সমললৈ যাওক

সদস্য বাৰ্তা:দিব্য দত্ত

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সংৰক্ষিত পাঠ আৰু দৰকাৰী লিংক

কমন.জেছফুলৰ তালিকাএই মাহৰ লক্ষ্য
অসমীয়া ৱিকিপিডিয়াত থাকিবলগীয়া অসম সম্পৰ্কীয় প্ৰবন্ধসমূহৰ তালিকা
সংৰক্ষণ ১ (২০১৫-২০২০)
সংৰক্ষণ ২ (২০২১-২০২২)
নাৰীবাদ
অৰ্থকোষ

ৱিকিপিডিয়াৰ ছেকনী পদক

[সম্পাদনা কৰক]
ৱিকিপিডিয়াৰ ছেকনী পদক
ৱিকিপিডিয়াৰ ছেকনী পদক
মাননীয় ৱিকিসতীৰ্থ, অৱিকিসুলভ প্ৰবন্ধসমূহৰ ওপৰত যথাযথ ব্যৱস্থা গ্ৰহণেৰে অসমীয়া ৱিকিপিডিয়াক পৰিপাটিকৈ ৰখাৰ বাবে আপুনি যি অৱদান আগবঢ়াইছে সেয়া প্ৰশংসনীয়। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -Chandan Chiring Phukon  Chat 01:01, 25 April 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কৰ্মশালাৰ সোণালী পদক

[সম্পাদনা কৰক]
কৰ্মশালাৰ সোণালী পদক
কৰ্মশালাৰ সোণালী পদক
হে ৱিকিসতীৰ্থ, ২০২৩ চনৰ মে' মাহত অসমীয়া ৱিকিপিডিয়াৰ অনলাইন কৰ্মশালা অনুষ্ঠিত কৰাত আপুনি যি সক্ৰিয় সহায়-সহযোগিতা আগবঢ়ালে তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ ওচৰত চিৰঋণী। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -চন্দন চিৰিং ফুকন ✉️ 07:50, 21 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সহযোগিতা পদক

[সম্পাদনা কৰক]
সহযোগিতা পদক
হে ৱিকিসতীৰ্থ, অসম সাহিত্য সভাৰ উদ্যোগত জুন মাহত অনুষ্ঠিত অসমীয়া ৱিকিপ্ৰকল্পৰ অনলাইন কৰ্মশালাত সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদ। -অসমীয়া ৱিকিমিডিয়া সমাজ

Need your input on a policy impacting gadgets and UserJS

[সম্পাদনা কৰক]

Dear interface administrator,

This is Samuel from the Security team and I hope my message finds you well.

There is an ongoing discussion on a proposed policy governing the use of external resources in gadgets and UserJS. The proposed Third-party resources policy aims at making the UserJS and Gadgets landscape a bit safer by encouraging best practices around external resources. After an initial non-public conversation with a small number of interface admins and staff, we've launched a much larger, public consultation to get a wider pool of feedback for improving the policy proposal. Based on the ideas received so far, the proposed policy now includes some of the risks related to user scripts and gadgets loading third-party resources, best practices for gadgets and UserJS developers, and exemptions requirements such as code transparency and inspectability.

As an interface administrator, your feedback and suggestions are warmly welcome until July 17, 2023 on the policy talk page.

Have a great day!

Samuel (WMF), on behalf of the Foundation's Security team 23:02, 7 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সব্যসাচী ৱিকিমিডিয়ান পদক

[সম্পাদনা কৰক]
সব্যসাচী ৱিকিমিডিয়ান পদক
প্ৰিয় সতীৰ্থ, যোৱামাহটোত আপুনি অসমীয়া ৱিকিৰ সকলোকেইটা প্ৰকল্প (ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিউদ্ধৃতি, ৱিকিকমন্স আৰু ৱিকিতথ্য) তে উল্লেখযোগ্য অৱদান আগবঢ়াই অসমীয়া ৱিকিমিডিয়াক সমৃদ্ধ কৰাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই পদক আগবঢ়ালোঁ। ৱিকিত আপোনাৰ এই যাত্ৰা চিৰযুগমীয়া হওক। -Joli Rumi (বাৰ্তা) 20:33, 28 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

You have been a medical translators within Wikipedia. We have recently relaunched our efforts and invite you to join the new process. Let me know if you have questions. Best Doc James (talk · contribs · email) 12:34, 13 August 2023 (UTC)

তড়িৎ বেগী প্ৰশাসক

[সম্পাদনা কৰক]
তড়িৎ বেগী প্ৰশাসক পদক
হে অগ্ৰজ, অসমীয়া ৱিকিপিডিয়াক যেতিয়াই আপোনাৰ কাৰিকৰী জ্ঞান আৰু প্ৰশাসকৰ বিশেষাধিকাৰৰ প্ৰয়োজন হয় তেতিয়াই তড়িৎ গতিৰে যাৱতীয় কামসমূহ নিয়াৰিকৈ সমাধা কৰি আমাক সকাহ দিয়াৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰপৰা কৃতজ্ঞতাস্বৰূপে এই পদকটি আগবঢ়ালোঁ। - অসমীয়া ৱিকিমিডিয়া সমাজ

Image Description Month in India Campaign

[সম্পাদনা কৰক]

Dear Wikimedian,

A2K has conducted an online activity or campaign which is an ongoing Image Description Month in India description-a-thon, a collaborative effort known as Image Description Month. This initiative aims to enhance image-related content across Wikimedia projects and is currently underway, running from October 1st to October 31st, 2023. Throughout this event, our focus remains centered on three primary areas: Wikipedia, Wikidata, and Wikimedia Commons. We have outlined several tasks, including the addition of captions to images on Wikipedia, the association of images with relevant Wikidata items, and improvements in the organization, categorization, and captions of media files on Wikimedia Commons.

To participate, please visit our dedicated event page. We encourage you to sign up on the respective meta page and generously contribute your time and expertise to make essential and impactful edits.

Should you have any questions or require further information, please do not hesitate to reach out to me at nitesh@cis-india.org or Nitesh (CIS-A2K).

Your active participation will play a significant role in enriching Wikimedia content, making it more accessible and informative for users worldwide. Join us in this ongoing journey of improvement and collaboration. Regards MediaWiki message delivery (বাৰ্তা) 16:09, 10 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বিশেষ সহযোগিতা বঁটা, মহাত্মা গান্ধী এডিটাথন, ২০২৩

[সম্পাদনা কৰক]
চিত্ৰ:Mahatma Gandhi 01.svg
Charity & Solidarity Barnstar
Charity & Solidarity Barnstar
প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত সদ্য সমাপ্ত মহাত্মা গান্ধী এডিটাথন,২০২৩ ত আপুনি দেখুওৱা আন্তৰিক উৎসাহ আৰু নিস্বাৰ্থ অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনাৰ শলাগ ল'লোঁ। প্ৰতিযোগিতাৰ সফল সমাপ্তিৰ বাবে আপুনি যি কাৰিকৰী সহায় আগবঢ়ালে, তাৰ বাবে আপোনাৰ সমুখত কৃতজ্ঞতা প্ৰকাশ কৰি আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। আপোনাৰ ৱিকি-যাত্ৰা ক্ৰমাৎ অধিক শক্তিশালী হওক। শুভকামনাৰে -অসমীয়া ৱিকিমিডিয়া সমাজ

সহায় বিচাৰি

[সম্পাদনা কৰক]

মোক লেখাত সহজ হিন্দী কী-বৰ্ড এখনৰ নাম কওকচোন। JyotiPN (বাৰ্তা) 13:40, 15 October 2023 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]

মোবাইল নে লেপটপ? মই আজিকালি বেলেগ কী-বৰ্ড ব্যৱহাৰ নকৰোঁ, ইন-বিল্ডখনতে আজিকালি ভাষাটো সক্ৰিয় কৰি ললেই হয়। এই লিংকটো চাব পাৰেদিব্য দত্ত  (বাৰ্তা) 13:44, 15 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
লেপটপত। JyotiPN (বাৰ্তা) 14:05, 15 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
এই লিংকটো চাব পাৰেদিব্য দত্ত  (বাৰ্তা) 14:33, 15 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কৰ্মশালাৰ সোণালী পদক

[সম্পাদনা কৰক]
কৰ্মশালাৰ সোণালী পদক
কৰ্মশালাৰ সোণালী পদক
হে ৱিকিসতীৰ্থ, ২০২৩ চনৰ নৱেম্বৰ মাহত মাজুলীত অনুষ্ঠিত অসমীয়া ৱিকিমিডিয়া সমাজৰ প্ৰীতিমেল আৰু কৰ্মশালাত সমল ব্যক্তি হিচাপে আপুনি যি সক্ৰিয় সহায়-সহযোগিতা আগবঢ়ালে তাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ ওচৰত চিৰঋণী। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -অসমীয়া ৱিকিমিডিয়া সমাজ

ধন্যবাদ! -দিব্য দত্ত  (বাৰ্তা) 09:59, 30 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰটনাছ পৃষ্ঠাটো কিয় দিলিট কৰা হল জানয় যেন ।
Plotinos - Plotinus - Wikipedia নিপন নিয়ৰ শেনছোৱা (বাৰ্তা) 03:31, 31 October 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
প্ৰটনাছ নে প্লটিনাছ?-দিব্য দত্ত (বাৰ্তা) 08:22, 31 October 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সহায় বিচাৰি

[সম্পাদনা কৰক]

জ্ঞানপীঠ বঁটা বিজয়ী বা ৰাজ্যিক চলচ্চিত্ৰ বঁটা বুলি যে তালিকাখন থাকে। প্ৰবন্ধৰ শেষত ওলাই থাকে। দেখুৱাওক আৰু লুকুৱাওক কৰিব পাৰি। সেইখন কেনেকৈ বনাব লাগে শিকাই দিবচোন। JyotiPN (বাৰ্তা) 16:49, 10 December 2023 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]

এই তালিকাকেইখন বনাব নালাগে, আগতেই বনাই থোৱা আছে। তলৰ সাঁচকেইটা যোগ কৰিলেই হ’ব।

{{জ্ঞানপীঠ বঁটা}} {{অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল}} {{অসমৰ প্ৰসিদ্ধ ব্যক্তি}} - দিব্য দত্ত  (বাৰ্তা) 16:54, 10 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মোক টো লাগে।JyotiPN (বাৰ্তা) 17:38, 10 December 2023 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]
এইটো এতিয়া সম্পাদনা কৰি যোগ কৰিব পাৰিব। দিব্য দত্ত  (বাৰ্তা) 18:17, 10 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
অশেষ ধন্যবাদ। JyotiPN (বাৰ্তা) 18:38, 10 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শুভেচ্ছা নিন দাদা। এই সম্পাদনাৰ কাৰণে ৪ হাজাৰ পাতায় স্ক্ৰিপ্ট ত্ৰুটি এসেছে। বাংলা উইকিতে আমি এটি মডিউল:সংখ্যা ৰূপান্তৰকাৰী নামে তৈৰি কৰেছি, আমাৰ মনে হয় আপনি অসমীয়াতে সেই ৰকম আলাদা নামে তৈৰি কৰুণ। আফতাবুজ্জামান (বাৰ্তা) 17:42, 27 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

হয়, মই বেলেগ মডিউল এটা কৰিলোঁ। দিব্য দত্ত  (বাৰ্তা) 17:50, 27 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
Module:সংখ্যা ৰূপান্তৰকModule:Convertdigit একই কোড। একটা ৰেখে আৰেকটা মুছে দিতে পাৰেন। আফতাবুজ্জামান (বাৰ্তা) 17:52, 27 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ঠিক আছে। ধন্যবাদ। দিব্য দত্ত  (বাৰ্তা) 17:56, 27 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সহায় বিচাৰি

[সম্পাদনা কৰক]

Infobox Templateটো কেনেকৈ সাজিব লাগে শিকাই দিয়কচোন। Infobox noble JyotiPN (বাৰ্তা) 14:07, 9 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ইংৰাজী টেম্পলেটটোৰ পৰা কপি কৰিব পাৰে। দিব্য দত্ত  (বাৰ্তা) 14:43, 9 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা- ২০২৪

[সম্পাদনা কৰক]

প্ৰিয় দিব্য দত্ত,

আশাকৰোঁ কুশলে আছে। এই বছৰৰে জানুৱাৰী মাহত ৪ তাৰিখৰ পৰা ১০ তাৰিখলৈ আয়োজিত “অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা- ২০২৪’’ ত সম্পাদনা কৰি ৱিকিপিডিয়াক অধিক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত আপোনাৰ উৎসৰ্গীকৃত সেৱাৰ বাবে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।

এই সম্পাদনা মেলাৰ এগৰাকী অংশগ্ৰহণকাৰী হিচাপে আপোনাৰ প্ৰাপ্য মানপত্ৰৰ বাবে আমি আপোনাৰ বিষয়ে কিছু তথ্য জনাৰ প্ৰয়োজন। অনুগ্ৰহ কৰি তলত সন্নিৱিষ্ট ফৰ্মখন ভৰ্তি কৰি আমাক পৰৱৰ্তী কাৰ্যসূচী পালন কৰিবলৈ সহযোগ কৰক। আপোনাৰ সহযোগিতাই আমাৰ প্ৰেৰণা। (ইতিমধ্যেই যদি ফৰ্মখন পূৰণ কৰা হৈছে, তেন্তে দ্বিতীয়বাৰ পূৰণ কৰাৰ প্ৰয়োজন নাই)

আন্তৰিক শুভকামনা জানিব।
ধন্যবাদ।

Dolon Prova (বাৰ্তা) 04:10, 15 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সংগঠক,
অসমীয়া - বাংলা আন্তঃৱিকি সম্পাদনা মেলা ২০২৪

Invitation to Organize Feminism and Folklore 2024 Writing Competition

[সম্পাদনা কৰক]
অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক

Dear দিব্য দত্ত,

Hope you are doing well, Wishing you a Happy New Year! .

We extend a heartfelt invitation to you to organize the Feminism and Folklore 2024 writing competition, which is scheduled to take place from February 1, 2024, to March 31, 2024. This year's edition of Feminism and Folklore will concentrate on feminism, women's issues, and gender-focused topics, aligning with a Wiki Loves Folklore gender gap focus and featuring a folk culture theme on Wikipedia.

This year we have created two new Tools for the Feminism and Folklore project. The tool is called Campwiz. This tool is created by the international Tech team of Wiki Loves Folkore especially crafted for Feminism and Folklore project. The tool works as same as fountain or dashboard but has extra abilities required for jury and submission of articles.

To create a new campaign on Campwiz, organizers to follow these steps:

  1. Go to the tool link: https://tools.wikilovesfolklore.org/
  2. Select your wiki on which you want to organize the campaign (enter the name or short code, such as "as" for অসমীয়া অসমীয়া ৱিকিপিডিয়া).
  3. Give your campaign a name example "Feminism and Folklore 2024 on অসমীয়া অসমীয়া ৱিকিপিডিয়া)".
  4. Select the start and end dates (note: keep your start date as Feb 1 and end date as March 31).
  5. Provide a description for your campaign (you can briefly describe the campaign in this section).
  6. Make sure to keep the checkboxes ticked for "Allow users to submit articles that were not created but expanded." if you want to use the campaign for expanded articles also.
  7. Keep minimum added bytes as 4000 and minimum added words as 400 and click next.
  8. In the jury section, keep the checkboxes ticked for "Allow jury members to participate in the campaign" and "Prevent jury members from seeing each other's votes." As per your preference.
  9. Under the jury search box, type the username of your jury and click on the "+" button to add; you can add multiple jury members.
  10. Click next to review and then click on save.

With this we have also created a Missing article tool. This tool identifies articles in the English Wikipedia that are absent from your native language Wikipedia. You can customize your selection criteria, and our tool will provide you with a table displaying the missing articles along with suggested titles. You also have the option to download the list in both CSV and wikitable formats.

Both tools, the Missing Article Tool and the Campwiz Tool, are now available for public use during the Feminism and Folklore campaign. You can find more information about these tools here: https://tools.wikilovesfolklore.org/

There are also some changes in the rules and criteria's. Please go through the rules below.

  1. Minimum Length: The expanded or new article should have a minimum of 4000 bytes or 400 words, ensuring sufficient depth and coverage of the chosen topic. The local organizers are free to choose the minimum length criteria as per needs of their local Wikipedia and must be clearly mention on local project page.
  2. Language Quality: Articles should not be poorly machine-translated, ensuring that language quality and readability are maintained at a high standard.
  3. Timeline of Creation or Expansion: The article should be created or expanded between 1 February and 31 March, aligning with the specified contest timeline.
  4. Theme Relevance: Articles should directly address the theme of feminism and folklore, exploring connections between gender, cultural traditions, and intangible heritage.
  5. No Orphaned Articles: Articles must not be orphaned, meaning they should be linked from at least one other article to ensure visibility within the Wikipedia ecosystem.
  6. No Copyright violations: There should be no copyright violations, and articles should adhere to local Wikipedia policies on notability, ensuring that the content meets the standards for notability.
  7. Adequate references and Citations: Each article should include proper references and citations following local Wikipedia policies, ensuring the reliability and credibility of the information presented.

Learn more about the contest details and prizes on our project page here. Should you require any assistance, please feel free to contact us on our meta talk page or via email.

We eagerly anticipate your enthusiastic coordination and participation in Feminism and Folklore 2024.

Thank you and Best wishes,

Feminism and Folklore 2024 International Team

--MediaWiki message delivery (বাৰ্তা) 06:51, 18 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতা পদক

[সম্পাদনা কৰক]
অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতা পদক
প্ৰিয় ৱিকিপিডিয়ান,

অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৪-ত অংশগ্ৰহণ কৰি এডিটাথনৰ লগতে সামগ্ৰিকভাৱে ৱিকিপিডিয়াক অধিক তথ্যসমৃদ্ধ কৰাৰ বাবে, শলাগৰ চিনস্বৰূপে আপোনালৈ এই ৱিকিপদকটি আগবঢ়ালোঁ। আশাকৰোঁ, ৱিকিপিডিয়াত আপোনাৰ এই যাত্ৰা আৰু সহযোগিতা অব্যাহত থাকিব।
শুভেচ্ছাৰে,
এডিটাথনৰ আয়োজকবৃন্দৰ হৈ― SamihaRahman (বাৰ্তা) 13:04, 20 January 2024 (ইউ.টি.চি.) [উত্তৰ দিয়ক]

ছয় শতাধিক প্ৰবন্ধ পদক

[সম্পাদনা কৰক]
ছয় শতাধিক প্ৰবন্ধ পদক
হে ৱিকিসতীৰ্থ, ছয় শতাধিক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। আপোনাৰ এই গতি চিৰদিন অব্যাহত থাকক। -অসমীয়া ৱিকিমিডিয়া সমাজ
Joli Rumi (বাৰ্তা) 15:28, 18 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিবিশ্ববিদ্যালয়

[সম্পাদনা কৰক]

Hello, প্ৰশাসক @দিব্য দত্ত ৱিকিবিশ্ববিদ্যালয় প্ৰকল্প পাতায় আমি অসমীয়া ভাষাৰ জন্য একটি প্ৰদান পাতা তৈৰি কৰেছি তবে প্ৰধান পাতাৰ কিছু প্ৰয়োজনীয় টেমপ্লেট আমি তৈৰি কৰিনি কাৰণ আমি অসমীয়া ভাষায় দক্ষ নই। তাই যদি আপনি আপনাৰ অদক্ষ অসমীয়াৰ ব্যাবহাৰ সংশোধন কৰে দিতে পাৰেন এবং প্ৰয়োজনীয় টেমপ্লেট গুলো তৈৰি কৰে দিতে পাৰেন ধন্যবাদ। Rifat008 (বাৰ্তা) 18:45, 24 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Organising Feminism and Folklore

[সম্পাদনা কৰক]

Hello Community Organizers,

Thank you for organising Feminism and Folklore writing competition on your wiki. We congratulate you in joining and celebrating our cultural heritage and promoting gender equality on Wikipedia.

To encourage boost for the contributions of the participants, we're offering prizes for Feminism and Folklore local prizes. Each Wikipedia will have three local winners:

  • First Prize: $15 USD
  • Second Prize: $10 USD
  • Best Jury Article: $5 USD

All this will be in gift voucher format only. Kindly inform your local community regarding these prizes and post them on the local project page

The Best Jury Article will be chosen by the jury based on how unique the article is aligned with the theme. The jury will review all submissions and decide the winner together, making sure it's fair. These articles will also be featured on our social media handles.

We're also providing internet and childcare support to the first 50 organizers and Jury members for who request for it. Remember, only 50 organizers will get this support, and it's given on a first-come, first-served basis. The registration form will close after 50 registrations, and the deadline is March 15, 2024. This support is optional and not compulsory, so if you're interested, fill out the form here.

Each organizer/jury who gets support will receive $30 USD in gift voucher format, even if they're involved in more than one wiki. No dual support will be provided if you have signed up in more than one language. This support is meant to appreciate your volunteer support for the contest.

We also invite all organizers and jury members to join us for office hours on Saturday, March 2, 2024. This session will help you understand the jury process for both contests and give you a chance to ask questions. More details are on meta page.

Let's celebrate our different cultures and work towards gender equality on Wikipedia!

Best regards,

Rockpeterson

MediaWiki message delivery (বাৰ্তা) 05:56, 29 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ইংৰাজীত WP:Amuk বুলি namespace ত আহে অসমীয়া ৱিকিপিডিয়াত ৱিকি:আমুক বুলি namespace দিলে হব নে ৱি:আমুক বুলি দিলে namespace ত আহিব? যোৱাবাৰ মই কৰা অনুবাদত বহুতখিনি shortcut বিলোপ কৰা হৈছিল। KHI-LAN-TZI 16:07, 25 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিপিডিয়া:আমুক বুলি লিখিব লাগে যদিও নাহে যদিহে পৃষ্ঠাটো ৰি-ডাইৰেক্ট কৰা নহয়। দিব্য দত্ত  (বাৰ্তা) 16:16, 25 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ৱিকিপিডিয়া:HELP এইটো এটা shortcut পৃষ্ঠা, পৃষ্ঠাটো সম্পাদনা কৰি চাওক তাত মূল পৃষ্ঠালৈ ৰি-ডাইৰেক্ট (#REDIRECT [[সহায়:সমল]]) কৰা আছে। ডিলিট কৰা পৃষ্ঠাবোৰ ৰি-ডাইৰেক্ট কৰা নাছিল নাইবা অপ্ৰয়োজনীয় পৃষ্ঠা আছিল বাবে ডিলিট কৰা হৈছিল। প্ৰয়োজন নহ’লে ছৰ্টকাট পৃষ্ঠা সৃষ্টি কৰিব নালাগে। দিব্য দত্ত  (বাৰ্তা) 16:20, 25 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@

দিব্য দত্ত এবাৰ এইজন সদস্যই বিলোপ কৰিছিল। সোধোতে Name space ত নাছিল কৈছিল। অপ্ৰয়োজনীয় নাছিল বাৰু shortcuts খিনি! KHI-LAN-TZI 16:39, 25 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Name spaceত নাছিল মানে হয়তো “ৰেড লিংক” হৈ আছিল। পৃষ্ঠাটো সৃষ্টি কৰি মূল পৃষ্ঠালৈ ৰি-ডাইৰেক্ট কৰিব লাগিব। কেৱল “চমুপথসমূহ” লিখি থলেই নহ’ব আৰু পৃষ্ঠাসমূহ ৱিকিপিডিয়া:আমুক এনেকৈ সৃষ্টি কৰিব লাগিব। দিব্য দত্ত  (বাৰ্তা) 16:42, 25 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত ধন্যবাদ বুজাই দিয়াৰ বাবে। KHI-LAN-TZI 16:50, 25 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সাত শতাধিক প্ৰবন্ধ পদক

[সম্পাদনা কৰক]
সাত শতাধিক প্ৰবন্ধ পদক হে ৱিকিসতীৰ্থ, সাত শতাধিক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। আপোনাৰ এই গতি চিৰদিন অব্যাহত থাকক। -অসমীয়া ৱিকিমিডিয়া সমাজ
অশেষ ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) 14:33, 29 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বিচাৰক পদক

[সম্পাদনা কৰক]
বিচাৰক পদক
হে ৱিকিসতীৰ্থ, শেহতীয়াকৈ ৱিকিপিডিয়াত অনুষ্ঠিত হোৱা অসমীয়া-চাঁওতালি আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৪ প্ৰবন্ধ লিখন প্ৰতিযোগিতাখনক নিয়াৰিকৈ চলাই নিয়াত বিচাৰক হিচাপে যি নিৰপেক্ষ দায়িত্ব পালন কৰিছে আৰু গঠনমূলক পৰামৰ্শৰে প্ৰতিযোগী সকলৰ উৎসাহ বৃদ্ধিত যি অৱদান আগবঢ়ালে, সেইসমূহৰ কৃতজ্ঞতা স্বৰূপে আয়োজক হিচাপে আপোনালোকলৈ এই সামান্য পদক এটি আগবঢ়ালো। -অসমীয়া ৱিকিমিডিয়া সমাজ
অশেষ ধন্যবাদ। দিব্য দত্ত (বাৰ্তা) 14:33, 29 March 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কৃতজ্ঞতা আৰু অভিনন্দন

[সম্পাদনা কৰক]
কৃতজ্ঞতা আৰু অভিনন্দন

“এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালি চাহী ইটে সিটে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ”

প্ৰিয় ৱিকিসতীৰ্থ, চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈকে পৃথিৱীৰ বিভিন্ন ভাষাৰ লগতে অসমীয়া ভাষাইও স্থানীয়ভাৱে নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৪ আয়োজন কৰিছিল৷ আপোনাক জনাবলৈ পাই আমি সুখী হৈছোঁ যে, সম্পাদনা-মেলাখনত অসমীয়া ৱিকিপিডিয়াৰ ১৩ গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰি ৫৪৬টা ভিন্ন বৈশিষ্ট্যৰ প্ৰবন্ধ সংযোজন কৰে৷ এইসমূহ প্ৰবন্ধই ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথাৰ সমল বৃদ্ধি কৰাৰ লগতে ইণ্টাৰনেটত অসমীয়া ভাষাৰ স্থিতিও সন্দেহাতীতভাৱে শক্তিশালী কৰিব৷ ইয়াৰ আঁৰতেই আছে আপোনালোকৰ দৰে নিষ্ঠাৱান স্বেচ্ছাসেৱকৰ নিৰৱচ্ছিন্ন অংশগ্ৰহণ আৰু সক্ৰিয় বৰঙণি৷

প্ৰিয় সুহৃদ, সম্পাদনা-মেলাত অংশ লৈ প্ৰতিযোগিতাখনৰ সৌষ্ঠৱ বঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ প্ৰতি সদায়েই কৃতজ্ঞ হৈ ৰ'ব৷ পৰৱৰ্তী সময়তো আপোনাৰ সক্ৰিয়তা আমি আন্তৰিকতাৰে কামনা কৰিলোঁ৷ অভিনন্দন!! -অসমীয়া ৱিকিমিডিয়া সমাজ

Congratulations to the Feminism and Folklore Prize Winner!

[সম্পাদনা কৰক]

Dear Winner,

We are thrilled to announce that you have been selected as one of the prize winners in the 2024 Feminism and Folklore Writing Contest! Your contributions have significantly enriched Wikipedia with articles that document the vibrant tapestry of folk cultures and highlight the crucial roles of women within these traditions.

As a token of our appreciation, you will receive a gift coupon. To facilitate the delivery of your prize and gather valuable feedback on your experience, please fill out the Winners Google Form. In the form, kindly provide your details for receiving the gift coupon and share your thoughts about the project.

Your dedication and hard work have not only helped bridge the gender gap on Wikipedia but also ensured that the cultural narratives of underrepresented communities are preserved for future generations. We look forward to your continued participation and contributions in the future.

Congratulations once again, and thank you for being a vital part of this global initiative!

Warm regards,

The Feminism and Folklore Team

Hi, I am from Bengali Wikipedia. There was no article in Assamese Wikipedia for en:Sheikh Mujibur Rahman. But recently I noticed that the article was translated here which is a good thing. It is a stub article and had no infobox so I added infobox in শ্বেখ মুজিবুৰ ৰহমান. But looks like the infobox template সাঁচ:Infobox Officeholder isn't updated which results missing parts in the article. I request you to update the infobox so that we can see the all part in the article's infobox. Mehedi Abedin (বাৰ্তা) 16:13, 15 June 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Feminism and Folklore 2024 - International prize winners

[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক

Congratulations!

We are thrilled to announce that you have emerged as the victorious champion in the Feminism and Folklore 2024 writing competition, securing an International prize. Your achievement is truly exceptional and worthy of celebration!

We would like to express our utmost gratitude for your invaluable contribution to the documentation of your local folk culture and women on Wikipedia. The dedication and hard work you exhibited throughout the competition were truly remarkable.

To ensure that you receive your well-deserved prize, we kindly request you to take a moment and complete the preferences form before the 15th of August 2024. By doing so, you will help us tailor the prize according to your preferences and guarantee a delightful experience for you. You can access the form by clicking here.

Should you have any queries or require any further assistance, please do not hesitate to reach out to us. You can easily contact us via the talkpage or by email. We are more than delighted to provide any support you may need.

Once again, congratulations on this outstanding achievement! We are proud to have you as our winner and eagerly look forward to hearing from you.

Best wishes,

FNF 2024 International Team

Stay connected  

--MediaWiki message delivery (বাৰ্তা) 12:39, 21 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]


ৱিকি-প্ৰহৰী পদক

[সম্পাদনা কৰক]
ৱিকি-প্ৰহৰী পদক
প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগতে অন্যান্য ৱিকিপ্ৰকল্পসমূহত তীক্ষ্ণ দৃষ্টি ৰাখি অসমীয়া ৱিকিমিডিয়ালৈ আগবঢ়োৱা নিৰলস সেৱাৰ বাবে আপোনালৈ এই পদকটি শ্ৰদ্ধা সহিতে আগবঢ়ালো। আশাকৰোঁ আপুনি আগলৈয়ো একেই সক্ৰিয়তাৰে ৱিকিমিডিয়াৰ লগত জড়িত হৈ থাকিব। -Pranamikaadhikary (বাৰ্তা) 15:47, 28 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ধন্যবাদ‌! দিব্য দত্ত (বাৰ্তা) 17:00, 28 July 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আঠ শতাধিক প্ৰবন্ধ পদক

[সম্পাদনা কৰক]
আঠ শতাধিক প্ৰবন্ধ পদক
হে ৱিকিসতীৰ্থ, আঠ শতাধিক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। আপোনাৰ এই গতি চিৰদিন অব্যাহত থাকক। -অসমীয়া ৱিকিমিডিয়া সমাজ
-Joli Rumi (বাৰ্তা) 16:01, 31 October 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]