সমললৈ যাওক

নয়ন নীলিম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নয়ন নিলীম
জন্ম ২২ ছেপ্টেম্বৰ, ১৯৮২
নাহৰকটীয়া, ডিব্ৰুগড়, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা অভিনেতা

নয়ন নিলীম (ইংৰাজী: Nayan Nilim) অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা। চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেখেত এজন গায়কো৷ "আবেলি" নামৰ এটা সংগীত এলবামত তেখেতে কণ্ঠদান কৰিছিল। বিহু নৃত্যৰ ক্ষেত্ৰটো তেখেতৰ সুনাম আছে। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু ছুটি ছবিত অভিনয় কৰিছে৷

অভিনীত অসমীয়া চলচ্চিত্ৰ

[সম্পাদনা কৰক]

| class="wikitable" |- ! বৰ্ষ ! চলচ্চিত্ৰ ! সহ - শিল্পী ! পৰিচালক |- | ২০০৪ | ৰংমন | | অমল বৰুৱা |- | ২০১৭ | কোঁৱৰপুৰৰ কোঁৱৰ | তাপশ্ৰী কলিতা | ৰাজেশ ভূঞা |- |২০২২ | বন্ধু |বিবেক | ত্ৰিদিব লাহন |-

অভিনীত অসমীয়া ভিচিডি

[সম্পাদনা কৰক]
  • জোনবাই ১
  • জোনবাই ২
  • আবেলি

{

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]