সমললৈ যাওক

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(List of protected areas of Assamৰ পৰা পুনঃনিৰ্দেশিত)

ৰাষ্ট্ৰীয় উদ্যানসমূহ

[সম্পাদনা কৰক]
ক্ৰমিক নং চিত্ৰ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিতি মাটিকালি (বৰ্গ কিঃমিঃ) প্ৰাপ্য জীৱ-জন্তু/ আন আকৰ্ষণ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট জিলা, নগাঁও ১০৯০ বৰ্গ কিঃমিঃ[1] গঁড়, বাঘ, বনৰীয়া ম'হ, হলৌ বান্দৰ, হাতী, বৰা, শিহু
ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তিনিচুকীয়া জিলা, ডিব্ৰুগড় ৩৪০ বৰ্গ কিঃমিঃ অন্য ঘৰচীয়া ঘোঁৰা, বনৰীয়া ম'হ
ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং জিলা, শোণিতপুৰ জিলা ৭৮.৮১ বৰ্গ কিঃমিঃ গঁড়, বাঘ, হাতী
মানস ৰাষ্ট্ৰীয় উদ্যান বাক্সা জিলা ৯৫০ বৰ্গ কিঃমিঃ বাঘ, বনৰীয়া ম'হ, সোণালী বান্দৰ, নল গাহৰি, গঁড়
নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলা ২০০ বৰ্গ কিঃমিঃ বাঘ, ধনেশ, দেওহাঁহ, সোণালী মহাচিৰ (মাছ)
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ২৩৪.২৬ বৰ্গ কিঃমিঃ হাতী, বাঘ, হলৌ বান্দৰ, দেওহাঁহ, ধনেশ
ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ ৪২২ বৰ্গ কিঃমিঃ সোণালী বান্দৰ, হাতী, নাহৰফুটুকী বাঘ, বনৰীয়া ম'হ, ফুটুকী হৰিণ, ধনেশ
শিখনা জৌলাও ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ আৰু চিৰাং ৩১৬.২৯ বৰ্গ কিঃমিঃ সোণালী বান্দৰ, হাতী, ঢেঁকীয়াপতীয়া বাঘ, পখিলা

অভয়াৰণ্যসমূহ

[সম্পাদনা কৰক]
ক্ৰমিক নং চিত্ৰ অভয়াৰণ্য অৱস্থিতি মাটিকালি (বৰ্গ কিঃমিঃ) প্ৰাপ্য জীৱ-জন্তু/ আন আকৰ্ষণ
পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলা ৩৮.৮০ গঁড়, নাহৰ ফুটুকী, হুগৰি পহু, বিভিন্ন প্ৰকাৰৰ মাছ
ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য তিনিচুকীয়া জিলা ৭.২২ হলৌ বান্দৰ, নাহৰ ফুটুকী, টুপীয়া বান্দৰ
পানী দিহিং অভয়াৰণ্য শিৱসাগৰ জিলা ৩৩.৯৩ হাতী, পৰিভ্ৰমী চৰাই
হোলোঙাপাৰ গিবন অভয়াৰণ্য যোৰহাট জিলা ২০.৯৮ হলৌ বান্দৰ, হাতী, বান্দৰ
নামবৰ অভয়াৰণ্য গোলাঘাট জিলা, কাৰ্বি আংলং জিলা ৩৭ শৰপহু, হাতী, হলৌ বান্দৰ, বাঘ
গৰমপানী অভয়াৰণ্য গোলাঘাট জিলা, কাৰ্বি আংলং জিলা ৬.৩৫ হাতী, অৰ্কিড, গৰম পানীৰ উঁহ (উষ্ণ প্ৰস্ৰৱন)
নামবৰ-দৈগ্ৰুং অভয়াৰণ্য গোলাঘাট জিলা, কাৰ্বি আংলং জিলা ৯৭.১৫[2] শৰপহু, হাতী, হলৌ বান্দৰ
পূব কাৰ্বি আংলং অভয়াৰণ্য কাৰ্বি আংলং জিলা ২২২ শৰপহু, হাতী, হলৌ বান্দৰ, বাঘ
সোণাই-ৰূপাই অভয়াৰণ্য শোণিতপুৰ জিলা ২৩০ শৰপহু, হাতী, দেওঁহাঁহ, বাঘ
১০ বৰনদী অভয়াৰণ্য বাক্সা জিলা, ওদালগুৰি জিলা ২৬.২২ নল গাহৰি, বনৰৌ, হাতী, কেটেলা পহু
১১ চক্ৰশিলা অভয়াৰণ্য ধুবুৰী জিলা ৪৫.৫০ সোণালী বান্দৰ, শৰ, হৰিণা
১২ আমচোং অভয়াৰণ্য কামৰূপ মহানগৰ জিলা ৭৮.৬৪ হাতী, শৰ, হলৌ বান্দৰ, নাহৰ ফুটুকী
১৩ লাওখোৱা অভয়াৰণ্য নগাঁও জিলা ৭০.১৩ হাতী, বাঘ, বনৰীয়া ম'হ
১৪
বুঢ়া চাপৰি অভয়াৰণ্য শোণিতপুৰ জিলা ৪৪.০৬ হাতী, বাঘ, বনৰীয়া ম'হ
১৫ মাৰাট লংৰি অভয়াৰণ্য কাৰ্বি আংলং জিলা ৪৫১.০০ বাঘ, নাহৰ ফুটুকী, হাতী, হলৌ বান্দৰ, জহামল, হুগৰি পহু, শৰপহু
১৬ বৰাইল অভয়াৰণ্য ডিমা হাছাও জিলা ৩২৬.২৫ ভালুক, হলৌ বান্দৰ, অৰ্কিড

প্ৰস্তাৱিত অভয়াৰণ্যসমূহ

[সম্পাদনা কৰক]
ক্ৰমিক নং চিত্ৰ ৰাষ্ট্ৰীয় উদ্যান/অভয়াৰণ্য অৱস্থিতি মাটিকালি (বৰ্গ কিঃমিঃ) প্ৰাপ্য জীৱ-জন্তু/ আন আকৰ্ষণ
বৰদৈবাম বিলমুখ লখিমপুৰ ১১.২৫ পৰিভ্ৰমী চৰাই, স্থানীয় জলচৰ চৰাই
দিপৰ বিল কামৰূপ মহানগৰ জিলা ৪.১৪ পৰিভ্ৰমী চৰাই, হাতী
উত্তৰ কাৰ্বি আংলং কাৰ্বি আংলং ৯৬.০০ হলৌ বান্দৰ, বাঘ, হাতী

পক্ষী উদ্যানসমূহ

[সম্পাদনা কৰক]
  • বৰদৈবাম বিলমুখ পক্ষী উদ্যান

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Kaziranga National Park". nagaon.gov.in. Archived from the original on 4 August 2021. https://web.archive.org/web/20210804153932/https://nagaon.gov.in/frontimpotentdata/kaziranga-national-park#:~:text=Kaziranga%20National%20Park%20lies%20partly,Anglong%20hills%20on%20the%20South.। আহৰণ কৰা হৈছে: 11 June 2021. 
  2. "Nambor - Doigrung Wildlife Sanctuaries". Department of Environment & Forests, Government of Assam. 2013-04-05. Archived from the original on 2013-05-16. https://web.archive.org/web/20130516062806/http://assamforest.in/NP_Sanctuaries/wls_nDoigrung.php। আহৰণ কৰা হৈছে: 2013-06-17. 
  • A Glimpse of National Parks...... Director, Forest Communnication, Forest Dept. Assam 2006

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]