বৰাইল অভয়াৰণ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: উলটিওৱা হৈছে ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
28 নং শাৰী: 28 নং শাৰী:
'''বৰাইল অভয়াৰণ্য''' ({{lang-en|Borail Wildlife Sanctuary}}) [[অসম]]ৰ [[কাছাৰ]] জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই মূলত কাছাৰ জিলাৰ দুখন সংৰক্ষিত বনাঞ্চল ক্ৰমে উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল আৰু বৰাইল সংৰক্ষিত বনাঞ্চল লগ হৈ গঠিত হৈছে।<ref name="enajori">{{cite web | url=http://enajori.com/wildlife/sanctuaries/borail-wildlife-sancturary/ | title=Borail Wildlife Sancturary | publisher=enajori.com | work=enajori.com | accessdate=22 আগষ্ট 2013}}</ref>
'''বৰাইল অভয়াৰণ্য''' ({{lang-en|Borail Wildlife Sanctuary}}) [[অসম]]ৰ [[কাছাৰ]] জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই মূলত কাছাৰ জিলাৰ দুখন সংৰক্ষিত বনাঞ্চল ক্ৰমে উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল আৰু বৰাইল সংৰক্ষিত বনাঞ্চল লগ হৈ গঠিত হৈছে।<ref name="enajori">{{cite web | url=http://enajori.com/wildlife/sanctuaries/borail-wildlife-sancturary/ | title=Borail Wildlife Sancturary | publisher=enajori.com | work=enajori.com | accessdate=22 আগষ্ট 2013}}</ref>


== কাছাৰ জিলাৰ শিলচৰ মহকুমাৰ অন্তৰ্গত বৰাইলৰ ৩২৬.২৪ বর্গ কিলােমিটাৰ অঞ্চল সামৰি গঠন কৰা হৈছে বৰাইল অভয়াৰণ্য। অভয়াৰণ্যখন কৰিমগঞ্জ আৰু কাছাৰৰ বন সংমণ্ডলৰ অন্তৰ্গত। অভয়াৰণ্যখন সম্পূর্ণ পাহাৰীয়া আৰু ঠাইখনৰ কোনাে কোনাে অঞ্চল সাগৰপৃষ্ঠৰপৰা ১৫০০ মিটাৰতকৈ বেছি উচ্চতাত অৱস্থিত। ২০০৪ চনত অভয়াৰণ্য হিচাপে স্বীকৃতি পােৱা এইখনেই হ’ল অসমৰ ভিতৰত আটাইতকৈ উচ্চ অঞ্চলত অৱস্থিত অভয়াৰণ্য। কাছাৰ জিলাৰ শিলচৰ মহকুমাৰ অন্তৰ্গত বৰাইলৰ ৩২৬.২৪ বর্গ কিলােমিটাৰ অঞ্চল সামৰি গঠন কৰা হৈছে বৰাইল অভয়াৰণ্য। অভয়াৰণ্যখন কৰিমগঞ্জ আৰু কাছাৰৰ বন সংমণ্ডলৰ অন্তৰ্গত। অভয়াৰণ্যখন সম্পূর্ণ পাহাৰীয়া আৰু ঠাইখনৰ কোনাে কোনাে অঞ্চল সাগৰপৃষ্ঠৰপৰা ১৫০০ মিটাৰতকৈ বেছি উচ্চতাত অৱস্থিত। ২০০৪ চনত অভয়াৰণ্য হিচাপে স্বীকৃতি পােৱা এইখনেই হ’ল অসমৰ ভিতৰত আটাইতকৈ উচ্চ অঞ্চলত অৱস্থিত অভয়াৰণ্য। ==
==ইতিহাস==


==ভৌগিলিক বিৱৰণ==
==ভৌগিলিক বিৱৰণ==

07:13, 3 June 2023ৰ সংস্কৰণ

বৰাইল অভয়াৰণ্য (Borail Wildlife Sanctuary)
মানচিত্ৰত বৰাইল অভয়াৰণ্য (Borail Wildlife Sanctuary)ৰ অৱস্থিতি
অৱস্থান কাছাৰ, অসম, ভাৰত
নিকটতম চহৰ শিলচৰ
মাটিকালি 326.24 বৰ্গ কি.মি. (32,62,40,000 বৰ্গ মিটাৰ)
কৰ্তৃপক্ষ Department of Environment & Forests, Assam

বৰাইল অভয়াৰণ্য (ইংৰাজী: Borail Wildlife Sanctuary) অসমকাছাৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই মূলত কাছাৰ জিলাৰ দুখন সংৰক্ষিত বনাঞ্চল ক্ৰমে উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল আৰু বৰাইল সংৰক্ষিত বনাঞ্চল লগ হৈ গঠিত হৈছে।[1]

কাছাৰ জিলাৰ শিলচৰ মহকুমাৰ অন্তৰ্গত বৰাইলৰ ৩২৬.২৪ বর্গ কিলােমিটাৰ অঞ্চল সামৰি গঠন কৰা হৈছে বৰাইল অভয়াৰণ্য। অভয়াৰণ্যখন কৰিমগঞ্জ আৰু কাছাৰৰ বন সংমণ্ডলৰ অন্তৰ্গত। অভয়াৰণ্যখন সম্পূর্ণ পাহাৰীয়া আৰু ঠাইখনৰ কোনাে কোনাে অঞ্চল সাগৰপৃষ্ঠৰপৰা ১৫০০ মিটাৰতকৈ বেছি উচ্চতাত অৱস্থিত। ২০০৪ চনত অভয়াৰণ্য হিচাপে স্বীকৃতি পােৱা এইখনেই হ’ল অসমৰ ভিতৰত আটাইতকৈ উচ্চ অঞ্চলত অৱস্থিত অভয়াৰণ্য। কাছাৰ জিলাৰ শিলচৰ মহকুমাৰ অন্তৰ্গত বৰাইলৰ ৩২৬.২৪ বর্গ কিলােমিটাৰ অঞ্চল সামৰি গঠন কৰা হৈছে বৰাইল অভয়াৰণ্য। অভয়াৰণ্যখন কৰিমগঞ্জ আৰু কাছাৰৰ বন সংমণ্ডলৰ অন্তৰ্গত। অভয়াৰণ্যখন সম্পূর্ণ পাহাৰীয়া আৰু ঠাইখনৰ কোনাে কোনাে অঞ্চল সাগৰপৃষ্ঠৰপৰা ১৫০০ মিটাৰতকৈ বেছি উচ্চতাত অৱস্থিত। ২০০৪ চনত অভয়াৰণ্য হিচাপে স্বীকৃতি পােৱা এইখনেই হ’ল অসমৰ ভিতৰত আটাইতকৈ উচ্চ অঞ্চলত অৱস্থিত অভয়াৰণ্য।

ভৌগিলিক বিৱৰণ

বৰাইল অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৩২৬.২৪ বৰ্গকিলোমিটাৰ।[2] এই বনাঞ্চল মূলতঃ পাৰ্বত্য অঞ্চলেৰে গঠিত। কিছু কিছু অংশ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১৫০০ মিটাৰ উচ্চতাত অৱস্থিত।[1] শিলচৰ আৰু কৰিমগঞ্জৰ পৰা ইয়াৰ দুৰত্ব ৪০ কিঃমিঃ।[2]

জলবায়ু

জৈৱবৈচিত্ৰ্য

  • উদ্ভিদ: মূলতঃ ক্ৰান্তীয় সেমেকা চিৰসেউজীয়া বনাঞ্চল আৰু অৰ্ধ চিৰসেউজীয়া বনাঞ্চল দেখা পোৱা যায়। তাৰোপৰি বিভিন্ন প্ৰজাতিৰ বাঁহ, ঘাঁহ আৰু অৰ্কিড দেখা যায়।
  • সৰীসৃপ: ফেঁটীসাপ, পাইথন, কাছ, গুইঁ ইত্যাদি।

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 "Borail Wildlife Sancturary". enajori.com. enajori.com. http://enajori.com/wildlife/sanctuaries/borail-wildlife-sancturary/। আহৰণ কৰা হৈছে: 22 আগষ্ট 2013. 
  2. 2.0 2.1 "Borail Wildlife Sanctuaries". AMTRON. Department of Environment and Forests, Govt. of Assam. http://assamforest.in/NP_Sanctuaries/wls_Borail.php। আহৰণ কৰা হৈছে: 22 আগষ্ট 2013. 

বাহ্যিক সংযোগ

বৰাইল বন্যপ্রাণী অভয়াৰণ্য ইতিহাস