তেলুগু ভাষা
অৱয়ব
(তেলুগুৰ পৰা পুনঃনিৰ্দেশিত)
| তেলুগু | |
|---|---|
| తెలుగు | |
| থলুৱা অঞ্চল | ভাৰত |
| অঞ্চল | অন্ধ্ৰ প্ৰদেশ তেলঙ্গানা |
স্থানীয় ভাষিক |
প্ৰায় ৮ কোটি |
ভাষা পৰিয়াল |
দ্ৰাবিড়ীয়
|
| লিখন প্ৰণালী | তেলুগু লিপি |
| আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
|
| ভাষা সংকেত | |
| ISO 639-1 | te |
| ISO 639-2 | tel |
| ISO 639-3 | tel |

তেলুগু (তেলুগু ভাষাত: తెలుగు তেলুগু, আ-ধ্ব-ব: [ˈt̪elʊgʊ]) হ'ল এটা দক্ষিণ-কেন্দ্ৰীয় দ্ৰাবিড় ভাষা। ই মূলত ভাৰতৰ অন্ধ্ৰ প্ৰদেশ আৰু তেলঙ্গানাত প্ৰচলিত আৰু ৰাজ্য দুখনৰ চৰকাৰী ভাষা। ভাৰতত হিন্দী আৰু বঙালীৰ পিছত আটাইতকৈ বেছি প্ৰচলিত ভাষা। [1][2]
বৰ্ণমালা
[সম্পাদনা কৰক]প্ৰধান প্ৰবন্ধ: তেলুগু লিপি


তেলুগু সংখ্যা
[সম্পাদনা কৰক]| ০ | ১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
|---|---|---|---|---|---|---|---|---|---|
| ౦ | ౧ | ౨ | ౩ | ౪ | ౫ | ౬ | ౭ | ౮ | ౯ |
| 0⁄4 | 1⁄4 | 2⁄4 | 3⁄4 | 0⁄16 | 1⁄16 | 2⁄16 | 3⁄16 |
|---|---|---|---|---|---|---|---|
| ౸ | ౹ | ౺ | ౻ | ౦ | ౼ | ౽ | ౾ |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Dravidian Language Family". National Virtual Translation Center. 2007. Archived from the original on 2009-01-22. https://web.archive.org/web/20090122020445/http://www.nvtc.gov/lotw/months/april/DravidianLanguageFamily.htm। আহৰণ কৰা হৈছে: 2007-11-13.
- ↑ "Image of Indian languages and total speakers". Archived from the original on 2007-05-24. https://web.archive.org/web/20070524104936/http://www.ciil.org/Main/Languages/indian.htm। আহৰণ কৰা হৈছে: 2007-02-13.
| ||||||||
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||