৮৭
|predecessor5 = [[P. V. Narasimha Rao|পি. ভি. নৰসিংহ ৰাও]]
|predecessor5 = [[P. V. Narasimha Rao|পি. ভি. নৰসিংহ ৰাও]]
|successor5 = ভি পি সিং
|successor5 = ভি পি সিং
|birth_date = {{birth date|1944|8|20|df=y}}
|birth_date = {{birth date|1944|8|20|df=y}}
|birth_place = [[মুম্বাই|বম্বে]], ব্ৰিটিছ ইণ্ডিয়া
|birth_place = [[মুম্বাই|বম্বে]], ব্ৰিটিছ ইণ্ডিয়া
|death_date = {{death date and age|1991|5|21|1944|8|20|df=y}}
|death_date = {{death date and age|1991|5|21|1944|8|20|df=y}}
|death_place = [[:en:Sriperumbudur|শ্ৰীপেৰুম্বুদূৰ]], ভাৰত
|death_place = [[:en:Sriperumbudur|শ্ৰীপেৰুম্বুদূৰ]], ভাৰত
|party = [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]
|party = [[ভাৰতীয় জাতীয় কংগ্ৰেছ]]
|spouse = [[ছোনিয়া গান্ধী]]
|spouse = [[ছোনিয়া গান্ধী]]
|children = [[ৰাহুল গান্ধী]]<br>[[প্ৰিয়ংকা গান্ধী]]
|children = [[ৰাহুল গান্ধী]]<br>[[প্ৰিয়ংকা গান্ধী]]
|religion = [[হিন্দু]]
|religion = [[হিন্দু]]
|alma_mater = [[ত্ৰিনিটি কলেজ]], [[কেমব্ৰিজ]]<br>ইম্পেৰিয়েল কলেজ, [[লণ্ডন]]
|alma_mater = [[ত্ৰিনিটি কলেজ]], [[কেমব্ৰিজ]]<br>ইম্পেৰিয়েল কলেজ, [[লণ্ডন]]
}}
}}
'''ৰাজীৱ ৰত্ন গান্ধী''' ({{lang-en|Rajiv Gandhi}} ({{audio|Hi-RajivGandhi.ogg|উচ্চাৰণ}}) [[ভাৰতবৰ্ষ]]ৰ [[ভাৰতৰ প্ৰধান মন্ত্ৰীসকলৰ তালিকা|ষষ্ঠ]] [[ভাৰতৰ প্ৰধানমন্ত্ৰী|প্ৰধানমন্ত্ৰী]] আছিল (১৯৮৪–১৯৮৯)। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত (৩১ অক্টোবৰ, ১৯৮৪) তেওঁৱেই প্ৰধানমন্ত্ৰীৰ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ মাত্ৰ ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হৈ আটাইতকৈ ''কম বয়সীয়া প্ৰধানমন্ত্ৰী'' হিচাপে পৰিগণিত হয়। ১৯৯১ চনত [[ভাৰত চৰকাৰ|ভাৰত চৰকাৰে]] দেশৰ সৰ্ব্বোচ্চ সন্মন [[ভাৰত-ৰত্ন]] উপাধিৰে তেওঁক সন্মনিত কৰে<ref>{{cite web|title=Padma Awards Directory (1954–2007)|url=http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf|publisher=Ministry of Home Affairs|accessdate=7 December 2010}}</ref>।

ৰাজীৱ গান্ধী [[ইন্দিৰা গান্ধী]] আৰু [[ফিৰোজ গান্ধী]]ৰ বৰপুত্ৰ আছিল। তেওঁ ''ট্ৰিনিটি কলেজ, কেমব্ৰিজ'' আৰু তাৰ পিছত [[লণ্ডন]]ৰ ''ইম্পেৰিয়েল কলেজ''ত অধ্যয়ন কৰিছিল। কিন্তু কোনো এখন মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী ল'বলৈ সক্ষম নহ'ল। কেমব্ৰিজত থাকোতেই তেওঁ [[ইটালী]]ত জন্ম, সেই সময়ৰ এখন ৰেষ্টুৰেণ্টৰ এগৰাকী পৰিচাৰক, [[ছোনিয়া গান্ধী|এণ্ট'নিয়া এলবিনা মাইন']] লগ পায় আৰু পাছলৈ এওঁকেই বিয়া কৰায়। বিশ্ববিদ্যালয় এৰাৰ পিছত তেওঁ [[ইণ্ডিয়ান এয়াৰলাইঞ্চ]]ৰ এজন পেচাদাৰী পাইলট হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ কণিষ্ঠ ভাতৃ [[সঞ্জয় গান্ধী]]ৰ ১৯৮০ চনত মৃত্যু হোৱাৰ পাছত ৰাজীৱ গান্ধীৰ ৰাজনীতিত আগমন ঘটে। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ ১৯৮৪ চনত হোৱা হত্যাকাণ্ডৰ পাছত, [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] দলৰ বিষয়ববীয়া সকলে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰে।

==জন্ম==
==জন্ম==
ৰাজীৱ গান্ধীৰ জন্ম হয় ১৯৪৪ চনৰ ২০ আগষ্টত [[মুম্বাই]]ত। তেওঁৰ মাতৃ হৈছে [[ইন্দিৰা গান্ধী]] আৰু পিতৃ হৈছে [[ফিৰোজ গান্ধী]]। সৰু কাল তেওঁ লাহ-বিলাহৰ মাজেৰে কটায়। জৱাহৰলাল নেহেৰু আৰু ইন্দিৰা গান্ধীৰ দৰেই তেওঁ শৈশৱটো ৰাজকীয় পৰিবেশতে কটায়। শৈশৱত তেওঁ বিজ্ঞান আৰু কাৰিকৰী বিদ্যাত প্ৰবল অনুৰাগী দেখা গৈছিল।

==শিক্ষা==
==শিক্ষা==
দহ বছৰ বয়সত ৰাজীৱ গান্ধীক বৰ্ডিং স্কুলত ভৰ্তি কৰোৱা হয়। প্ৰথমতে [[উত্তৰাখণ্ড]]ৰ [[ডেৰাডুন]]ত অৱস্থিত ''ৱেলহাম বয়ছ স্কুল'' (Welham Boys' School) আৰু পাছলৈ ''ডুন স্কুল''ত। তেওঁক ১৯৬১ চনত লণ্ডনলৈ ''এ-লেভেল'' অধ্যয়নৰ বাবে যায়। ১৯৬২ চনত, ''ট্ৰিনিটি কলেজ, কেম্ব্ৰিজ''ত তেওঁ [[অভিযান্ত্ৰিক বিদ্যা|অভিযান্ত্ৰিক বিভাগ]]ত পঢ়িবলৈ সুবিধা পায়। ৰাজীৱ গান্ধী ১৯৬৫ চনলৈকে ট্ৰিনিটি কলেজত আছিল। কিন্তু পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগতেই, তেওঁ বিশ্ববিদ্যালয় ত্যাগ কৰে। ১৯৬৬ চনত, তেওঁ পুনৰ লণ্ডনৰ ''ইম্পেৰিয়েল কলেজ''ত অধ্যয়নৰ সুবিধা পায় যদিও স্নাতক ডিগ্ৰী অবিহনেই অধ্যয়ন সমাপ্ত কৰে। ডুন স্কুলৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ইংলেণ্ডলৈ যায়।

==ৰাজনীতিত প্ৰৱেশ==
==ৰাজনীতিত প্ৰৱেশ==
১৯৮০ চনত তেওঁৰ ভাতৃৰ মৃত্যুৰ পাছত [[ভাৰতীয় জাতীয় কংগ্ৰেছ]] দলৰ ৰাজনৈতিক নেতা আৰু তেওঁৰ মাতৃ ইন্দিৰা গান্ধীয়ে ৰাজীৱ গান্ধীক ৰাজনীতিত প্ৰৱেশ কৰিবলৈ গুৰুত্ব দিছিল। তেওঁ আৰু তেওঁৰ পত্নী ইয়াৰ বিৰুদ্ধে আছিল, আৰু ৰাজীৱ গান্ধীয়ে তেওঁৰ ভাতৃৰ লোকসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দিতা নকৰে বুলি ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল। সৰ্বশেষত, তেওঁ লোকসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰিছিল। তেওঁৰ ৰাজনীতিত প্ৰৱেশ কৰাত বহুটো প্ৰেছ, জনসাধৰণ তথা ৰাজনৈতিক দলসমূহে সমালোচনা কৰিছিল। তেওঁ ''আমেথি'' লোকসভা আসনৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দিতাত নামিছিল। সেই নিৰ্বাচনত তেওঁ [[লোকদল]]ৰ নেতা [[শৰদ যাদৱ]]ক দুই লক্ষাধিকৰো অধিক ভোটত পৰাস্ত কৰিছিল।

[[উত্তৰ প্ৰদেশ]]ৰ ''আমেথি''ৰ পৰা ১৯৮১ চনৰ ফেব্ৰুৱাৰীত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত, ৰাজীৱ গান্ধী তেওঁৰ মাতৃৰ এজন গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰামৰ্শক হৈ পৰিছিল। ইয়াৰ পৰাই বুজিব পাৰি যে, ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰীৰ পদ যাঁচিবলৈ তেওঁৰ মাতৃ [[ইন্দিৰা গান্ধী]] উঠি-পৰি লাগিছিল। ইয়াৰ পাছতেই তেওঁ [[জাতীয় যুৱ কংগ্ৰেছ]] দলৰ সভাপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে।

[[Image:Rajiv Gandhi Memorial bombsite.jpg|thumb|left|100px|ৰাজীৱ গান্ধীক হত্যা কৰা স্থানত শিলৰ এক কাৰুকাৰ্য্য ]]
[[Image:Rajiv Gandhi Memorial bombsite.jpg|thumb|left|100px|ৰাজীৱ গান্ধীক হত্যা কৰা স্থানত শিলৰ এক কাৰুকাৰ্য্য ]]

==হত্যা==
==হত্যা==
ৰাজীৱ গান্ধীৰ অন্তিম ৰাজহুৱা সভা আছিল ১৯৯১ চনৰ ২১ মে' তাৰিখে, [[চেন্নাই]]ৰ পৰা প্ৰায় ৩০ মাইল নিলগৰ এখন গাঁৱত। তাত তেওঁ [[:en:Sriperumbudur|শ্ৰীপেৰুম্বুদূৰ]] [[লোকসভা]] আসনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাইছিল।<ref>{{cite web|url=http://www.rediff.com/news/1998/jan/11soni1.htm |title=Sonia checks her emotions, but her interpreter goes full throttle |author=N Sathiya Moorthy |work=Rediff On The NeT |publisher=Rediff.com |date = January 1998|accessdate=7 March 2010}}</ref> এই সভাতেই তেওঁক তামিল আত্মঘাতী উগ্ৰপন্থী [[:en:Liberation Tigers of Tamil Eelam|এল টি টি ই]]ৰ এগৰাকী সদস্যাই হত্যা কৰিছিল।

==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
66 নং শাৰী: 66 নং শাৰী:
==বাহ্যিক সংযোগ==
==বাহ্যিক সংযোগ==
* [http://pmindia.nic.in/pm_rajiv.htm A Profile]
* [http://pmindia.nic.in/pm_rajiv.htm A Profile]
* [http://www.pressbrief.in/ Press Brief in]
* [http://www.pressbrief.in/ Press Brief in]
* [http://www.satp.org/satporgtp/countries/india/document/actandordinances/TADA.HTM TERRORIST AND DISRUPTIVE ACTIVITIES (PREVENTION) ACT, 1987]
* [http://www.satp.org/satporgtp/countries/india/document/actandordinances/TADA.HTM TERRORIST AND DISRUPTIVE ACTIVITIES (PREVENTION) ACT, 1987]
*[http://www.qrz.com/database?callsign=VU2RG QRZ Ham Radio Callsign Database – VU2RG]
*[http://www.qrz.com/database?callsign=VU2RG QRZ Ham Radio Callsign Database – VU2RG]
*[http://www.qsl.net/vu2kyp/ham12.html Rajiv Gandhi Memorial SEANET Convention]
*[http://www.qsl.net/vu2kyp/ham12.html Rajiv Gandhi Memorial SEANET Convention]

13:37, 13 May 2020ৰ সংস্কৰণ

ৰাজীৱ ৰত্ন গান্ধী
ষষ্ঠ ভাৰতৰ প্ৰধানমন্ত্ৰী
কাৰ্যকাল
৩১ অক্টোবৰ ১৯৮৪ – ২ ডিচেম্বৰ ১৯৮৯
ৰাষ্ট্ৰপতি জাইল সিং
ৰামস্বামী ভেংকটৰমন
পূৰ্বসূৰী ইন্দিৰা গান্ধী
উত্তৰসূৰী ভি পি সিং
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী
কাৰ্যকাল
২৫ জুলাই, ১৯৮৭ – ২৫ জুন, ১৯৮৮
পূৰ্বসূৰী নাৰায়ণ দত্ত তিৱাৰী
উত্তৰসূৰী পি. ভি. নৰসিংহ ৰাও
কাৰ্যকাল
৩১ অক্টোবৰ ১৯৮৪ – ২৫ ছেপ্তেম্বৰ ১৯৮৫
পূৰ্বসূৰী ইন্দিৰা গান্ধী
উত্তৰসূৰী বালি ৰাম ভগত
বিত্ত মন্ত্ৰী
কাৰ্যকাল
২৪ জানুৱাৰী, ১৯৮৭ – ২৫ জুলাই, ১৯৮৭
পূৰ্বসূৰী ভি পি সিং
উত্তৰসূৰী নাৰায়ণ দত্ত তিৱাৰী
প্ৰতিৰক্ষা মন্ত্ৰী
কাৰ্যকাল
২৫ ছেপ্তেম্বৰ ১৯৮৫ – ২৪ জানুৱাৰী, ১৯৮৭
পূৰ্বসূৰী পি. ভি. নৰসিংহ ৰাও
উত্তৰসূৰী ভি পি সিং
ব্যক্তিগত তথ্য
জন্ম ২০ আগষ্ট, ১৯৪৪
বম্বে, ব্ৰিটিছ ইণ্ডিয়া
মৃত্যু ২১ মে', ১৯৯১ (৪৬ বছৰ)
শ্ৰীপেৰুম্বুদূৰ, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী ছোনিয়া গান্ধী
সন্তান ৰাহুল গান্ধী
প্ৰিয়ংকা গান্ধী
শিক্ষানুষ্ঠান ত্ৰিনিটি কলেজ, কেমব্ৰিজ
ইম্পেৰিয়েল কলেজ, লণ্ডন

ৰাজীৱ ৰত্ন গান্ধী (ইংৰাজী: Rajiv Gandhi (এই শব্দটোৰ বিষয়ে উচ্চাৰণ ) ভাৰতবৰ্ষষষ্ঠ প্ৰধানমন্ত্ৰী আছিল (১৯৮৪–১৯৮৯)। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত (৩১ অক্টোবৰ, ১৯৮৪) তেওঁৱেই প্ৰধানমন্ত্ৰীৰ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ মাত্ৰ ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হৈ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। ১৯৯১ চনত ভাৰত চৰকাৰে দেশৰ সৰ্ব্বোচ্চ সন্মন ভাৰত-ৰত্ন উপাধিৰে তেওঁক সন্মনিত কৰে[1]

ৰাজীৱ গান্ধী ইন্দিৰা গান্ধী আৰু ফিৰোজ গান্ধীৰ বৰপুত্ৰ আছিল। তেওঁ ট্ৰিনিটি কলেজ, কেমব্ৰিজ আৰু তাৰ পিছত লণ্ডনইম্পেৰিয়েল কলেজত অধ্যয়ন কৰিছিল। কিন্তু কোনো এখন মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী ল'বলৈ সক্ষম নহ'ল। কেমব্ৰিজত থাকোতেই তেওঁ ইটালীত জন্ম, সেই সময়ৰ এখন ৰেষ্টুৰেণ্টৰ এগৰাকী পৰিচাৰক, এণ্ট'নিয়া এলবিনা মাইন' লগ পায় আৰু পাছলৈ এওঁকেই বিয়া কৰায়। বিশ্ববিদ্যালয় এৰাৰ পিছত তেওঁ ইণ্ডিয়ান এয়াৰলাইঞ্চৰ এজন পেচাদাৰী পাইলট হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ কণিষ্ঠ ভাতৃ সঞ্জয় গান্ধীৰ ১৯৮০ চনত মৃত্যু হোৱাৰ পাছত ৰাজীৱ গান্ধীৰ ৰাজনীতিত আগমন ঘটে। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ ১৯৮৪ চনত হোৱা হত্যাকাণ্ডৰ পাছত, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিষয়ববীয়া সকলে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰে।

জন্ম

ৰাজীৱ গান্ধীৰ জন্ম হয় ১৯৪৪ চনৰ ২০ আগষ্টত মুম্বাইত। তেওঁৰ মাতৃ হৈছে ইন্দিৰা গান্ধী আৰু পিতৃ হৈছে ফিৰোজ গান্ধী। সৰু কাল তেওঁ লাহ-বিলাহৰ মাজেৰে কটায়। জৱাহৰলাল নেহেৰু আৰু ইন্দিৰা গান্ধীৰ দৰেই তেওঁ শৈশৱটো ৰাজকীয় পৰিবেশতে কটায়। শৈশৱত তেওঁ বিজ্ঞান আৰু কাৰিকৰী বিদ্যাত প্ৰবল অনুৰাগী দেখা গৈছিল।

শিক্ষা

দহ বছৰ বয়সত ৰাজীৱ গান্ধীক বৰ্ডিং স্কুলত ভৰ্তি কৰোৱা হয়। প্ৰথমতে উত্তৰাখণ্ডডেৰাডুনত অৱস্থিত ৱেলহাম বয়ছ স্কুল (Welham Boys' School) আৰু পাছলৈ ডুন স্কুলত। তেওঁক ১৯৬১ চনত লণ্ডনলৈ এ-লেভেল অধ্যয়নৰ বাবে যায়। ১৯৬২ চনত, ট্ৰিনিটি কলেজ, কেম্ব্ৰিজত তেওঁ অভিযান্ত্ৰিক বিভাগত পঢ়িবলৈ সুবিধা পায়। ৰাজীৱ গান্ধী ১৯৬৫ চনলৈকে ট্ৰিনিটি কলেজত আছিল। কিন্তু পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগতেই, তেওঁ বিশ্ববিদ্যালয় ত্যাগ কৰে। ১৯৬৬ চনত, তেওঁ পুনৰ লণ্ডনৰ ইম্পেৰিয়েল কলেজত অধ্যয়নৰ সুবিধা পায় যদিও স্নাতক ডিগ্ৰী অবিহনেই অধ্যয়ন সমাপ্ত কৰে। ডুন স্কুলৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ইংলেণ্ডলৈ যায়।

ৰাজনীতিত প্ৰৱেশ

১৯৮০ চনত তেওঁৰ ভাতৃৰ মৃত্যুৰ পাছত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাজনৈতিক নেতা আৰু তেওঁৰ মাতৃ ইন্দিৰা গান্ধীয়ে ৰাজীৱ গান্ধীক ৰাজনীতিত প্ৰৱেশ কৰিবলৈ গুৰুত্ব দিছিল। তেওঁ আৰু তেওঁৰ পত্নী ইয়াৰ বিৰুদ্ধে আছিল, আৰু ৰাজীৱ গান্ধীয়ে তেওঁৰ ভাতৃৰ লোকসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দিতা নকৰে বুলি ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল। সৰ্বশেষত, তেওঁ লোকসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰিছিল। তেওঁৰ ৰাজনীতিত প্ৰৱেশ কৰাত বহুটো প্ৰেছ, জনসাধৰণ তথা ৰাজনৈতিক দলসমূহে সমালোচনা কৰিছিল। তেওঁ আমেথি লোকসভা আসনৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দিতাত নামিছিল। সেই নিৰ্বাচনত তেওঁ লোকদলৰ নেতা শৰদ যাদৱক দুই লক্ষাধিকৰো অধিক ভোটত পৰাস্ত কৰিছিল।

উত্তৰ প্ৰদেশআমেথিৰ পৰা ১৯৮১ চনৰ ফেব্ৰুৱাৰীত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত, ৰাজীৱ গান্ধী তেওঁৰ মাতৃৰ এজন গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰামৰ্শক হৈ পৰিছিল। ইয়াৰ পৰাই বুজিব পাৰি যে, ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰীৰ পদ যাঁচিবলৈ তেওঁৰ মাতৃ ইন্দিৰা গান্ধী উঠি-পৰি লাগিছিল। ইয়াৰ পাছতেই তেওঁ জাতীয় যুৱ কংগ্ৰেছ দলৰ সভাপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে।

ৰাজীৱ গান্ধীক হত্যা কৰা স্থানত শিলৰ এক কাৰুকাৰ্য্য

হত্যা

ৰাজীৱ গান্ধীৰ অন্তিম ৰাজহুৱা সভা আছিল ১৯৯১ চনৰ ২১ মে' তাৰিখে, চেন্নাইৰ পৰা প্ৰায় ৩০ মাইল নিলগৰ এখন গাঁৱত। তাত তেওঁ শ্ৰীপেৰুম্বুদূৰ লোকসভা আসনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাইছিল।[2] এই সভাতেই তেওঁক তামিল আত্মঘাতী উগ্ৰপন্থী এল টি টি ইৰ এগৰাকী সদস্যাই হত্যা কৰিছিল।

তথ্য সংগ্ৰহ

  1. "Padma Awards Directory (1954–2007)". Ministry of Home Affairs. http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf। আহৰণ কৰা হৈছে: 7 December 2010. 
  2. N Sathiya Moorthy (January 1998). "Sonia checks her emotions, but her interpreter goes full throttle". Rediff On The NeT. Rediff.com. http://www.rediff.com/news/1998/jan/11soni1.htm। আহৰণ কৰা হৈছে: 7 March 2010. 

বাহ্যিক সংযোগ

ৰাজনৈতিক কাৰ্যালয়সমূহ
পূৰ্বৱৰ্তী
ইন্দিৰা গান্ধী
ভাৰতৰ প্ৰধানমন্ত্ৰী
১৯৮৪–১৯৮৯
পৰৱৰ্তী
বিশ্বনাথ প্ৰতাপ সিং
Chairperson of the Planning Commission
1984–1989
Minister of External Affairs
1984–1985
পৰৱৰ্তী
Bali Ram Bhagat
পূৰ্বৱৰ্তী
Narasimha Rao
Minister of Defence
1985–1987
পৰৱৰ্তী
Vishwanath Pratap Singh
পূৰ্বৱৰ্তী
Vishwanath Pratap Singh
Minister of Finance
1987
পৰৱৰ্তী
Narayan Dutt Tiwari
পূৰ্বৱৰ্তী
Narayan Dutt Tiwari
Minister of External Affairs
1987–1988
পৰৱৰ্তী
Narasimha Rao