অসমীয়া শিশু আলোচনীসমূহৰ তালিকা
অৱয়ব
| এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
প্ৰাক স্বাধীনতা কাল
[সম্পাদনা কৰক]| ক্ৰমিক নং | আলোচনী | সম্পাদক | প্ৰথম প্ৰকাশ |
|---|---|---|---|
| ১ | ল'ৰা বন্ধু | কৰুণাভিৰাম বৰুৱা | ১৮৮৮ |
| ২ | অকণ | হেমচন্দ্ৰ গোস্বামী | ১৯১৬[1] |
| ৩ | মইনা | ৰঘুনাথ চৌধাৰী | ১৯২৩[1] |
| ৪ | অকণ | হেমকান্ত গোস্বামী | ১৯২৩ |
| ৫ | অৰুণ | মহাদেৱ শৰ্মা | ১৯২৬[1] |
| ৬ | আমাৰ দেশ | তুলসী নাৰায়ণ শৰ্মা | ১৯৩১ |
| ৭ | পখিলা | হৰেন্দ্ৰ নাথ শৰ্মা | ১৯৩৩ |
| ৮ | ন-জোন | নীলমণি ফুকন | ১৯৩৪ |
| ৯ | পাৰিজাত | দীননাথ শৰ্মা | ১৯৪১ |
৫০-৭০ দশক
[সম্পাদনা কৰক]| ক্ৰমিক নং | আলোচনী | সম্পাদক | প্ৰথম প্ৰকাশ |
|---|---|---|---|
| ১ | অকণ | বিৰিঞ্চি কুমাৰ বৰুৱা | ১৯৪৮[1] |
| ২ | বিহুৱান | হলীৰাম ডেকা | ১৯৫০ |
| ২ | কাঁচি জোন | এম ইব্ৰাহিম আলি | ১৯৫১ |
| ৩ | দীপক | গৌৰীকান্ত তালুকদাৰ | ১৯৫৪ |
| ৪ | জোনবাই | নৱকান্ত বৰুৱা | ১৯৬১[1] |
| ৫ | বিজ্ঞান জেউতি | মিনধৰ বৰঠাকুৰ | ১৯৬১ |
| ৬ | মইনা | জাহিদ চৌধুৰী | ১৯৬২ |
| ৭ | ন-জেউতি | হলধৰ শৰ্মা | ১৯৬৫ |
| ৮ | আমাৰ ঘৰ | জগত চেতিয়া | ১৯৬৫ |
| ৯ | নতুন বেলি | জন্ছ মহলীয়া | ১৯৬৭ |
| ১০ | বাল্য জেউতি | ভূপেন্দ্ৰ নাৰায়ণ চৌধুৰী | ১৯৬৮ |
| ১১ | ভাইটী-ভনীটি | দেবযানী চলিহা | ১৯৬৮ |
| ১২ | ৰ'দালী | সুৰেশ চন্দ্ৰ ৰাজখোৱা | ১৯৬৮ |
| ১৩ | আকাশ | প্ৰীতি বৰুৱা | ১৯৭১ |
| ১৪ | কাকলি | ৰুচিনাথ শৰ্মা, অশ্বিনী কুমাৰ শৰ্মা | ১৯৭২ |
| ১৫ | চান্দমামা | বি. নাগি ৰেড্ডী | ১৯৭৬ |
| ১৬ | কিশোৰ | পৰেশ চন্দ্ৰ বৰুৱা | ১৯৭৬ |
| ১৭ | ৰূপবন | দীপক দত্ত, বুবুল বৰদলৈ | ১৯৭৬ |
| ১৮ | সেউজী | হেম বৰা | ১৯৭৭ |
| ১৯ | কণিকা | অৰুণ শৰ্মা | ১৯৭৭ |
| ২০ | সেউজী | অৰুণ শৰ্মা | ১৯৭৭ |
| ২১ | জোন-তৰা | নগেন বৰা | ১৯৭৭ |
| ২২ | চেমনীয়া | বাণী ভূঞা | ১৯৭৭ |
| ২৩ | মইনা | সূৰ্য্যকুমাৰ ভূঞা | ১৯৭৯ |
| ২৪ | ৰুণজুন | বদন বৰুৱা | ১৯৭৯ |
| ২৫ | ফুলকপি | ৰহিমা হক | ১৯৭৯ |
| ২৬ | বৰ্ণালী | জয়ন্ত ৰঞ্জন চেতিয়া | ১৯৭৯ |
৮০-৯০ দশক
[সম্পাদনা কৰক]| ক্ৰমিক নং | আলোচনী | সম্পাদক | প্ৰথম প্ৰকাশ |
|---|---|---|---|
| ১ | বৰ্ণালী | ১৯৮০ | |
| ২ | অসমী | মৃদুল কুমাৰ বৰা | ১৯৮০ |
| ৩ | বৰ্ণালী | পুনাৰাম নেওগ | ১৯৮১ |
| ৪ | সঁফুৰা | ভবেন্দ্ৰ নাথ শইকীয়া | ১৯৮৩ |
| ৫ | লুইত কমিক্ছ | মানবেন্দ্ৰ কুমাৰ বৰুৱা | ১৯৮৩ |
| ৬ | মৌচাক | শান্তনু তামূলী | ১৯৮৪ |
| ৭ | দৃষ্টি | ড॰ দীনেশ চন্দ্ৰ গোস্বামী | ১৯৮৪ |
| ৮ | টিংকল | অনন্ত পাই | ১৯৮৪ |
| ৯ | কণ কণ | ৰঞ্জু হাজৰিকা | ১৯৮৫ |
| ১০ | ঐক্যন | শান্তনু কৌশিক বৰুৱা | ১৯৮৭ |
| ১১ | অমৰ চিত্ৰ কথা | অনন্ত পাই | ১৯৮৭ |
| ১২ | মইনা | ভাগ্যলক্ষ্মী মহন্ত | ১৯৮৭ |
| ১৩ | মুকুতা | কুমুদ গোস্বামী | ১৯৮৭ |
| ১৪ | ফুল | নলিনীপ্ৰভা ডেকা | ১৯৮৭ |
| ১৫ | বিজ্ঞান সঁফুৰা | কুল ৰঞ্জন ডেকা | ১৯৮৭ |
| ১৬ | ৰং বিৰং | লাৱণ্য গোস্বামী | ১৯৮৮ |
| ১৭ | ত্ৰিনয়ন | ৰমেন শইকীয়া | ১৯৮৮ |
| ১৮ | নতুন আৱিষ্কাৰ | শান্তনু তামূলী | ১৯৮৮ |
| ১৯ | সুৰুয | গকুল বৰপূজাৰী | ১৯৮৯ |
| ২০ | চন্দ্ৰমা | ঊষা ডেকা | ১৯৮৯ |
| ২১ | জ্ঞানকোষ | কুমাৰ নিৰঞ্জন | ১৯৮৯ |
| ২২ | জ্ঞান-বিজ্ঞান | দীনেশ বৈশ্য | ১৯৯০ |
| ২৩ | ৰ'দালি | পূৰ্ণিমা কোঁৱৰ | ১৯৯০ |
| ২৪ | ফুলনি | বুবুল চন্দ্ৰ ডেকা | ১৯৯০ |
| ২৫ | জ্ঞানোদয় | শৰৎ ৰাজখোৱা | ১৯৯০ |
| ২৬ | মৌ-কোঁহ | বেদান্ত কুমাৰ বৰা | ১৯৯০ |
| ২৭ | কিশোৰ | হোমেন বৰগোহাঞি | ১৯৯০ |
| ২৮ | পখিলা | মৃণাল কটকী | ১৯৯১ |
| ২৯ | সন্ধানী | দিগন্ত কুমাৰ বৰা | ১৯৯৩ |
| ৩০ | শিশু | অণিমা চুতীয়া | ১৯৯৪ |
| ৩১ | আজৰি পৰৰ ধেমালি | ভবেন কুমৰ বৰা | ১৯৯৪ |
| ৩২ | মইনা | অতুল বৰা | ১৯৯৪ |
| ৩৩ | ৰ'দালি | দীপক নাথ | ১৯৯৪ |
| ৩৪ | অকণিৰ অগ্ৰদুত | ৰমেন শইকীয়া | ১৯৯৫ |
| ৩৫ | ময়ূৰ | অংকুৰণ দত্ত, মুজাহিদ আলি, দীনেশ গোস্বামী | ১৯৯৫ |
| ৩৬ | আমাৰ সাৰথি | নগেন বৰা | ১৯৯৬ |
| ৩৭ | জিজ্ঞাস | কুলেন্দু পাঠক | ১৯৯৭(?) |
| ৩৮ | জ্ঞানম | দুলাল মিশ্ৰ | ১৯৯৮ |
২১ শতিকা
[সম্পাদনা কৰক]| ক্ৰমিক নং | আলোচনী | সম্পাদক | প্ৰথম প্ৰকাশ |
|---|---|---|---|
| ১ | সমন্বয় | বিপুল কুমাৰ দিহিঙীয়া | ২০০১ |
| ২ | ছাত্ৰ সাৰথি | শিৱনাথ বৰ্মন | ২০০২ |
| ৩ | ৰংমন | ২০০৫ | |
| ৪ | জ্ঞানকোষ | দুলাল মিশ্ৰ | ২০০৭ |
| ৫ | অকণিৰ জেউতি | বিপুল কুমাৰ দিহিঙীয়া | ২০১৩ |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- "অসম ইয়াৰবুক ২০১৫", শৰাইঘাট প্ৰকাশন