সমললৈ যাওক

কাজাখাস্তান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কাজাকিস্তানৰ পৰা পুনঃনিৰ্দেশিত)
কাজাখাস্তান গণতন্ত্ৰ
Қазақстан Республикасы
ক্বজ়ক্ব্‌স্তন্‌ ৰেস্পুব্লিকাচ্যি
Республика Казахстан
ৰেস্পুব্লিকা কাজ়াখ়্‌স্তান্‌
Flag of কাজাখাস্তান
Flag
Coat of arms of কাজাখাস্তান
Coat of arms
Anthem: Менің Қазақстаным
Meniñ Qazaqstanım
My Kazakhstan
Location of কাজাখাস্তান
ৰাজধানীআস্তানা
Largest cityআলমাটি
Official languagesকাজাখ্ , ৰাছিয়ান
Governmentগণতন্ত্ৰ
• ৰাষ্ট্ৰপতি
নুৰচুলতান নাজাৰবায়েভ
• প্ৰধানমন্ত্ৰী
কৰিম মাচিমভ
স্বাধীন 
ছোভিয়েট সংঘৰ পৰা
• প্ৰথম খানাটে
হোৱাইট হৰ্ডে হিচাপে ১৩৬১ চনত
• দ্বিতীয় খানাটে
উজবেক হৰ্ডে হিচাপে ১৪২৮ চনত
• তৃতীয় খানাটে
কাজাখ্ খানাটে হিচাপে ১৪৬৫ চনত
• স্বাধীনতা ঘোষণা
ডিচেম্বৰ ১৬, ১৯৯১
• অৱশেষত
ডিচেম্বৰ ২৫, ১৯৯১
• Water (%)
১.৭%
Population
• Estimate
১৫,২১৭,৭১১ জন National Statistics Agency of Kazakhstan (৬২তম)
• ১৯৯৯ census
১৪,৯৫৩,১০০ জন
GDP (PPP)২০০৭ estimate
• Total
$১৪৫.৫ বিলিয়ন (৫৬তম)
• Per capita
$৯৫৯৪ (৬৬তম)
Gini (২০০৩)৩৩.৯
Error: Invalid Gini value
HDI (২০০৪)বৃদ্ধি ০.৭৭৪
Error: Invalid HDI value (৭৯তম)
Currencyকাজাখাস্তানী টেংগে (KZT)
Time zoneUTC+৫/+৬ (West/East)
• Summer (DST)
UTC+৫/+৬ (not observed)
Calling code
Internet TLD.kz

কাজাখাস্তান (কাজাখ্ ভাষা : Қазақстан ক্বজ়ক্ব্‌স্তন্‌ ) মধ্য এছিয়াৰ এক গণতান্ত্ৰিক ৰাষ্ট্ৰ। ই বিশ্বৰ ৯ম বৃহত্তম ৰাষ্ট্ৰ আৰু বৃহত্তম স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে ৰাছিয়া, পূবে চীন, দক্ষিণে কিৰগিজস্তান, উজবেকিস্তান, আৰু তুৰ্কমেনিস্তান আৰু পশ্চিমে কাস্পিয়ান সাগৰ আৰু ৰাছিয়া। কাজাখস্তান প্ৰায় সম্পূৰ্ণভাবে এছিয়া মহাদেশত অৱস্থিত। দেশখনৰ কিছু অংশ য়ুৰাল নদীৰ পশ্চিমে ইউৰোপ মহাদেশত পৰিছে। দেশৰ উত্তৰ অংশত অৱস্থিত আস্তানা নগৰ ইয়াৰ ৰাজধানী।

কাজাখ্ ভাষা কাজাখাস্তানৰ চৰকাৰী ভাষা। কাজাখ নামৰ তুৰ্কীয় জাতি ইয়াৰ প্ৰধান জনগোষ্ঠী। ১৯২২ চনৰ পৰা ১৯৯১ পৰ্যন্ত কাজাখাস্তান ছোভিয়েট সংঘৰ অংশ আছিল। ১৯৯১ চনত ই স্বাধীনতা লাভ কৰে। স্বাধীনতাৰ পিছৰে পৰা দেশখনত ৰাষ্ট্ৰপতি শাসিত ব্যৱস্থা বিদ্যমান। ১৯৯৫ চনত এক নতুন সংবিধান প্ৰণয়ন কৰা হয়, যাতে ৰাষ্ট্ৰপতিক একচ্ছত্ৰ ক্ষমতা দিয়া হয়।

ৰাজনীতি

[সম্পাদনা কৰক]

কাজাখাস্তানৰ ৰাজনীতি এক ৰাষ্ট্ৰপতি শাসিত গণতন্ত্ৰ। ৰাষ্ট্ৰপতি হল ৰাষ্ট্ৰৰ প্ৰধান। চৰকাৰৰ প্ৰধান ৰাষ্ট্ৰপতি কৰ্তৃক মনোনীত হয়। ৰাষ্ট্ৰৰ সকলো ক্ষমতা চৰকাৰৰ ওপৰত ন্যস্ত। আইন প্ৰণয়নৰ ক্ষমতা চৰকাৰ আৰু দ্বিকাক্ষিক বিধানসভা উভয়ৰ ওপৰত ন্যস্ত।

কাজাখাস্তানৰ মানচিত্ৰ

কাজাখাস্তানৰ আয়তন ২.৭ মিলিয়ন বৰ্গকিলোমিটাৰ (১.০৫ মিলিয়ন বৰ্গমাইল), যি দেশখনক পৃথিৱীৰ নবম বৃহত্তম দেশৰ মৰ্যাদা দিছে। কাজাখাস্তান পৃথিৱীৰ বৃহত্তম স্থলভূমি-বেষ্টিত দেশ। ইয়াৰ আয়তন পশ্চিম ইউৰোপৰ আয়তনৰ সমতুল্য।

চিত্ৰমালা

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]