সমললৈ যাওক

ভূপেন হাজৰিকাৰ কৰ্মৰাজি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ড॰ ভূপেন হাজৰিকা একাধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক তথা লেখক আছিল। তেওঁ অসমীয়াৰ লগতে বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত সংগীত ৰচনা আৰু কণ্ঠদান কৰিছিল। এই প্ৰবন্ধত ভূপেন হাজৰিকাৰ কৰ্মসমূহ তালিকাবদ্ধ কৰা হৈছে। তেখেতে মৰণোত্তৰভাৱে ২০১২ চনত পদ্ম বিভূষণেৰে সন্মানিত হয়

পৰিচালিত চলচ্চিত্ৰ

[সম্পাদনা কৰক]
চলচ্চিত্ৰৰ নাম বৰ্ষ ভাষা টোকা
এৰা বাটৰ সুৰ১৯৫৬অসমীয়া
মাহুত বন্ধুৰে১৯৫৮বঙালী
শকুন্তলা১৯৬১অসমীয়া
প্ৰতিধ্বনি১৯৬৪অসমীয়া
লটিঘটি১৯৬৬অসমীয়া
চিকমিক বিজুলী১৯৬৯অসমীয়া
ফৰ হুম দ্য ছানৰাইজ১৯৭৪তথ্যচিত্ৰ
এমুঠি চাউলৰ কাহিনী১৯৭৪অসমীয়াতথ্যচিত্ৰ
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী১৯৭৬অসমীয়াতথ্যচিত্ৰ
থ্ৰ' মেলডী এণ্ড ৰীডম১৯৭৭তথ্যচিত্ৰ
মেৰা ধৰম মেৰী মা১৯৭৭হিন্দী
মন প্ৰজাপতি১৯৭৯অসমীয়া
এলং দ্য ৰীভাৰ ব্ৰহ্মপুত্ৰ১৯৮১তথ্যচিত্ৰ
ছিৰাজ১৯৮৮অসমীয়া
মিৰি-জীয়ৰী১৯৮৯অসমীয়াটেলিফিল্ম
গিম্পছেছ অৱ দ্য মিষ্টী ইষ্ট১৯৯৬তথ্যচিত্ৰ

সংগীত পৰিচালকৰূপে

[সম্পাদনা কৰক]

অসমীয়া চলচ্চিত্ৰ

[সম্পাদনা কৰক]
চলচ্চিত্ৰৰ নাম পৰিচালক বৰ্ষ টোকা
ছিৰাজফণী শৰ্মা১৯৪৮সংগীত পৰিচালক বিষ্ণুপ্ৰসাদ ৰাভা;
সহকাৰী সংগীত পৰিচালক ভূপেন হাজৰিকা
সতী বেউলাসুনীল গাঙ্গুলী১৯৪৮
পিয়লী ফুকনফণী শৰ্মা১৯৫৫
ধুমুহাফণী শৰ্মা১৯৫৭
কেঁচা সোণফণী শৰ্মা১৯৫৯
পুৱতি নিশাৰ সপোনফণী শৰ্মা১৯৫৯
মণিৰাম দেৱানসৰ্বেশ্বৰ চক্ৰৱৰ্তী১৯৬৩
প্ৰতিধ্বনিভূপেন হাজৰিকা১৯৬৪
ভাগ্যতাৰাচাঁদ বৰজাত্য১৯৬৩সংগীত পৰিচালক লক্ষ্মীকান্ত-প্যাৰেলাল;
গীতৰ অসমীয়া ৰূপান্তৰ ভূপেন হাজৰিকাৰ
লটিঘটিভূপেন হাজৰিকা১৯৬৬
চামেলি মেমচা'বআব্দুল মজিদ১৯৭৫শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপ্ত
খোজপুলক গগৈ১৯৭৫
কাঁচঘৰআব্দুল মজিদ১৯৭৫
পলাশৰ ৰংজীৱন বৰা১৯৭৬
বনহংসআব্দুল মজিদ১৯৭৭
বনজুইআব্দুল মজিদ১৯৭৮
অকণগৌৰী বৰ্মন১৯৮০
অপৰূপাজাহ্নু বৰুৱা১৯৮৩
অংগীকাৰপ্ৰবীণ বৰা১৯৮৫
যুগে যুগে সংগ্ৰামগৌৰী বৰ্মন১৯৮৬
সংকল্পহেম বৰা১৯৮৬
মাভৱেন দাস১৯৮৬
প্ৰতিশোধঅনিল মিত্ৰ১৯৮৭
ছিৰাজভূপেন হাজৰিকা১৯৮৮প্ৰথম অসমীয়া ৰি-মেক চিনেমা
পানীপ্ৰফুল্ল শইকীয়া১৯৯০
মিৰি-জীয়ৰীভূপেন হাজৰিকা১৯৯০দূৰদৰ্শন প্ৰযোজনাৰ
প্ৰিয়জনৱাইছকুৰ্ণী বৰা১৯৯৩
অশান্ত প্ৰহৰশিৱ প্ৰসাদ ঠাকুৰ১৯৯৪
সতী ৰাধিকাঅঞ্জলি দাস২০০৪চুটি কাহিনী চিত্ৰ

হিন্দী চলচ্চিত্ৰ

[সম্পাদনা কৰক]
চলচ্চিত্ৰৰ নাম পৰিচালক বৰ্ষ টোকা
আৰোপআত্মাৰাম১৯৭৩
অপেক্ষাজাহ্নু বৰুৱা১৯৮৪
এক পলকল্পনা লাজমী১৯৮৬
ৰুদালীকল্পনা লাজমী১৯৯২
দৰমিয়াকল্পনা লাজমী১৯৯৭
মিল গেয়া মঞ্জিল মুঝেলেখ টেণ্ডন১৯৯৭
সাজসাই পাৰাঞ্জাপে১৯৯৭
দমনকল্পনা লাজমী২০০০
গজগামিনীএম এফ হুছেইন২০০১
কিউকল্পনা লজমী২০০৩
চিংগাৰকল্পনা লাজমী২০০৬

বঙালী চলচ্চিত্ৰ

[সম্পাদনা কৰক]
চলচ্চিত্ৰৰ নাম বৰ্ষ পৰিচালক টোকা
জীবন তৃষ্ণাঅসিত সেন১৯৫৭
কড়ি ও কোমলঅসিত সেন১৯৫৭
জোনাকিৰ আলোঅসিত সেন১৯৫৮
দুই বেচেৰা১৯৭৬
এখানে পিঞ্জৰ১৯৭১
দম্পতি১৯৭৬
মহুয়া১৯৭৭
সীমনা পেৰিয়েআলমগীৰ কবিৰ১৯৭৬
নাগিনী কন্যাৰ কাহিনী১৯৭৯
কালী সিঁদূৰ১৯৮৪
কোমল আন্ধাৰ

আন ভাষাৰ চলচ্চিত্ৰ

[সম্পাদনা কৰক]

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
গ্ৰন্থৰ নাম বৰ্ষ বিষয় টোকা
সুন্দৰৰ ন দিগন্ত১৯৬৭প্ৰবন্ধ
সুন্দৰৰ সৰু-বৰ আলিয়েদি১৯৮০প্ৰবন্ধ
সময়ৰ পখী ঘোঁৰাত উঠি১৯৮১প্ৰবন্ধ
সহস্ৰজনে মোক প্ৰশ্ন কৰে১৯৮৩প্ৰবন্ধ
কৃষ্টিৰ পথাৰে পথাৰে১৯৯৩প্ৰবন্ধ
জ্যোতি ককাইদেউ১৯৯৩প্ৰবন্ধ
বিষ্ণু ককাইদেউ১৯৯৩প্ৰবন্ধ
ব'হাগ মাঁথো এটি ঋতু নহয়১৯৯৩প্ৰবন্ধ
বহ্নিমান লুইতৰ পাৰে পাৰে১৯৯৩প্ৰবন্ধ
নন্দনতত্বৰ কৰ্মীসকল১৯৯৩প্ৰবন্ধ
সোঁৱৰণী মোৰ ৰঙালী জীৱনৰ১৯৯৩প্ৰবন্ধ
সম্পাদকীয়১৯৯৩প্ৰবন্ধ
মোৰ দেশ: মোৰ মনৰ কথা১৯৯৩প্ৰবন্ধ
প্ৰসংগ সুন্দৰৰ২০০৬প্ৰবন্ধ
জিলিকাব লুইতৰে পাৰ১৯৫৫গীত সংকলন
সংগ্ৰাম লগ্নে আজি১৯৬২গীত সংকলন
আগলি বাঁহৰে লাহৰি গগনা১৯৬৮গীত সংকলন
বহ্নিমান ব্ৰহ্মপুত্ৰ১৯৮০গীত সংকলন
গীতাৱলী১৯৯৩গীত সংকলন
দিহিঙে-দিপাঙে১৯৭৬ভ্ৰমণ কাহিনী
মই এটি যাযাবৰ১৯৯৩ভ্ৰমণ কাহিনী
ভূপেন মামাৰ গীতে-মাতে অ-আ ক-খ১৯৭৬শিশুগ্ৰন্থ