২০১৭ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মুক্তিৰ সময়সূচী অনুযায়ী[সম্পাদনা কৰক]

জানুৱাৰী - মাৰ্চ[সম্পাদনা কৰক]

# মুক্তি শিৰোনাম পৰিচালক অভিনয়ত চলচ্চিত্ৰ শৈলী CBFC Ref.
৬ জানুৱাৰী কোঁৱৰপুৰৰ কোঁৱৰ ৰাজেশ ভূঞা নয়ন নীলিম, তাপশ্ৰী কলিতা, অমৃতা গগৈ, উৎপল দাস, হিৰণ্য ডেকা ৰোমাঞ্চ, এক্সন U
১৩ জানুৱাৰী দূৰ কংকণ ৰাজখোৱা উদয়ন দুৱৰা, অচিন্ত শংকৰ, অমৃতা গগৈ, বিজু ফুকন, বিষ্ণু খাৰঘৰীয়া ৰোমাঞ্চ, নাটক U
২০ জানুৱাৰী ছাকিৰা আহিব বকুলতলৰ বিহুলৈ হিমাংশু প্ৰসাদ দাস হিমাংশু প্ৰসাদ দাস, প্ৰণামী বৰা, অখিম কৃষ্ণ বৰুৱা, সিদ্ধাৰ্থ মূখাৰ্জী, জ্যোতি নাৰায়ণ নাথ, চন্দন দাস, অপূৰ্ব বৰ্মণ নাটক U [1]
১৭ ফেব্ৰুৱাৰী বিউটিফুল লাইভছ কংকণ ডেকা বলোৰাম দাস, পাকীজা বেগম, অশ্ৰুমণি বৰা, জুৰি দত্ত নাটক A [2]
৩ মাৰ্চ মৃগনাভি হেমেন দাস প্ৰস্তুতি পৰাশৰ, নিপন গোস্বামী, ৰাজীৱ গোস্বামী, মাধুৰিমা চৌধুৰী নাটক U
২৪ মাৰ্চ ৰাফ্ এণ্ড টাফ্ মণি সিনহা গুঞ্জন ভৰদ্বাজ, গাৰ্গী কৃষ্টি, দেৱজিত মজুমদাৰ, ৰুপম চক্ৰৱৰ্তী ৰোমাঞ্চ U
৩১ মাৰ্চ অথেলো (চলচ্চিত্ৰ) হেমন্ত কুমাৰ দাস অৰূপ বৈশ্য, জুপিতৰা ভূঞা, অৰুণ নাথ নাটক U

এপ্ৰিল - জুন[সম্পাদনা কৰক]

# মুক্তি শিৰোনাম পৰিচালক অভিনয়ত চলচ্চিত্ৰ শৈলী CBFC Ref.
১৯ এপ্ৰিল লোকেল কুং ফু ২ কেনি বসুমতাৰী উত্কল হাজোৱাৰী, কেনি বসুমতাৰী, ঈপ্সিতা হাজৰিকা, শৰ্মিষ্ঠা চক্ৰৱৰ্তী, বিভূতি ভূষণ হাজৰিকা ব্যংগ, এক্সন U [3]
৫ মে' অন্তৰীণ মঞ্জুল বৰুৱা উৰ্মিলা মহন্ত, অৰুণ নাথ, বলোৰাম দাস, দেৱব্ৰত বৰঠাকুৰ, ময়ূখ শৰ্মা, হিমাংশু দাস নাটক U [4]
১০ ১৯ মে' ছয় গাওঁৰ চম্পা চন্দ্ৰ মুদৈ অমৃতা গগৈ, জয় ভট্টাচাৰ্য্য, পৌলমী বেনাৰ্জী, বিশ্বজিত চক্ৰবৰ্তী ব্যংগ, নাটক U
১১ ৯ জুন চাকনৈয়া নৱ কুমাৰ নাথ ধনঞ্জয় দেবনাথ, প্ৰণামী বৰা, হিমাংশু প্ৰসাদ দাস নাটক U
১২ ১৬ জুন শেষ অংগীকাৰ প্ৰণয় ফুকন নিপন গোস্বামী, জয়ন্ত ভাগৱতী, ৰেবা ফুকন, নয়ন নীলিম, পল ফুকন নাটক U

জুলাই - ছেপ্তেম্বৰ[সম্পাদনা কৰক]

# মুক্তি শিৰোনাম পৰিচালক অভিনয়ত চলচ্চিত্ৰ শৈলী CBFC Ref.
১৩ ৭ জুলাই দূৰণিৰ নিৰলা পঁজা ধ্ৰুৱ জে বৰদলৈ মিন্টু ডেকা, জয়শ্ৰী গোস্বামী নাটক U
১৪ ২৮ জুলাই অজানিতে ডিম্বেশ্বৰ গগৈ প্ৰবীৰ ৰাজখোৱা, সুস্মিতা কানিলণ্ডী ৰোমাঞ্চ, নাটক U
১৫ ৮ ছেপ্তেম্বৰ মিছন চাইনা জুবিন গাৰ্গ জুবিন গাৰ্গ, দীপলিনা ডেকা, সিদ্ধাৰ্থ নিপন গোস্বামী,

য়ানকী পৰাশৰ, পবিত্ৰ ৰাভা

এক্সন, ৰহস্য U/A [5]
১৬ ২২ ছেপ্তেম্বৰ তুমি আহিবানে প্ৰেৰণা বৰবৰুৱা ৰবি শৰ্মা, বৰষা ৰাণী বিষয়া, গুঞ্জন ভৰদ্বাজ, মুনমী ফুকন ৰোমাঞ্চ, নাটক U
১৭ ২৯ ছেপ্তেম্বৰ ক্ষোভ হিৰেণ বৰা বিষ্ণু খাৰঘৰীয়া, নিপন গোস্বামী, নিশিতা গোস্বামী, অপৰ্ণা দত্ত চৌধুৰী, ৰীতা বৰা নাটক U

অক্টোবৰ - ডিচেম্বৰ[সম্পাদনা কৰক]

# মুক্তি শিৰোনাম পৰিচালক অভিনয়ত চলচ্চিত্ৰ শৈলী CBFC Ref.
১৮ ৬ অক্টোবৰ এই মাটিতে সীতানাথ লহকৰ সীতানাথ লহকৰ, অমৰজ্যোতি চৌধুৰী, মনিষা গোস্বামী, ৰূপম চেতীয়া, মীনা ইংতি, শশাংক সমীৰ নাটক
১৯ ২৭ অক্টোবৰ মাজ ৰাতি কেতেকী শান্ত্বনা বৰদলৈ আদিল হুছেইন, ছাকিল ইমটিয়াজ, মহেন্দ্ৰ ৰাভা, সুলক্ষণা বৰুৱা নাটক
২০ ১ ডিচেম্বৰ শৈশৱতে ধেমালিতে বিদ্যুত কটকী ভিক্টৰ বেনাৰ্জী, দীপান্বিতা শৰ্মা, নকুল বৈদ, নাৱেদ আছলাম, নিপন গোস্বামী, নিকুমণি বৰুৱা নাটক
২১ ৮ ডিচেম্বৰ খলনায়িকা হেমন্ত নীলিম দাস ফিয়াৰীপ্ৰিয়া আহমেদ, গগণ শৰ্মা, জয়ন্ত নেগী, আলোক শৰ্মা নাটক, ৰহস্য

অনিৰ্ধাৰিত[সম্পাদনা কৰক]

শিৰোনাম পৰিচালক ষ্টুডিঅ' অভিনয়ত চলচ্চিত্ৰ শৈলী
কেলেণ্ডাৰ হিমজ্যোতি তালুকদাৰ এনাজৰী টকীজ অৰুণ নাথ, গুঞ্জন ভৰদ্বাজ, মলয়া গোস্বামী নাটক
মায়াবিনী ৰিতুৰাজ দত্ত ৰিতু ৰং মাল্টিমিডিয়া অলিশ্মিতা গোস্বামী, কোকিল শইকীয়া ৰোমাঞ্চ
তুমি মোক ফাঁকি দিলা হাডিফ আহমেদ এইচ ডি প্ৰডাকচনছ গুঞ্জন ভৰদ্বাজ, নয়ন নিৰ্বাণ বৰুৱা, কল্পনা কলিতা ৰোমাঞ্চ, এক্সন, নাটক, ব্যংগ
গেংগছ্ অৱ ন'ৰ্থ ইষ্ট ৰূপক গগৈ এ এম টেলিভিছন বিবেক বৰা, ৰেৱতী ছেত্ৰী এক্সন
ঢৌ - দ্য ৱেভ্ লক্ষ্মীনন্দন পেগু, প্ৰবীণ বসুমতাৰী এল. এন. প্ৰডাকচন আদি, নিবেদিতা ৰোমাঞ্চ, এক্সন
তুমি ৰাজীৱ দত্ত নীৰৱ, অনন্যা কাশ্যপ ৰোমাঞ্চ
প্ৰিয়াৰ প্ৰিয় মুনিন বৰুৱা আজান পিকচাৰছ্ জুবিন গাৰ্গ, সুনীতা কৌশিক ৰোমাঞ্চ
দ্য আন্ডাৰৱ'ৰ্ল্ড ৰাজেশ যশপাল এৰ'জ ইন্টাৰনেশ্যনেল, ৰাগা ফিল্মছ্ জুবিন গাৰ্গ, পৰিণীতা বৰঠাকুৰ নাটক
সীমা: দ্য ষ্টৰী আনটোল্ড হেমন্ত দাস নাটক, ঐতিহাসিক
চোৰ: দ্য বাইচাইকেল খঞ্জন কিশোৰ নাথ এ এম টেলিভিছন, ৰামধেনু ফিল্মছ্ অময়া হাজৰিকা, জীতেন বৰা, শচীন নাথ, গুঞ্জন শইকীয়া, পক্তিম গায়ন, অভিলাশা কাকতি নাটক
ধম ধমা ধম মণি সিনহা আৰ বি কে প্ৰডাকচন ৰূপক চক্ৰবৰ্তী, কল্পনা কলিতা ৰোমাঞ্চ, ব্যংগ
ভোলা বোম ভোলা চন্দ্ৰ মুদৈ বিবেক বৰা, মণিমালা বৰা, দীপলিনা ডেকা ক্ৰীড়া, নাটক
নিজানৰ গান মুন্না আহমেদ এ আৰ ইন্টাৰনেশ্যনেল যতীন বৰা, আইমী বৰুৱা ,অনন্যা পাচনী, অমৃতা গগৈ ৰোমাঞ্চ
সন্ধিক্ষণ এম. মণিৰাম এ এম টেলিভিছন, মোৰাংথেম মুভীজ্ সৌৰভ হাজৰিকা, দৰ্শনা বৰা, ৰাজেন শৰ্মা সামাজিক, নাটক
ৰাম ভোডকা হুইস্কী প্ৰশান্ত শইকীয়া বিনা ইন্টাৰনেশ্যনেল উদয়ন দুৱৰা নাটক

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]