২ ফেব্ৰুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
8 নং শাৰী: 8 নং শাৰী:
*১৯১৫ চনৰ আজিৰ দিনটোত ট্ৰেইন টু পাকিস্তানৰ দৰে বিখ্যাত গ্ৰন্থ লিখক, ইতিহাসবিদ খুশৱন্ত সিঙৰ জন্ম।
*১৯১৫ চনৰ আজিৰ দিনটোত ট্ৰেইন টু পাকিস্তানৰ দৰে বিখ্যাত গ্ৰন্থ লিখক, ইতিহাসবিদ খুশৱন্ত সিঙৰ জন্ম।
(মৃত্যু ২০১৪ চনৰ ২০ মাৰ্চ)
(মৃত্যু ২০১৪ চনৰ ২০ মাৰ্চ)
*১৯৭৭ চনৰ আজিৰ দিনটোত কলম্বিয়াৰ বাৰ্বানকিলাত বিশ্বপ্ৰসিদ্ধ গায়িকা [[ছাকিৰা]]ৰ জন্ম হয়। ছাকিৰা শব্দৰ অৰ্থ “কৃতজ্ঞ”। ২০১০ চনৰ ১০ জুনত দক্ষিণ আফ্ৰিকাত অনু্ষ্ঠিত ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত তেওঁ "ৱাক্কা ৱাক্কা" পৰিৱেশন কৰে আৰু বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। ফেচবুকত ১০০ মিলিয়ন লাইক পোৱা তেৱেঁই প্ৰথম ব্যক্তি।
*১৯৭৭ চনৰ আজিৰ দিনটোত কলম্বিয়াৰ বাৰ্বানকিলাত বিশ্বপ্ৰসিদ্ধ গায়িকা ছাকিৰাৰ জন্ম হয়। ছাকিৰা শব্দৰ অৰ্থ “কৃতজ্ঞ”। ২০১০ চনৰ ১০ জুনত দক্ষিণ আফ্ৰিকাত অনু্ষ্ঠিত ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত তাই "ৱাক্কা ৱাক্কা" পৰিৱেশন কৰে আৰু বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। ফেচবুকত ১০০ মিলিয়ন লাইক পোৱা তায়েই প্ৰথম ব্যক্তি। তাই প্ৰধানকৈ শিশুৰ শিক্ষা আৰু দাৰিদ্ৰ নিবাৰণৰ দৰে সমাজসেৱা মূলক কামত জড়িত হৈ থাকে। ছাকিৰাৰ মাতৃভাষা স্পেনিছ হলেও, তেওঁ ইংৰাজী, পৰ্তুগিজ, ইতালী আদি ভাষাতো অত্যন্ত পাকৈত।

তেওঁ প্ৰধানকৈ শিশুৰ শিক্ষা আৰু দাৰিদ্ৰ নিবাৰণৰ দৰে সমাজসেৱা মূলক কামত জড়িত হৈ থাকে। ছাকিৰাৰ মাতৃভাষা স্পেনিছ হলেও, তেওঁ ইংৰাজী, পৰ্তুগিজ, ইতালী আদি ভাষাতো অত্যন্ত পাকৈত।
===মৃত্যু===
===মৃত্যু===
*১৯০৭ চনৰ আজিৰ দিনটোত প্ৰাথমিক পিৰিয়ডিক টেবিলৰ ৰাছিয়ান আবিষ্কাৰক দিমিদ্ৰি আইভানোভিচ মেনদিলিভৰ মৃত্যু হয়। (জন্ম ১৮৩৪ চনৰ ৮ ফেব্ৰুৱাৰী)
*১৯০৭ চনৰ আজিৰ দিনটোত প্ৰাথমিক পিৰিয়ডিক টেবিলৰ ৰাছিয়ান আবিষ্কাৰক দিমিদ্ৰি আইভানোভিচ মেনদিলিভৰ মৃত্যু হয়। (জন্ম ১৮৩৪ চনৰ ৮ ফেব্ৰুৱাৰী)

10:52, 7 April 2021ৰ সংস্কৰণ

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

২ ফেব্ৰুৱাৰী (ইংৰাজী: 2 February) গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৪টা দিন (অধিবৰ্ষত ৩৩৫টা দিন) বাকী থাকে।

===ঘটনাৱলী===
  • ১৮১৪ চনৰ আজিৰ দিনটোত কলকাতাত ভাৰতীয় সংগ্ৰহালয় (ইণ্ডিয়ান মিউজিয়াম) প্ৰতিষ্ঠিত হয়।
  • ১৮১৭ চনৰ আজিৰ দিনটোত শিক্ষা আৰু খ্ৰিষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মিছনেৰী চোচাইটিৰ প্ৰথম শাখা কলকাতাত স্থাপিত হয়।

জন্ম

  • ১৯১৫ চনৰ আজিৰ দিনটোত ট্ৰেইন টু পাকিস্তানৰ দৰে বিখ্যাত গ্ৰন্থ লিখক, ইতিহাসবিদ খুশৱন্ত সিঙৰ জন্ম।

(মৃত্যু ২০১৪ চনৰ ২০ মাৰ্চ)

  • ১৯৭৭ চনৰ আজিৰ দিনটোত কলম্বিয়াৰ বাৰ্বানকিলাত বিশ্বপ্ৰসিদ্ধ গায়িকা ছাকিৰাৰ জন্ম হয়। ছাকিৰা শব্দৰ অৰ্থ “কৃতজ্ঞ”। ২০১০ চনৰ ১০ জুনত দক্ষিণ আফ্ৰিকাত অনু্ষ্ঠিত ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত তাই "ৱাক্কা ৱাক্কা" পৰিৱেশন কৰে আৰু বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। ফেচবুকত ১০০ মিলিয়ন লাইক পোৱা তায়েই প্ৰথম ব্যক্তি। তাই প্ৰধানকৈ শিশুৰ শিক্ষা আৰু দাৰিদ্ৰ নিবাৰণৰ দৰে সমাজসেৱা মূলক কামত জড়িত হৈ থাকে। ছাকিৰাৰ মাতৃভাষা স্পেনিছ হলেও, তেওঁ ইংৰাজী, পৰ্তুগিজ, ইতালী আদি ভাষাতো অত্যন্ত পাকৈত।

মৃত্যু

  • ১৯০৭ চনৰ আজিৰ দিনটোত প্ৰাথমিক পিৰিয়ডিক টেবিলৰ ৰাছিয়ান আবিষ্কাৰক দিমিদ্ৰি আইভানোভিচ মেনদিলিভৰ মৃত্যু হয়। (জন্ম ১৮৩৪ চনৰ ৮ ফেব্ৰুৱাৰী)
  • ১৯৩৯ চনৰ আজিৰ দিনটোত নোবেল জয়ী আমেৰিকান অৰ্থনীতিবিদ Dale Thomas Mortensen ৰ জন্ম। তেওঁ ২০১০ চনত অৰ্থনীতিত নোবেল লাভ কৰে। (মৃত্যু ৯ জানুৱাৰী, ২০১৪)
  • ১৯৭০ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত দাৰ্শনিক, গণিতজ্ঞ, সমাজ সমালোচক পণ্ডিত বাৰ্ট্ৰাণ্ড ৰাছেলৰ মৃত্যু। তেওঁ ১৯৫০ চনত Marriage And morals গ্ৰন্থৰ বাবে সাহিত্যৰ নোবেল বঁটা লাভ কৰে। (জন্ম ১৮ মে ১৮৭২)।

দিৱস

  • বিশ্ব জলাহভূমি দিৱস (World Wetlands Day)