25,725
টা সম্পাদনা
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল) |
SlowPhoton (আলোচনা | বৰঙণি) অ (বৰ্ণাশুদ্ধি নিবাৰণ; র->ৰ) |
||
{{আজিৰ দিনটো|24|9|267}}
== ঘটনাৱলী ==
* ১৭২৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে কলকাতা, চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে [[ইষ্ট ইণ্ডিয়া কোম্পানী]]ৰ পৰা অনুমতি লাভ কৰে।
# ১৯৯৯ চনৰ আজিৰ দিনটোতে অসমৰ পৰা অপহৃত বিজেপি প্ৰাৰ্থী পান্নালাল অছোৱালৰ আততায়ীৰ হাতত মৃত্যু হয়। ▼
# ২০০২ চনৰ আজিৰ দিনটোতে গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুজন উগ্ৰপন্থীসহ ২৬ জন লোকৰ মৃত্যু হয়। ▼
▲
▲
▲# ১৯০৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী নীলছ ৰাইবাৰ্গ ফিনছেনৰ মৃত্যু ঘটে। ফটোথেৰাপী আৱিষ্কাৰৰ বাবে তেওঁৰ নাম বিশেষভাৱে বিখ্যাত।
* ২০০৭ চনৰ আজিৰ দিনটোতে প্ৰথম টুৱেণ্টী ২০ বিশ্বকাপ ক্ৰিকেটত পাকিস্তানক ৫ ৰানত পৰাজিত কৰি ভাৰত চেম্পিয়ন হয়।
▲# ২০০১ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত কৰা হয়।
[[শ্ৰেণী:ছেপ্টেম্বৰ]]
|
টা সম্পাদনা