ব্ৰহ্মা
অৱয়ব
(Lord Brahmaৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ব্ৰহ্মা | |
---|---|
ব্ৰহ্মদেৱৰ চিত্ৰ | |
অধিকাৰ | সৃষ্টি |
দেৱনাগৰী | ब्रह्मा |
গোত্ৰ | দেৱ (ত্ৰিমূৰ্তি) |
অধিষ্ঠান | ব্ৰহ্মলোক |
দাম্পত্যসঙ্গী | সৰস্বতী আৰু গায়ত্ৰী |
বাহন | ৰাজহংস |
ব্ৰহ্মা (সংস্কৃত: ब्रह्मा; Brahmā) হিন্দুধৰ্মৰ সৃষ্টিৰ দেৱতা। বিষ্ণু আৰু শিৱৰ লগত ব্ৰহ্মদেৱকো ত্ৰিমূৰ্তিৰ মাজৰ এজন বুলি স্থান দিয়া হৈছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ব্ৰহ্মা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- The Brahma-Samhita - Prayers of Lord Brahma at the start of creation Archived 2009-12-10 at the Wayback Machine (Brahmasamhita.com)
- Brahma's Prayers for Creative Energy from the Bhagavata Purana Archived 2009-11-11 at the Wayback Machine (vedabase.net)
|