আল-ফাতিহা
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
পৰিসংখ্যা | |
---|---|
চুৰাৰ ক্ৰম | ১ |
----
|
![]() |
|
[[:Image:|আল ফাতিহা ক্বিৰাত]] | |
[[Image:|180px|noicon]] |
|
মিশ্বৰি ৰশ্বিদ আল-আফছি | |
এই ফাইলটো শুনাত অসুবিধা পাইছে? মিডিয়া সাহাৰ্য চাওক |
ছূৰা আল ফাতিহা (আৰবী: سورة الفاتحة) মুছলিমসকলৰ ধৰ্মীয় গ্ৰন্থ কোৰআনৰ ১ নম্বৰ ছূৰা(অধ্যায়), ইয়াৰ আয়াতৰ সংখ্যা ৭ আৰু ৰুকুৰ সংখ্যা ১। ফাতিহা শব্দটো আৰবী "ফাতহুন" শব্দজাত; যাৰ অৰ্থ "উন্মুক্তকৰণ"। ই আল্লাহ'ৰ তৰপৰ পৰা বিশেষ উপহাৰ। ছূৰা আল ফাতিহা অন্যান্য ছূৰাৰ নিচিনা বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম দি আৰম্ভ। আল ফাতিহা ছূৰাটো মক্কাত অৱতীৰ্ণ হৈছে। সেয়েহে ই মক্কী ছূৰা হিচাপে শ্ৰেণীবদ্ধ।
আয়াতসমূহৰ অসমীয়া অনুবাদঃ[সম্পাদনা কৰক]
১:১■ (আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
১:২■ সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে
১:৩■ যিজন পৰম কৰুণাময়, পৰম দয়ালু
১:৪■ বিচাৰ দিৱসৰ মালিক
১:৫■ আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ
১:৬■ আমাক সৰল পথৰ হিদায়ত দিয়া
১:৭■ তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ অহা নাই আৰু যিসকল পথভ্ৰষ্টও নহয়