সমললৈ যাওক

পদ্মবিভূষণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Padma Vibhushanৰ পৰা পুনঃনিৰ্দেশিত)
পদ্মবিভূষণ
বঁটাৰ তথ্য
প্ৰকাৰ অসামৰিক
শ্ৰেণী জাতীয়
প্ৰথমবাৰ প্ৰদান ১৯৫৪
অন্তিমবাৰ প্ৰদান ২০২৩
মুঠ প্ৰদানৰ সংখ্যা ৩২৫
প্ৰদানকৰ্তা ভাৰত চৰকাৰ
পূৰ্বৰ নাম প্ৰথম বৰ্গ
প্ৰথম প্ৰাপক সতেন্দ্ৰ নাথ বসু, নন্দ লাল বসু, জাকিৰ হুচেইন, বলচাহেব গংগাধৰ খেৰ, জিগমে দৰ্জি ৱাঙচুক, ভি. কে. কৃষ্ণ মেনন
বঁটাৰ মৰ্যদা
ভাৰতৰত্নপদ্মবিভূষণপদ্মভূষণ

পদ্মবিভূষণ (ইংৰাজী: Padma Vibhushan, হিন্দী: पद्म विभूषण) ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সম্মান। পদ্মবিভূষণ প্ৰাপকে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা এটা পদক আৰু এখন মানপত্ৰ প্ৰদান কৰে। পদ্মবিভূষণ পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান শীৰ্ষ স্থানীয়। ১৯৫৪ চনৰ ২ জানুৱাৰীত এই সম্মান প্ৰবৰ্তিত হয়। মৰ্যাদাক্ৰম অনুসৰি, পদ্মবিভূষণ সন্মানৰ স্থান ভাৰতৰত্নৰ পাছত আৰু পদ্মভূষণৰ আগত। চৰকাৰী সেৱা সহ যিকোনো ক্ষেত্ৰত জাতিৰ প্ৰতি বিশেষ আৰু ব্যতিক্ৰমী অবদানেৰ স্বীকৃতিস্বৰূপে এই সম্মান প্ৰদান কৰা হয়। সতেন্দ্ৰ নাথ বসু, নন্দ লাল বসু, জাকিৰ হুচেইন, বলচাহেব গংগাধৰ খেৰ, জিগমে দৰ্জি ৱাঙচুক, ভি. কে. কৃষ্ণ মেনন - এই সকল ব্যক্তিয়ে ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে পদ্মবিভূষণ সন্মান লাভ কৰে।

১৯৫৪ চনৰ ২ জানুৱাৰীত এই সম্মান প্ৰবৰ্তিত হয়। প্ৰকৃততে তিন-বৰ্গৰ "পদ্মবিভূষণ" সম্মানৰ "প্ৰথম বৰ্গ" ৰূপে এই সম্মান প্ৰবৰ্তিত কৰা হৈছিল। যদিও ১৯৫৫ চনত এই সম্মানৰ ধৰণ পৰিৱৰ্তন কৰা হয় আৰু প্ৰকৃত পৰিকল্পনাৰ আকাৰে এই সম্মান প্ৰদান কৰাৰ কথা উল্লেখ পোৱা নাযায়। ১৯৭৭ চনৰ পৰা ১৯৮০ চন আৰু ১৯৯২ চনৰ পৰা ১৯৯৮ চনলৈকে এই সম্মান প্ৰদান কৰা হোৱা নাছিল।

২০১১ চনৰ শেষলৈকে, কেৱল ২৮৮জন ব্যক্তিলৈহে এই সন্মান আগবঢ়োৱা হৈছে[1][2]

পদকৰ বিৱৰণ

[সম্পাদনা কৰক]

প্ৰথম পদক (১৯৫৪-১৯৫৫)

[সম্পাদনা কৰক]

প্ৰথম পদকটো আছিল এটা গোলাকাৰ স্বৰ্ণপদক। ইয়াৰ ব্যাস আছিল ১-৩/৮ ইঞ্চি। মাজত এপাহ পদুমফুল, ওপৰত "পদ্মবিভূষণ" কথাষাৰৰ তলত এটা পুষ্পবৃত্ত চিত্ৰিত আছিল। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে। তাৰ ওপৰত "দেশ সেৱা" কথাষাৰ আৰু তলত এপাহ পদুমফুল চিত্ৰিত আছিল। তেতিয়া এই নক্সাটো কোনো প্ৰাপকৰ সম্মানপদকৰ ক্ষেত্ৰত ব্যবহৃত হৈছিল নে নাই তাৰ কোনো লিখিত উল্লেখ পোৱা নাযায়।

দ্বিতীয় পদক (১৯৫৫-১৯৫৭)

[সম্পাদনা কৰক]

১৯৫৫ চনত পদকৰ নক্সাটো "প্ৰধানত গোলাকাৰ"লৈ পৰিৱৰ্তন কৰা হয়। ট'নড ব্ৰঞ্জ (Toned bronze)ৰ দ্বাৰা নিৰ্মিত পদকটোৰ ব্যাস ১-৩/১৬ ইঞ্চি। এই পদকত বিভিন্ন জ্যামিতিক আকাৰ সংযোগ কৰা হয়। পদকৰ মাজত সোণৰ বগা পাত চৰোৱা, চাৰিটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। ফুল পাহৰ ওপৰত আৰু তলত "পদ্মবিভূষণ" কথাষাৰ ৰূপালী গ্লিল্টি (silver-gilt)ৰে খোদিত কৰা হয়।

বৰ্তমানৰ পদক (১৯৫৭-বৰ্তমান লৈকে)

[সম্পাদনা কৰক]

১৯৫৭ চনত পদকৰ নক্সা একে ৰাখি ইয়াৰ নিৰ্মাণত ট'নড ব্ৰঞ্জ (Toned bronze)ৰ সলনি বাৰ্ণিছড ব্ৰঞ্জ (Burnished bronze) ব্যৱহাৰ কৰিবলৈ লোৱা হয়।

পদ্মবিভূষণ বঁটা বিজয়ীৰ তালিকা

[সম্পাদনা কৰক]
বৰ্ষবঁটা প্ৰাপকৰ নামক্ষেত্ৰৰাজ্যদেশ
১৯৫৪Satyendra Nath Boseবিজ্ঞানপশ্চিম বংগভাৰত
১৯৫৪Zakir Hussainজননীতিঅন্ধ্ৰ প্ৰদেশভাৰত
১৯৫৪Balasaheb Gangadhar Kherজননীতিমহাৰাষ্ট্ৰভাৰত
১৯৫৪Jigme Dorji Wangchukজননীতিভূটান*
১৯৫৪Nand Lal Boseশিল্পকলাপশ্চিম বংগভাৰত
১৯৫৪V. K. Krishna Menonজননীতিকেৰালাভাৰত
১৯৫৫Dhondo Keshav Karveসাহিত্য আৰু শিক্ষামহাৰাষ্ট্ৰভাৰত
১৯৫৫J. R. D. Tataশিল্প আৰু বাণিজ্যমহাৰাষ্ট্ৰভাৰত
১৯৫৬Chandulal Madhavlal Trivediজননীতিমধ্য প্ৰদেশভাৰত
১৯৫৬Fazal Aliজননীতিবিহাৰভাৰত
১৯৫৬Jankibai Bajajসমাজসেৱা়মধ্য প্ৰদেশভাৰত
১৯৫৭Ghanshyam Das Birlaশিল্প আৰু বাণিজ্যৰাজস্থানভাৰত
১৯৫৭Motilal Chimanlal Setalvadআইন আৰু জননীতিমহাৰাষ্ট্ৰভাৰত
১৯৫৭Shriprakashজননীতিঅন্ধ্ৰ প্ৰদেশভাৰত
১৯৫৯John Matthaiসাহিত্য আৰু শিক্ষাকেৰালাভাৰত
১৯৫৯Radhabinod Palজননীতিপশ্চিম বংগভাৰত
১৯৫৯Gaganvihari Lallubhai Mehtaসমাজসেৱা়মহাৰাষ্ট্ৰভাৰত
১৯৬০Naryana Raghvan Pillaiজননীতিতামিল নাডুভাৰত
১৯৬২H. Varda Raja IyengarCivil Serviceতামিল নাডুভাৰত
১৯৬২Padmaja Naiduজননীতিঅন্ধ্ৰ প্ৰদেশভাৰত
১৯৬২Vijaya Lakshmi PanditCivil Serviceউত্তৰ প্ৰদেশভাৰত
১৯৬৩A. Lakshmanaswami Mudaliarচিকিৎসা বিজ্ঞানতামিল নাডুভাৰত
১৯৬৩Suniti Kumar Chatterjiসাহিত্য আৰু শিক্ষাপশ্চিম বংগভাৰত
১৯৬৩Hari Vinayak Pataskarজননীতিমহাৰাষ্ট্ৰভাৰত
১৯৬৪Gopinath Kavirajসাহিত্য আৰু শিক্ষাউত্তৰ প্ৰদেশভাৰত
১৯৬৪Acharya Kalelkarসাহিত্য আৰু শিক্ষামহাৰাষ্ট্ৰভাৰত
১৯৬৫Arjan Singhসামৰিক সেৱাদিল্লীভাৰত
১৯৬৫Joyanto Nath Chaudhuriসামৰিক সেৱাপশ্চিম বংগভাৰত
১৯৬৫Mehdi Nawaz Jungজননীতিঅন্ধ্ৰ প্ৰদেশভাৰত
১৯৬৬Valerian Graciasসমাজসেৱা়মহাৰাষ্ট্ৰভাৰত
১৯৬৭Bhola Nath JhaCivil Serviceউত্তৰ প্ৰদেশভাৰত
১৯৬৭Chandra Kisan Daphtaryজননীতিমহাৰাষ্ট্ৰভাৰত
১৯৬৭Hafix Mohammed IbrahimCivil Serviceঅন্ধ্ৰ প্ৰদেশভাৰত
১৯৬৭Pattadakal Venkanna R RaoCivil Serviceঅন্ধ্ৰ প্ৰদেশভাৰত
১৯৬৮Madhav Shrihari Aneyজননীতিমহাৰাষ্ট্ৰভাৰত
১৯৬৮Subrahmanyan Chandrasekharবিজ্ঞানতামিল নাডুআমেৰিকা যুক্তৰাষ্ট্ৰ*
১৯৬৮Prasanta Chandra Mahalanobis[[Statistics|পৰিসংখ্যা বিজ্ঞান]]দিল্লীভাৰত
১৯৬৮K. Vaidyanatha Kalyana Sundaramজননীতিতামিল নাডুভাৰত
১৯৬৮Kripal SinghCivil Serviceদিল্লীভাৰত
১৯৬৯Hargobind Khoranaবিজ্ঞানMassachusettsআমেৰিকা যুক্তৰাষ্ট্ৰ*
১৯৬৯Mohan Sinha MehtaCivil Serviceৰাজস্থানভাৰত
১৯৬৯Dattatraya Shridhar JoshiCivil Serviceমহাৰাষ্ট্ৰভাৰত
১৯৬৯Ghananand PandeCivil Serviceউত্তৰ প্ৰদেশভাৰত
১৯৬৯Rajeshwar DayalCivil Serviceদিল্লীভাৰত
১৯৭০Binay Ranjan SenCivil Serviceপশ্চিম বংগভাৰত
১৯৭০Tara Chandসাহিত্য আৰু শিক্ষাউত্তৰ প্ৰদেশভাৰত
১৯৭০Paramasiva Prabhakar KumaramangalamCivil Serviceতামিল নাডুভাৰত
১৯৭০Suranjan DasCivil Serviceপশ্চিম বংগভাৰত
১৯৭০Harbaksh Singhসামৰিক সেৱাপঞ্জাবভাৰত
১৯৭০A. Rameswami MudaliarCivil Serviceতামিল নাডুভাৰত
১৯৭০Anthony Lancelot Diasজননীতিমহাৰাষ্ট্ৰভাৰত
১৯৭১Vithal Nagesh Shirodkarচিকিৎসা বিজ্ঞানগোৱাভাৰত
১৯৭১Balaram SivaramanCivil Serviceতামিল নাডুভাৰত
১৯৭১Bimala Prasad ChalihaCivil Serviceঅসমভাৰত
১৯৭১Uday Shankarশিল্পকলাপশ্চিম বংগভাৰত
১৯৭১Sumati MorarjeeCivil Serviceমহাৰাষ্ট্ৰভাৰত
১৯৭১Allauddin Khanশিল্পকলাপশ্চিম বংগভাৰত
১৯৭২S. M. Nandaসামৰিক সেৱাদিল্লীভাৰত
১৯৭২Pratap Chandra Lalসামৰিক সেৱাপঞ্জাবভাৰত
১৯৭২Aditya Nath Jhaজননীতিউত্তৰ প্ৰদেশভাৰত
১৯৭২Jivraj Narayan Mehtaজননীতিমহাৰাষ্ট্ৰভাৰত
১৯৭২P. Balacharya Gajendragadkarজননীতিমহাৰাষ্ট্ৰভাৰত
১৯৭২বিক্ৰম সাৰাভাইবিজ্ঞানগুজৰাটভাৰত
১৯৭২Sam Manekshawসামৰিক সেৱাতামিল নাডুভাৰত
১৯৭২Ghulam Mohammed Sadiqজননীতিজম্মু আৰু কাশ্মীৰভাৰত
১৯৭২Hormasji Maneckji SeervaiLaw and Public affairsমহাৰাষ্ট্ৰভাৰত
১৯৭৩Daulat Singh Kothariবিজ্ঞানদিল্লীভাৰত
১৯৭৩Nagendra Singhজননীতিৰাজস্থানভাৰত
১৯৭৩Tirumalrao SwaminathanCivil Serviceতামিল নাডুভাৰত
১৯৭৩U. N. Dhebarসমাজসেৱা়গুজৰাটভাৰত
১৯৭৩Basanti DeviCivil Serviceপশ্চিম বংগভাৰত
১৯৭৩Nellie Senguptaসমাজসেৱা়পশ্চিম বংগভাৰত
১৯৭৪V. Kasturi Ranga Varadarja RaoCivil Serviceকৰ্ণাটকভাৰত
১৯৭৪Benode Behari Mukherjeeশিল্পকলাপশ্চিম বংগভাৰত
১৯৭৪Harish Chandra SarinCivil Serviceদিল্লীভাৰত
১৯৭৪Niren Deআইন আৰু জননীতিপশ্চিম বংগভাৰত
১৯৭৫Basanti Dulal Nag Chaudhuriসাহিত্য আৰু শিক্ষাপশ্চিম বংগভাৰত
১৯৭৫Chintaman Dwarkanath Deshmukhজননীতিমহাৰাষ্ট্ৰভাৰত
১৯৭৫Durgabai Deshmukhসমাজসেৱা়মহাৰাষ্ট্ৰভাৰত
১৯৭৫Premlila Vithaldas Thackerseyসাহিত্য আৰু শিক্ষামহাৰাষ্ট্ৰভাৰত
১৯৭৫Raja Ramannaবিজ্ঞানকৰ্ণাটকভাৰত
১৯৭৫Homi Nusserwanji SethnaCivil Serviceমহাৰাষ্ট্ৰভাৰত
১৯৭৫M.S. Subbulakshmiশিল্পকলাতামিল নাডুভাৰত
১৯৭৫Mary Clubwala Jadhavসমাজসেৱা়তামিল নাডুভাৰত
১৯৭৬Bashir Hussain Zaidiসাহিত্য আৰু শিক্ষাদিল্লীভাৰত
১৯৭৬Kalpathi Ramakrishna Ramanathanবিজ্ঞানকেৰালাভাৰত
১৯৭৬Kalu Lal Shrimaliসাহিত্য আৰু শিক্ষাউত্তৰ প্ৰদেশভাৰত
১৯৭৬Giani Gurmukh Singh Mussafirসাহিত্য আৰু শিক্ষাপঞ্জাবভাৰত
১৯৭৬Keshava Shankar Pillaiশিল্পকলাদিল্লীভাৰত
১৯৭৬Salim Moizuddin Ali Abdulবিজ্ঞানউত্তৰ প্ৰদেশভাৰত
১৯৭৬Satyajit Rayশিল্পকলাপশ্চিম বংগভাৰত
১৯৭৭Om Prakash Mehraসামৰিক সেৱাপঞ্জাবভাৰত
১৯৭৭Ajudhia Nath KhoslaCivil Serviceদিল্লীভাৰত
১৯৭৭Ajoy Kumar Mukherjeeজননীতিপশ্চিম বংগভাৰত
১৯৭৭Ali Yavar Jungজননীতিঅন্ধ্ৰ প্ৰদেশভাৰত
১৯৭৭Chandeshwar Prasad Narayan Singhসাহিত্য আৰু শিক্ষাদিল্লীভাৰত
১৯৭৭T. Balasaraswatiশিল্পকলাতামিল নাডুভাৰত
১৯৮০Rai KrishnadasaCivil Serviceউত্তৰ প্ৰদেশভাৰত
১৯৮০Bismillah Khanশিল্পকলাউত্তৰ প্ৰদেশভাৰত
১৯৮১Satish Dhawanবিজ্ঞানকৰ্ণাটকভাৰত
১৯৮১Ravi Shankarশিল্পকলাউত্তৰ প্ৰদেশভাৰত
১৯৮২Mira Behnসমাজসেৱা়United Kingdom*
১৯৮৫C. N. R. Raoবিজ্ঞানকৰ্ণাটকভাৰত
১৯৮৫Mambillikalathil Kumar MenonCivil Serviceকেৰালাভাৰত
১৯৮৬Autar Singh Paintalচিকিৎসা বিজ্ঞানদিল্লীভাৰত
১৯৮৬Birju Maharajশিল্পকলাদিল্লীভাৰত
১৯৮৬Baba Amteসমাজসেৱা়মহাৰাষ্ট্ৰভাৰত
১৯৮৭Benjamin Peary Palবিজ্ঞানপঞ্জাবভাৰত
১৯৮৭Manmohan SinghCivil Serviceদিল্লীভাৰত
১৯৮৭Arun Shridhar Vaidyaসামৰিক সেৱামহাৰাষ্ট্ৰভাৰত
১৯৮৭Kamladevi Chattopadhyayসমাজসেৱা়কৰ্ণাটকভাৰত
১৯৮৮Kuppalli Venkatappa Puttappaসাহিত্য আৰু শিক্ষাকৰ্ণাটকভাৰত
১৯৮৮Mirza Hameedullah Begআইন আৰু জননীতিদিল্লীভাৰত
১৯৮৮Mahadevi Vermaসাহিত্য আৰু শিক্ষাউত্তৰ প্ৰদেশভাৰত
১৯৮৯M. S. Swaminathanবিজ্ঞানদিল্লীভাৰত
১৯৮৯Umashankar Dikshitজননীতিউত্তৰ প্ৰদেশভাৰত
১৯৮৯Ali Akbar Khanশিল্পকলাপশ্চিম বংগভাৰত
১৯৯০A. P. J. Abdul Kalamবিজ্ঞানতামিল নাডুভাৰত
১৯৯০Semmangudi Srinivasa Iyerশিল্পকলাতামিল নাডুভাৰত
১৯৯০Vallmpadugai Srinivasa Raghavan অৰুণাচলamসাহিত্য আৰু শিক্ষাদিল্লীভাৰত
১৯৯০Bhabatosh Duttaসাহিত্য আৰু শিক্ষাপশ্চিম বংগভাৰত
১৯৯০Kumar Gandharvaশিল্পকলাকৰ্ণাটকভাৰত
১৯৯০Triloki Nath ChaturvediCivil Serviceকৰ্ণাটকভাৰত
১৯৯১Indraprasad Gordhanbhai Patelবিজ্ঞানগুজৰাটভাৰত
১৯৯১M. Balamuralikrishnaশিল্পকলাঅন্ধ্ৰ প্ৰদেশভাৰত
১৯৯১Hiren Mukerjeeজননীতিপশ্চিম বংগভাৰত
১৯৯১N. G. Rangaজননীতিঅন্ধ্ৰ প্ৰদেশভাৰত
১৯৯১Rajaram Shastriসাহিত্য আৰু শিক্ষাউত্তৰ প্ৰদেশভাৰত
১৯৯১Gulzari Lal Nandaজননীতিগুজৰাটভাৰত
১৯৯১Khusro Faramurz RustamjiCivil Serviceমহাৰাষ্ট্ৰভাৰত
১৯৯১M.F. Husainশিল্পকলামহাৰাষ্ট্ৰভাৰত
১৯৯২Mallikarjun Mansurশিল্পকলাকৰ্ণাটকভাৰত
১৯৯২V. Shantaramশিল্পকলামহাৰাষ্ট্ৰভাৰত
১৯৯২Sivaramakrishna Iyer Padmavatiচিকিৎসা বিজ্ঞানদিল্লীভাৰত
১৯৯২Lakshmanshastri Joshiসাহিত্য আৰু শিক্ষামহাৰাষ্ট্ৰভাৰত
১৯৯২Atal বিহাৰi Vajpayeeজননীতিদিল্লীভাৰত
১৯৯২Govinddas Shroffসাহিত্য আৰু শিক্ষামহাৰাষ্ট্ৰভাৰত
১৯৯২Kaloji Narayana Raoশিল্পকলাঅন্ধ্ৰ প্ৰদেশভাৰত
১৯৯২Ravi Narayan Reddyজননীতিঅন্ধ্ৰ প্ৰদেশভাৰত
১৯৯২Sardar Swaran Singhজননীতিপঞ্জাবভাৰত
১৯৯২Aruna Asaf Aliজননীতিদিল্লীভাৰত
১৯৯৮Lakshmi Sahgalজননীতিউত্তৰ প্ৰদেশভাৰত
১৯৯৮Usha Mehtaসমাজসেৱা়মহাৰাষ্ট্ৰভাৰত
১৯৯৮Nani Ardeshir Palkhivalaআইন আৰু জননীতিমহাৰাষ্ট্ৰভাৰত
১৯৯৮Walter Sisuluজননীতিদক্ষিণ আফ্ৰিকা
১৯৯৯Rajagopala Chidambaramবিজ্ঞানতামিল নাডুভাৰত
১৯৯৯Sarvepalli Gopalসাহিত্য আৰু শিক্ষাতামিল নাডুভাৰত
১৯৯৯Verghese Kurienবিজ্ঞানগুজৰাটভাৰত
১৯৯৯Hans Raj Khannaজননীতিদিল্লীভাৰত
১৯৯৯V. R. Krishna Iyerআইন আৰু জননীতিকেৰালাভাৰত
১৯৯৯Lata Mangeshkarশিল্পকলামহাৰাষ্ট্ৰভাৰত
১৯৯৯Bhimsen Joshiশিল্পকলাকৰ্ণাটকভাৰত
১৯৯৯Braj Kumar NehruCivil Serviceহিমাচল প্ৰদেশভাৰত
১৯৯৯Dharma ViraCivil Serviceদিল্লীভাৰত
১৯৯৯Lallan Prasad SinghCivil Serviceদিল্লীভাৰত
১৯৯৯Nana Deshmukhসমাজসেৱা়দিল্লীভাৰত
১৯৯৯Pandurang Shastri Athavaleসমাজসেৱা়মহাৰাষ্ট্ৰভাৰত
১৯৯৯Satish Gujralশিল্পকলাদিল্লীভাৰত
১৯৯৯D. K. Pattammalশিল্পকলাতামিল নাডুভাৰত
২০০০Krishen Behari LallCivil Serviceদিল্লীভাৰত
২০০০Krishnaswamy Kasturiranganবিজ্ঞানকৰ্ণাটকভাৰত
২০০০Manohar Singh GillCivil Serviceদিল্লীভাৰত
২০০০Kelucharan Mohapatraশিল্পকলাউৰিষ্যাভাৰত
২০০০Hari Prasad Chaurasiaশিল্পকলামহাৰাষ্ট্ৰভাৰত
২০০০Pandit Jasrajশিল্পকলামহাৰাষ্ট্ৰভাৰত
২০০০Jagdish Natwarlal Bhagwatiসাহিত্য আৰু শিক্ষাগুজৰাটভাৰত
২০০০Kakkadan Nandanath Rajসাহিত্য আৰু শিক্ষাকেৰালাভাৰত
২০০০Bhairab Dutt PandeCivil Serviceউত্তৰাখণ্ডভাৰত
২০০০Maidavolu Narasimhamশিল্প আৰু বাণিজ্যঅন্ধ্ৰ প্ৰদেশভাৰত
২০০০Rasipuram Krishnaswami Narayanসাহিত্য আৰু শিক্ষাতামিল নাডুভাৰত
২০০০Sikander Bakhtজননীতিদিল্লীভাৰত
২০০০Tarlok SinghCivil Serviceদিল্লীভাৰত
২০০১Calyampudi Radhakrishna Raoবিজ্ঞানআমেৰিকা যুক্তৰাষ্ট্ৰ*
২০০১Chakravarthi Vijayaraghava NarasimhanCivil Serviceতামিল নাডুভাৰত
২০০১Shivkumar Sharmaশিল্পকলামহাৰাষ্ট্ৰভাৰত
২০০১Man Mohan Sharmaবিজ্ঞানমহাৰাষ্ট্ৰভাৰত
২০০১Amjad Ali Khanশিল্পকলাদিল্লীভাৰত
২০০১Benjamin Arthur Gilmanজননীতিআমেৰিকা যুক্তৰাষ্ট্ৰ*
২০০১Hosei Norotaজননীতিজাপান*
২০০১Hrishikesh Mukherjeeশিল্পকলামহাৰাষ্ট্ৰভাৰত
২০০১John Kenneth Galbraithসাহিত্য আৰু শিক্ষাআমেৰিকা যুক্তৰাষ্ট্ৰ*
২০০১Kotha Satchidanda Murthyসাহিত্য আৰু শিক্ষাঅন্ধ্ৰ প্ৰদেশভাৰত
২০০১Zubin Mehtaশিল্পকলাভাৰত
২০০২Chakravthi Rangarajanসাহিত্য আৰু শিক্ষাতামিল নাডুভাৰত
২০০২Gangubai Hangalশিল্পকলাকৰ্ণাটকভাৰত
২০০২Kishan Maharajশিল্পকলাউত্তৰ প্ৰদেশভাৰত
২০০২Soli Jehangir Sorabjeeআইনদিল্লীভাৰত
২০০২Kishori Amonkarশিল্পকলামহাৰাষ্ট্ৰভাৰত
২০০৩Bal Ram Nandaসাহিত্য আৰু শিক্ষাদিল্লীভাৰত
২০০৩Kazi Lhendup Dorji Kangsarpaজননীতিপশ্চিম বংগভাৰত
২০০৩Sonal Mansinghশিল্পকলাদিল্লীভাৰত
২০০৩Bhrihaspati Dev Trigunaচিকিৎসা বিজ্ঞানদিল্লীভাৰত
২০০৪Manepalli Narayana Rao Venkatachaliahআইন আৰু জননীতিকৰ্ণাটকভাৰত
২০০৪Amrita Pritamসাহিত্য আৰু শিক্ষাদিল্লীভাৰত
২০০৪Jayant Vishnu Narlikarবিজ্ঞানমহাৰাষ্ট্ৰভাৰত
২০০৫B. K. Goyalচিকিৎসা বিজ্ঞানমহাৰাষ্ট্ৰভাৰত
২০০৫Karan Singhজননীতিদিল্লীভাৰত
২০০৫Mohan Dhariaসমাজসেৱা়মহাৰাষ্ট্ৰভাৰত
২০০৫Ram Narayanশিল্পকলামহাৰাষ্ট্ৰভাৰত
২০০৫Marthanda Varma Sankaran Valiathanচিকিৎসা বিজ্ঞানকৰ্ণাটকভাৰত
২০০৫Jyotindra Nath DixitCivil Serviceদিল্লীভাৰত
২০০৫Milon Kumar Banerjiআইন আৰু জননীতিদিল্লীভাৰত
২০০৫R. K. Laxmanশিল্পকলামহাৰাষ্ট্ৰভাৰত
২০০৬Norman E. Borlaugবিজ্ঞানTexasআমেৰিকা যুক্তৰাষ্ট্ৰ*
২০০৬V. N. Khareআইন আৰু জননীতিউত্তৰ প্ৰদেশভাৰত
২০০৬Mahasveta Deviসাহিত্য আৰু শিক্ষাপশ্চিম বংগভাৰত
২০০৬Nirmala Deshpandeসমাজসেৱা়দিল্লীভাৰত
২০০৬Obaid Siddiquiবিজ্ঞানকৰ্ণাটকভাৰত
২০০৬Prakash Narain Tandonচিকিৎসা বিজ্ঞানদিল্লীভাৰত
২০০৬Adoor Gopalakrishnanশিল্পকলাকেৰালাভাৰত
২০০৬C. R. Krishnaswamy RaoCivil Serviceতামিল নাডুভাৰত
২০০৬Charles Correaবিজ্ঞানমহাৰাষ্ট্ৰভাৰত
২০০৭Raja Jesudoss Chelliahজননীতিতামিল নাডুভাৰত
২০০৭Venkataraman KrishnamurthyCivil Serviceতামিল নাডুভাৰত
২০০৭Balu Sankaranচিকিৎসা বিজ্ঞানতামিল নাডুভাৰত
২০০৭Fali Sam Narimanআইন আৰু জননীতিদিল্লীভাৰত
২০০৭Prafullachandra Natwarlal Bhagwatiআইন আৰু জননীতিদিল্লীভাৰত
২০০৭Khushwant Singhসাহিত্য আৰু শিক্ষাদিল্লীভাৰত
২০০৭Raja Raoসাহিত্য আৰু শিক্ষাকৰ্ণাটকআমেৰিকা যুক্তৰাষ্ট্ৰ
২০০৭N.N. VohraCivil Serviceহাৰিয়ানাভাৰত
২০০৭Naresh ChandraCivil Serviceদিল্লীভাৰত
২০০৭Ennackal Chandy George Sudarshanবিজ্ঞানকেৰালাআমেৰিকা যুক্তৰাষ্ট্ৰ*
২০০৭Viswanathan AnandSportsতামিল নাডুভাৰত
২০০৭Rajendra K. PachauriEnvironmentalismভাৰত
২০০৮Narayana MurthyInformation Technologyকৰ্ণাটকভাৰত
২০০৮E. Sreedharanদিল্লী Metroকেৰালাভাৰত
২০০৮Lakshmi Niwas MittalIndustryভাৰত
২০০৮Adarsh Sein Anandজননীতিদিল্লীভাৰত
২০০৮P. N. DharCivil Serviceভাৰত
২০০৮P. R. S. Oberoiবাণিজ্যভাৰত
২০০৮Asha Bhosleশিল্পকলামহাৰাষ্ট্ৰভাৰত
২০০৮Edmund HillaryMountaineeringঅকলেণ্ডনিউজিলেণ্ড*
২০০৮Ratan TataIndustryমহাৰাষ্ট্ৰভাৰত
২০০৮Pranab Mukherjeeজননীতিপশ্চিমবংগভাৰত
২০০৮Sachin TendulkarSportsমহাৰাষ্ট্ৰভাৰত
২০০৯Chandrika Prasad SrivastavaCivil Serviceমহাৰাষ্ট্ৰভাৰত
২০০৯Sunderlal BahugunaEnvironmental Conservationউত্তৰাখণ্ডভাৰত
২০০৯D. P. Chattopadhyayaসাহিত্য আৰু শিক্ষাপশ্চিম বংগভাৰত
২০০৯Jasbir Singh Bajajচিকিৎসা বিজ্ঞানপঞ্জাবভাৰত
২০০৯Purshotam Lalচিকিৎসা বিজ্ঞানউত্তৰ প্ৰদেশভাৰত
২০০৯Govind Narainজননীতিউত্তৰ প্ৰদেশভাৰত
২০০৯Anil Kakodkarবিজ্ঞানমহাৰাষ্ট্ৰভাৰত
২০০৯Dr. G. Madhavan Nairবিজ্ঞানকেৰালাভাৰত
২০০৯Sister Nirmalaসমাজসেৱা়পশ্চিম বংগভাৰত
২০০৯A. S. Gangulyশিল্প আৰু বাণিজ্যমহাৰাষ্ট্ৰভাৰত
২০১০Ebrahim Alkaziশিল্পকলাদিল্লীভাৰত
২০১০Umayalpuram K. Sivaramanশিল্পকলাতামিল নাডুভাৰত
২০১০Zohra Segalশিল্পকলাদিল্লীভাৰত
২০১০Y. Venugopal Reddyআইন and Public affairsঅন্ধ্ৰ প্ৰদেশভাৰত
২০১০Venkatraman Ramakrishnanবিজ্ঞানতামিল নাডুUnited Kingdom*
২০১০Prathap C. Reddyশিল্প আৰু বাণিজ্যঅন্ধ্ৰ প্ৰদেশভাৰত
২০১১Akkineni Nageshwara Raoশিল্পকলাঅন্ধ্ৰ প্ৰদেশভাৰত
২০১১Kapila Vatsyayanশিল্পকলাদিল্লীভাৰত
২০১১Homai Vyarawallaশিল্পকলাগুজৰাটভাৰত
২০১১K. Parasaranজননীতিদিল্লীভাৰত
২০১১AR Kidwaiজননীতিদিল্লীভাৰত
২০১১Vijay Kelkarজননীতিদিল্লীভাৰত
২০১১Montek Singh Ahluwaliaজননীতিদিল্লীভাৰত
২০১১Palle Rama RaoScienceঅন্ধ্ৰ প্ৰদেশভাৰত
২০১১Azim PremjiTrade and Industryকৰ্ণাটকভাৰত
২০১১Brajesh MishraCivil Serviceমধ্য প্ৰদেশভাৰত
২০১১Ottaplakkal Neelakandan Velu Kurupসাহিত্যকেৰালাভাৰত
২০১১Sitakant Mahapatraসাহিত্যউৰিষ্যাভাৰত
২০১১Lakshmi Chand Jainজননীতিদিল্লীভাৰত
২০১২K. G. Subramanyanশিল্পকলাপশ্চিম বংগভাৰত
২০১২Mario Miranda*শিল্পকলাগোৱাভাৰত
২০১২Bhupen Hazarika*শিল্পকলাঅসমভাৰত
২০১২Kantilal Hastimal Sanchetiচিকিৎসা বিজ্ঞানমহাৰাষ্ট্ৰভাৰত
২০১২T. V. RajeswarCivil Serviceদিল্লীভাৰত


Note: * denotes awardees in the category of Foreigners/ NRIs/ PIOs/Posthumous.[2][3]

  • Maharashtra State appearing above up to 1960 should be read as erstwhile Bombay State, consisting of present day Maharashtra and Gujarat.

আৰু চাওক

[সম্পাদনা কৰক]

পদ্মবিভূষণ অসমীয়াৰ তালিকা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Padma Vibhushan Awardees". Ministry of Communications and Information Technology. http://india.gov.in/myindia/padmavibhushan_awards_list1.php আহৰণ কৰা হৈছে: 2009-06-28.
  2. 1 2 "This Year's Padma Awards announced" (Press release). Ministry of Home Affairs. 25 January 2010. http://www.pib.nic.in/release/release.asp?relid=57307 আহৰণ কৰা হৈছে: 25 January 2010.
  3. "Padma Awards Announced (2012)". Press and Information Bureau, Government of India. http://www.pib.nic.in/newsite/erelease.aspx?relid=79881 আহৰণ কৰা হৈছে: 25 January 2012.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]