লক্ষ্মী
অৱয়ব
(Adilakshmiৰ পৰা পুনঃনিৰ্দেশিত)
লক্ষ্মী দেৱী | |
---|---|
ধন-সম্পত্তি | |
লক্ষ্মী দেৱীৰ প্ৰতিমুৰ্তি | |
অন্য নাম | শ্ৰী, নাৰায়ণী, ভাৰ্গৱী, ভাগৱতী, পদ্মা, কমলা, বৈষ্ণৱী |
দেৱনাগৰী | लक्ष्मी |
সংস্কৃত লিপ্যন্তৰ | लक्ष्मी |
সম্পৰ্ক | দেৱী |
নিবাস | বৈকুণ্ঠ আৰু মণিদ্বীপ |
মন্ত্ৰ | ॐ श्रीं श्रियें नमः। ॐ श्रीं महालक्ष्म्यै नमः। ॐ श्री महालक्ष्म्यै नमः। |
সঙ্গী | বিষ্ণু |
সহোদৰ | অলক্ষ্মী আৰু জ্যেষ্ঠা |
আসন/বাহন | পদ্ম আৰু হাতী |
উৎসৱ | দেৱালী (লক্ষ্মী পূজা), শৰদ পূৰ্ণিমা, বৰলক্ষ্মী ব্ৰত, নৱৰাত্ৰি, সংক্ৰান্তি[1] |
লক্ষ্মী হিন্দু ধৰ্মাৱলম্বীসকলৰ ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী।[2] তেওঁ হিন্দু ত্ৰিদেৱী বুলি পৰিচিত পাৰ্বতী আৰু সৰস্বতীৰ মাজৰ এগৰাকী৷[3]
ব্যুৎপত্তি
[সম্পাদনা কৰক]লক্ষ্মী শব্দটো মূল সংস্কৃত শব্দ লক্ষ্ (সংস্কৃত: लक्ष्) আৰু লক্ষ (সংস্কৃত: लक्ष) -ৰ পৰা আহিছে৷ যাৰ অৰ্থ হৈছে- ক্ৰমান্বয়ে 'লক্ষ্য কৰা', 'দৰ্শন কৰা', 'ভালকৈ চোৱা', 'নিৰিক্ষণ কৰা'৷[4][5] লক্ষ্মীৰ মূল শব্দটোৱে নিজ লক্ষ্যক জনা আৰু বুজাটোক সূচায়।[6] ইয়াৰ সৈতে সম্পৰ্কিত আন এটা শব্দ হৈছে লক্ষণ; যাৰ অৰ্থ হৈছে- 'চিহ্নযুক্ত', 'শুভচিহ্ন যুক্ত', 'ভাগ্যবান'।[7][8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Translating the secrets of Makara Sankranti". Times of India. 14 January 2021. https://timesofindia.indiatimes.com/blogs/tea-with-life/translating-the-secrets-of-makara-sankranti/.
- ↑ Ph.D, James G. Lochtefeld (2001-12-15) (en ভাষাত). The Illustrated Encyclopedia of Hinduism, Volume 1. The Rosen Publishing Group, Inc. ISBN 978-0-8239-3179-8. https://books.google.com/books?id=5kl0DYIjUPgC&q=Lakshmi.
- ↑ Mark W. Muesse. The Hindu Traditions: A Concise Introduction. Fortress Press. পৃষ্ঠা. 157. ISBN 978-1451414004. https://books.google.com/books?id=VlQBfbwk7CwC.
- ↑ শৰ্মা শাস্ত্ৰী, নাৰায়ণ চন্দ্ৰ (২০১৬). লক্ষ্ (সংস্কৃত-অসমীয়া শব্দাৰ্থকোষ. প্ৰকাশক পাণবজাৰ, গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ২৩৯.
- ↑ "lakṣ, लक्ष्." Monier-Williams Sanskrit-English Dictionary. Germany: University of Koeln. Archived 20 May 2015 at the Wayback Machine
- ↑ Plum-Ucci, Carol. Celebrate Diwali. আই.এচ.বি.এন. 978-0766027787. pp. 79–86.
- ↑ শৰ্মা শাস্ত্ৰী, নাৰায়ণ চন্দ্ৰ (২০১৬). লক্ষণ (সংস্কৃত-অসমীয়া শব্দাৰ্থকোষ. প্ৰকাশক পাণবজাৰ, গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ২৩৯.
- ↑ "lakṣaṇa." Monier-Williams Sanskrit-English Dictionary. Germany: University of Koeln. Archived 20 May 2015 at the Wayback Machine.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত লক্ষ্মী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|