ভাৰতৰ বেংকৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এইখন হৈছে আৰ বি আই আইন, ১৯৩৪ৰ দ্বিতীয় সূচী অনুসৰি অনুসূচীত বেংক (ভাৰত) হিচাপে তালিকাভুক্ত হোৱা বেংকৰ তালিকা।

বাণিজ্যিক বেংক[সম্পাদনা কৰক]

ৰাজহুৱা খণ্ডৰ বেংক (পিএছবি)[সম্পাদনা কৰক]

২০২৩ চনৰ ১ মাৰ্চলৈকে ১২টা ৰাজহুৱা খণ্ডৰ বেংক আছে

বেংকৰ নাম স্থাপিত মুখ্য কাৰ্যালয় চৰকাৰৰ
অংশ
শাখাৰ সংখ্যা
বেংক অৱ বৰোদা ১৯০৮ বডোদৰা, গুজৰাট ৬৩.৯৭% ৮,৩১০
বেংক অৱ ইণ্ডিয়া ১৯০৬ মুম্বাই, মহাৰাষ্ট্ৰ ৮১.৪১% ৫,০৮৪
বেংক অৱ মহাৰাষ্ট্ৰ ১৯৩৫ পুনে, মহাৰাষ্ট্ৰ ৯০.৯৭% ২,০২২
কানাড়া বেংক ১৯০৬ বেংগালুৰু, কৰ্ণাটক ৬২.৯৩% ১০,৪১৬
চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া ১৯১১ মুম্বাই, মহাৰাষ্ট্ৰ ৯৩.০৮% ৪,৬০৮
ইণ্ডিয়ান বেংক ১৯০৭ চেন্নাই, তামিলনাডু ৭৯.৯০% ৫,৭৪৪
ইণ্ডিয়ান অভাৰচিজ বেংক ১৯৩৭ চেন্নাই, তামিলনাডু ৯৬.৩৮% ৩,২১৭
পঞ্জাৱ এণ্ড সিন্ধ বেংক ১৯০৮ নতুন দিল্লী, দিল্লী ৯৭.০৭% ১,৫২৭
পঞ্জাৱ নেচনেল বেংক ১৮৯৪ নতুন দিল্লী, দিল্লী ৭৩.১৫% ১০,৭৬৯
ষ্টেট বেংক অৱ ইণ্ডিয়া ১৯৫৫ মুম্বাই, মহাৰাষ্ট্ৰ ৫৭.৬২% ২২,২১৯
ইউকো বেংক ১৯৪৩ কলকাতা, পশ্চিমবংগ ৯৫.৩৯% ৩,০৮৭
ইউনিয়ন বেংক অৱ ইণ্ডিয়া ১৯১৯ মুম্বাই, মহাৰাষ্ট্ৰ ৮৩.৪৯% ৯,৩১৫

ব্যক্তিগত খণ্ডৰ বেংক[সম্পাদনা কৰক]

বৰ্তমান ভাৰতত ২১টা ব্যক্তিগত বেংক আছে, ২০২৩ চনৰ ১ মাৰ্চলৈকে:

বেংকৰ নাম স্থাপিত মূখ্য কাৰ্যালয় শাখাৰ সংখ্যা মুঠ সম্পত্তি ৰাজহ উদ্ধৃতি
এক্সিস বেংক ১৯৯৩ Mumbai, Maharashtra 4,594 ১০,১০,৩২৫ কোটি (১৪১.৬৫ বিলিয়ন ডলাৰ) ৮০,৮৪৭ কোটি (১১.৩৩ বিলিয়ন ডলাৰ) [1]
বন্ধন বেংক ২০১৫

Kolkata, West Bengal

1,147 ১,১৪,৯৯৩ কোটি (১৬.১২ বিলিয়ন ডলাৰ) ১৪,৬৩৩ কোটি (২.০৫ বিলিয়ন ডলাৰ) [2]
চিএছবি বেংক ১৯২০ Thrissur, Kerala 512 ২৩,৩৩৭ কোটি (৩.২৭ বিলিয়ন ডলাৰ) ৩৪,৫০০ কোটি (৪.৮৪ বিলিয়ন ডলাৰ) [3]
চিটি ইউনিয়ন বেংক ১৯০৪ Kumbakonam, Tamil Nadu 702 ৫৩,৩১১ কোটি (৭.৪৭ বিলিয়ন ডলাৰ) ৪,৮৩৯ কোটি (৬৭৮.৪৩ মিলিয়ন ডলাৰ) [4][5]
ডিচিবি বেংক ১৯৩০ Mumbai, Maharashtra 352 ৩৯,৬০২ কোটি (৫.৫৫ বিলিয়ন ডলাৰ) ৩,৯১৬ কোটি (৫৪৯.০২ মিলিয়ন ডলাৰ) [6]
ধনলক্ষ্মী বেংক ১৯২৭ Thrissur, Kerala 245 ১৩,০৯৬ কোটি (১.৮৪ বিলিয়ন ডলাৰ) ১,০৭২ কোটি (১৫০.২৯ মিলিয়ন ডলাৰ) [7]
ফেডাৰেল বেংক ১৯৩১ Kochi, Kerala 1,272 ২,০৪,৯৬৬ কোটি (২৮.৭৪ বিলিয়ন ডলাৰ) ১৫,৭০২ কোটি (২.২ বিলিয়ন ডলাৰ) [8]
এইচডিএফচি বেংক ১৯৯৪ Mumbai, Maharashtra 5,608 ১৭,৯৯,৫০৬ কোটি (২৫২.২৯ বিলিয়ন ডলাৰ) ১,৫৫,৮৫৫ কোটি (২১.৮৫ বিলিয়ন ডলাৰ) [9]
আইচিআইচিআই বেংক ১৯৯৪ Mumbai, Maharashtra 5,266 ১৫,৭৩,৮১২ কোটি (২২০.৬৫ বিলিয়ন ডলাৰ) ১,৬১,৩৩৬ কোটি (২২.৬২ বিলিয়ন ডলাৰ) [10][11]
আইডিবিআই বেংক 1৯৬৪ Mumbai, Maharashtra 1,884 ২,৯৮,৬৫২ কোটি (৪১.৮৭ বিলিয়ন ডলাৰ) ২৪,৮০৩ কোটি (৩.৪৮ বিলিয়ন ডলাৰ) [12][13]
আইডিএফচি ফাৰ্ষ্ট বেংক ২০১৫ Mumbai, Maharashtra 707 ১,৬৩,০৭১ কোটি (২২.৮৬ বিলিয়ন ডলাৰ) ১৮,২২১ কোটি (২.৫৫ বিলিয়ন ডলাৰ) [14]
ইণ্ডুচিণ্ড বেংক ১৯৯৪ Mumbai, Maharashtra 2,015 ৩,৬২,৯০৩ কোটি (৫০.৮৮ বিলিয়ন ডলাৰ) ২৮,৯৯৯ কোটি (৪.০৭ বিলিয়ন ডলাৰ) [15]
জম্মু আৰু কাশ্মীৰ বেংক ১৯৩৮ Srinagar, Jammu and Kashmir 957 ৮২,০১৮ কোটি (১১.৫ বিলিয়ন ডলাৰ) ৭,১৬৬ কোটি (১ বিলিয়ন ডলাৰ) [16]
কৰ্ণাটকা বেংক ১৯২৪ Mangaluru, Karnataka 905 ৮৫,৫৮০ কোটি (১২ বিলিয়ন ডলাৰ) ৬,২৩২ কোটি (৮৭৩.৭৩ মিলিয়ন ডলাৰ) [17]
কাৰুৰ ব্যাস্যা বেংক ১৯১৬ Karur, Tamil Nadu 811 ৭৪,৬২৩ কোটি (১০.৪৬ বিলিয়ন ডলাৰ) ৫,৪৭০ কোটি (৭৬৬.৮৯ মিলিয়ন ডলাৰ) [18]
কোটক মহিন্দ্ৰা বেংক ২০০৩ Mumbai, Maharashtra 1,604 ৪,৭৮,৮৭২ কোটি (৬৭.১৪ বিলিয়ন ডলাৰ) ৩২,৮১৯ কোটি (৪.৬ বিলিয়ন ডলাৰ) [19]
নাইনিতাল বেংক ১৯২২ Nainital, Uttarakhand 160 ৮,৪৩৮ কোটি (১.১৮ বিলিয়ন ডলাৰ) ০,৭২৭ কোটি (১০১.৯৩ মিলিয়ন ডলাৰ) [20]
আৰবিএল বেংক ১৯৪৩ Mumbai, Maharashtra 435 ১,০০,৬১৮ কোটি (১৪.১১ বিলিয়ন ডলাৰ) ৮,৫৬১ কোটি (১.২ বিলিয়ন ডলাৰ) [21]
চাউথ ইণ্ডিয়ান বেংক ১৯২৯ Thrissur, কেৰেলা ৯৩৫ ৯৪,১৪৯ কোটি (১৩.২ বিলিয়ন ডলাৰ) ৭,৩০৫ কোটি (১.০২ বিলিয়ন ডলাৰ) [22]
তামিলনাড মাৰ্চেন্টাইল বেংক ১৯২১ Thoothukkudi, Tamil Nadu ৫০৯ ৪২,৭৫৮ কোটি (৫.৯৯ বিলিয়ন ডলাৰ) ৩,৯৯২ কোটি (৫৫৯.৬৮ মিলিয়ন ডলাৰ) [23]
ইয়েছ বেংক ২০০৪ মুম্বাই, মহাৰাষ্ট্ৰ ১,০৭০ ২,৭৩,৫৯৩ কোটি (৩৮.৩৬ বিলিয়ন ডলাৰ) ২০,০৩৯ কোটি (২.৮১ বিলিয়ন ডলাৰ) [24][25]

আঞ্চলিক গ্ৰাম্য বেংক[সম্পাদনা কৰক]

১ এপ্ৰিল ২০২০ লৈকে ভাৰতত ৪৩ টা আঞ্চলিক গ্ৰাম্য বেংক আছে। সেইকেইটা হ'ল:

অন্ধ্ৰ প্ৰদেশ

  • অন্ধ্ৰ প্ৰগতি গ্ৰামীনা বেংক
  • চৈতন্য গোদাবৰী গ্ৰামীন বেংক
  • সপ্তগিৰি গ্ৰামীন বেংক

অৰুণাচল প্ৰদেশ

  • অৰুণাচল প্ৰদেশ ৰুৰেল বেংক

অসম

  • অসম গ্ৰামীণ বিকাশ বেংক

বিহাৰ

  • দক্ষিণ বিহাৰ গ্ৰামীন বেংক
  • উত্তৰ বিহাৰ গ্ৰামীন বেংক

ছত্তীশগড়

  • ছত্তীশগড় ৰাজ্য গ্ৰামীন বেংক

গুজৰাট

  • বৰোদা গুজৰাট গ্ৰামীন বেংক
  • সৌৰাষ্ট্ৰ গ্ৰামীন বেংক

হাৰিয়ানা

  • সৰ্ব হাৰিয়ানা গ্ৰামীন বেংক

হিমাচল প্ৰদেশ

  • হিমাচল প্ৰদেশ গ্ৰামীন বেংক

জম্মু-কাশ্মীৰ

  • জে এণ্ড কে গ্ৰামীন বেংক
  • এলাকুই দেহাতি বেংক

ঝাৰখণ্ড

  • ঝাৰখণ্ড ৰাজ্য গ্ৰামীন বেংক

কৰ্ণাটক

  • কৰ্ণাটক গ্ৰামীন বেংক
  • কৰ্ণাটক বিকাশ গ্ৰামীনা বেংক

কেৰালা

  • কেৰেলা গ্ৰামীন বেংক

মধ্য প্ৰদেশ

  • মধ্যাঞ্চল গ্ৰামীন বেংক
  • মধ্য প্ৰদেশ গ্ৰামীন বেংক

মহাৰাষ্ট্ৰ

  • মহাৰাষ্ট্ৰ গ্ৰামীন বেংক
  • বিদৰ্ভা কোংকন গ্ৰামীন বেংক

মণিপুৰ

  • মণিপুৰ ৰুৰেল বেংক

মেঘালয়

  • মেঘালয় ৰুৰেল বেংক

মিজোৰাম

  • মিজোৰাম ৰুৰেল বেংক

নাগালেণ্ড

  • নাগালেণ্ড ৰুৰেল বেংক

উৰিষ্যা

  • ওড়িশা গ্ৰাম্য বেংক
  • উৎকাল গ্ৰামীণ বেংক

পুডুচেৰী

  • পুডুবাই ভৰতীয়াৰ গ্ৰামা বেংক

পঞ্জাৱ

  • পঞ্জাৱ গ্ৰামীন বেংক

ৰাজস্থান

  • বৰোদা ৰাজস্থান ক্ষেত্ৰীয় গ্ৰামীন বেংক
  • ৰাজস্থান মৰুধৰা গ্ৰামীন বেংক

তামিলনাডু

  • তামিলনাডু গ্ৰামা বেংক

তেলেংগানা

  • তেলেংগানা গ্ৰামীনা বেংক

অন্ধ্ৰ প্ৰদেশ

  • অন্ধ্ৰ প্ৰদেশ গ্ৰামীণা বিকাশ বেংক

ত্ৰিপুৰা

  • ত্ৰিপুৰা গ্ৰামীন বেংক

উত্তৰ প্ৰদেশ

  • আৰ্যৱৰ্ত বেংক
  • প্ৰথমা ইউ পি গ্ৰামীন বেংক
  • বৰোদা ইউ পি বেংক

উত্তৰাখণ্ড

  • উত্তৰাখণ্ড গ্ৰামীন বেংক

পশ্চিম বংগ

  • পশ্চিম বংগ গ্ৰামীন বেংক
  • বঙ্গীয় গ্ৰামীণ বিকাশ বেংক
  • উত্তৰবংগ ক্ষেত্ৰীয় গ্ৰামীন বেংক

বিদেশী বেংক[সম্পাদনা কৰক]

১৪ জুলাই, ২০২০ তাৰিখে ভাৰতত বিদেশী বেংক - আৰ বি আই অনুসৰি উপস্থিতিৰ শাখা/ডব্লিউ অ’ এছ/প্ৰতিনিধি প্ৰকাৰ:[26]

ভাৰতত সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান হিচাপে কাম কৰা বিদেশী বেংক[সম্পাদনা কৰক]

ভাৰতৰ বাহিৰত নিগমিত আৰু ভাৰতত সম্পূৰ্ণ মালিকানাধীন সহযোগী কোম্পানী চলাই থকা উল্লেখযোগ্য বেংকসমূহৰ তালিকা:

ভাৰতত শাখা থকা বিদেশী বেংক[সম্পাদনা কৰক]

ভাৰতৰ বাহিৰত নিগমিত আৰু ভাৰতত শাখা পৰিচালনা কৰা উল্লেখযোগ্য বেংকসমূহৰ তালিকা:

প্ৰতিনিধি কাৰ্যালয় থকা বিদেশী বেংক[সম্পাদনা কৰক]

ভাৰতত প্ৰতিনিধি কাৰ্যালয় থকা উল্লেখযোগ্য বিদেশী বেংকৰ তালিকা:

স্মল ফাইনেন্স বেংক[সম্পাদনা কৰক]

বেংকৰ নাম স্থাপিত মূখ্য কাৰ্যালয় শাখাৰ সংখ্যা উদ্ধৃতি
উজ্জীৱন স্মল ফাইনেন্স বেংক ২০১৭ বেংগালুৰু, কৰ্ণাটক ৪৬৪
জনা স্মল ফাইনেন্স বেংক ২০১৮ বেংগালুৰু, কৰ্ণাটক ৭১৮ [27]
ইকুইটাছ স্মল ফাইনেন্স বেংক ২০১৬ চেন্নাই, তামিলনাডু ৪১২
এউ স্মল ফাইনেন্স বেংক ২০১৭ জয়পুৰ, ৰাজস্থান ৩৯৬
কেপিটেল স্মল ফাইনেন্স বেংক ২০১৬ জলন্ধৰ, পঞ্জাৱ ৪৭ [28]
ফিনকেয়াৰ স্মল ফাইনেন্স বেংক ২০১৭ Bangalore, Karnataka ৯১৯ [29]
ইএএসএফ স্মল ফাইনেন্স বেংক ২০১৭ ত্ৰিশুৰ, কেৰেলা ৫৭৫ [30]
নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক ২০১৭ গুৱাহাটী, অসম [31]
সূৰ্যোদয় স্মল ফাইনেন্স বেংক ২০১৭ মুম্বাই, মহাৰাষ্ট্ৰ ৪৭৭ [32]
উৎকৰ্ষ স্মল ফাইনেন্স বেংক ২০১৮ বাৰাণসী, উত্তৰ প্ৰদেশ [33]
শিৱালিক স্মল ফাইনেন্স বেংক ২০২১ চাহাৰানপুৰ, উত্তৰ প্ৰদেশ ৪৬ [34]
ইউনিটি স্মল ফাইনেন্স বেংক ২০২১ [35]

পেমেন্টছ বেংক[সম্পাদনা কৰক]

বেংকৰ নাম স্থাপিত মূখ্য কাৰ্যালয় শাখাৰ সংখ্যা ৰাজহ
এয়াৰটেল পেমেন্টছ বেংক ২০১৭ নতুন দিল্লী, দিল্লী ৬২৭ কোটি (৮৭.৯১ মিলিয়ন ডলাৰ)
ইণ্ডিয়া পোষ্ট পেমেন্টছ বেংক ২০১৮ নতুন দিল্লী, দিল্লী ৬৫০ টা ৫৫ কোটি (৭.৭১ মিলিয়ন ডলাৰ)
পেটিএম পেমেণ্টছ বেংক ২০১৭ নয়দা, উত্তৰ প্ৰদেশ ২,১০৯ কোটি (২৯৫.৬৮ মিলিয়ন ডলাৰ)
জিঅ' পেমেন্টছ বেংক ২০১৮ মুম্বাই, মহাৰাষ্ট্ৰ ১৩ কোটি (১.৮২ মিলিয়ন ডলাৰ)
ফিনো পেমেন্টছ বেংক ২০১৭ মুম্বাই, মহাৰাষ্ট্ৰ ৪১০ টা ৭৯১ কোটি (১১০.৯ মিলিয়ন ডলাৰ)
এনএছডিএল পেমেণ্টছ বেংক ২০১৮ মুম্বাই, মহাৰাষ্ট্ৰ ৬২ কোটি (৮.৬৯ মিলিয়ন ডলাৰ)

স্থানীয় এলেকা বেংক[সম্পাদনা কৰক]

স্থানীয় এলেকা বেংক (LAB) হৈছে ভাৰতৰ এটা বিত্তীয় প্ৰতিষ্ঠান যিয়ে স্থানীয় বা আঞ্চলিক পৰ্যায়ত কাম কৰি, নিৰ্দিষ্ট ভৌগোলিক অঞ্চলৰ লোকসকলক বেংকিং সেৱা প্ৰদান কৰে। এই বেংকসমূহৰ গঠন আৰু পৰিচালনাৰ ক্ষেত্ৰত আঞ্চলিক গ্ৰাম্য বেংক (আৰ আৰ বি)ৰ সৈতে মিল আছে যদিও মূলতঃ চহৰ আৰু অৰ্ধনগৰীয়া অঞ্চলসমূহক সেৱা আগবঢ়োৱাত এনে গুৰুত্ব আৰোপ কৰে।

স্থানীয় এলেকাৰ বেংকৰ তালিকা:

  • উপকূলীয় স্থানীয় এলেকা বেংক লিমিটেড
  • কৃষ্ণ ভীম সমৰুদ্ধি এলএবি লিমিটেড

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Axis Bank Consolidated Profit & Loss account, Axis Bank Financial Statement & Accounts" (en ভাষাত). www.moneycontrol.com. https://www.moneycontrol.com/financials/axisbank/consolidated-profit-lossVI/AB16। আহৰণ কৰা হৈছে: 2021-10-16. 
  2. "Bandhan Bank Profit & Loss account, Bandhan Bank Financial Statement & Accounts" (en ভাষাত). www.moneycontrol.com. https://www.moneycontrol.com/financials/bandhanbank/profit-lossVI/BB09। আহৰণ কৰা হৈছে: 2021-10-16. 
  3. "CSB Bank Balance Sheet, CSB Bank Financial Statement & Accounts" (en ভাষাত). www.moneycontrol.com. https://www.moneycontrol.com/financials/csbbank/balance-sheetVI/CB05। আহৰণ কৰা হৈছে: 2021-10-16. 
  4. "City Union Bank Profit & Loss account, City Union Bank Financial Statement & Accounts" (en ভাষাত). www.moneycontrol.com. https://www.moneycontrol.com/financials/cityunionbank/profit-lossVI/CUB। আহৰণ কৰা হৈছে: 2021-10-16. 
  5. "City Union Bank Balance Sheet, City Union Bank Financial Statement & Accounts" (en ভাষাত). www.moneycontrol.com. https://www.moneycontrol.com/financials/cityunionbank/balance-sheetVI/CUB। আহৰণ কৰা হৈছে: 2021-10-16. 
  6. "DCB Bank Profit & Loss account, DCB Bank Financial Statement & Accounts" (en ভাষাত). www.moneycontrol.com. https://www.moneycontrol.com/financials/dcbbank/profit-lossVI/DCB01। আহৰণ কৰা হৈছে: 2021-10-16. 
  7. "Dhanlaxmi Bank Balance Sheet, Dhanlaxmi Bank Financial Statement & Accounts" (en ভাষাত). www.moneycontrol.com. https://www.moneycontrol.com/financials/dhanlaxmibank/balance-sheetVI/DB01। আহৰণ কৰা হৈছে: 2021-10-16. 
  8. "Federal Bank Consolidated Balance Sheet, Federal Bank Financial Statement & Accounts" (en ভাষাত). www.moneycontrol.com. https://www.moneycontrol.com/financials/federalbank/consolidated-balance-sheetVI/FB। আহৰণ কৰা হৈছে: 2021-10-16. 
  9. "HDFC Bank Balance Sheet, HDFC Bank Financial Statement & Accounts" (en ভাষাত). www.moneycontrol.com. https://www.moneycontrol.com/financials/hdfcbank/balance-sheetVI/HDF01। আহৰণ কৰা হৈছে: 2021-10-16. 
  10. "ICICI Bank- About Us". ICICI Bank. https://www.icicibank.com/aboutus/about-us.page. 
  11. "ICICI Bank Balance Sheet, ICICI Bank Financial Statement & Accounts" (en ভাষাত). www.moneycontrol.com. https://www.moneycontrol.com/financials/icicibank/balance-sheetVI/ICI02। আহৰণ কৰা হৈছে: 2021-10-16. 
  12. Re-categorization of IDBI Bank Ltd. as a Private Sector Bank: https://www.idbibank.in/idbi-bank-history.asp
  13. "IDBI Bank Consolidated Balance Sheet, IDBI Bank Financial Statement & Accounts" (en ভাষাত). www.moneycontrol.com. https://www.moneycontrol.com/financials/idbibank/consolidated-balance-sheetVI/IDB05। আহৰণ কৰা হৈছে: 2021-10-16. 
  14. "IDFC First Bank Consolidated Balance Sheet, IDFC First Bank Financial Statement & Accounts" (en ভাষাত). https://www.idfcfirstbank.com/. https://www.idfcfirstbank.com/content/dam/idfcfirstbank/pdf/financial-results/IDFC-FIRST-Bank-Investor-Presentation-Q3-FY23-Final.pdf। আহৰণ কৰা হৈছে: 2023-02-01. 
  15. "IndusInd Bank Share Price, IndusInd Bank Stock Price, IndusInd Bank Ltd. Stock Price, Share Price, Live BSE/NSE, IndusInd Bank Ltd. Bids Offers. Buy/Sell IndusInd Bank Ltd. news & tips, & F&O Quotes, NSE/BSE Forecast News and Live Quotes" (en ভাষাত). www.moneycontrol.com. https://www.moneycontrol.com/india/stockpricequote/banks-private-sector/indusindbank/IIB। আহৰণ কৰা হৈছে: 2021-10-16. 
  16. "About Jammu and Kashmir J & K Bank". www.jkbank.com. https://www.jkbank.com/others/common/aboutus.php#accordion1_N4। আহৰণ কৰা হৈছে: 2022-06-18. 
  17. "Karnataka Bank Share Price, Karnataka Bank Stock Price, Karnataka Bank Ltd. Stock Price, Share Price, Live BSE/NSE, Karnataka Bank Ltd. Bids Offers. Buy/Sell Karnataka Bank Ltd. news & tips, & F&O Quotes, NSE/BSE Forecast News and Live Quotes" (en ভাষাত). www.moneycontrol.com. https://www.moneycontrol.com/india/stockpricequote/banks-private-sector/karnatakabank/KB04। আহৰণ কৰা হৈছে: 2021-10-16. 
  18. "Karur Vysya Share Price, Karur Vysya Stock Price, Karur Vysya Bank Ltd. Stock Price, Share Price, Live BSE/NSE, Karur Vysya Bank Ltd. Bids Offers. Buy/Sell Karur Vysya Bank Ltd. news & tips, & F&O Quotes, NSE/BSE Forecast News and Live Quotes" (en ভাষাত). www.moneycontrol.com. https://www.moneycontrol.com/india/stockpricequote/banks-private-sector/karurvysyabank/KVB। আহৰণ কৰা হৈছে: 2021-10-16. 
  19. Com, Moneycontrol. "Kotak Mahindra Share Price, Kotak Mahindra Stock Price, Kotak Mahindra Bank Ltd. Stock Price, Share Price, Live BSE/NSE, Kotak Mahindra Bank Ltd. Bids Offers. Buy/Sell Kotak Mahindra Bank Ltd. news & tips, & F&O Quotes, NSE/BSE Forecast News and Live Quotes" (en ভাষাত). https://www.moneycontrol.com/india/stockpricequote/banks-private-sector/kotakmahindrabank/KMB. 
  20. "Nainital bank Financial Highlights". Nainital Bank. 31 March 2021. https://www.nainitalbank.co.in/english/Financial_Highlights.aspx। আহৰণ কৰা হৈছে: 16 October 2021. 
  21. "RBL Bank Share Price, RBL Bank Stock Price, RBL Bank Ltd. Stock Price, Share Price, Live BSE/NSE, RBL Bank Ltd. Bids Offers. Buy/Sell RBL Bank Ltd. news & tips, & F&O Quotes, NSE/BSE Forecast News and Live Quotes" (en ভাষাত). www.moneycontrol.com. https://www.moneycontrol.com/india/stockpricequote/banks-private-sector/rblbank/RB03। আহৰণ কৰা হৈছে: 2021-10-16. 
  22. "South Ind Bk Share Price, South Ind Bk Stock Price, South Indian Bank Ltd. Stock Price, Share Price, Live BSE/NSE, South Indian Bank Ltd. Bids Offers. Buy/Sell South Indian Bank Ltd. news & tips, & F&O Quotes, NSE/BSE Forecast News and Live Quotes" (en ভাষাত). www.moneycontrol.com. https://www.moneycontrol.com/india/stockpricequote/banks-private-sector/southindianbank/SIB। আহৰণ কৰা হৈছে: 2021-10-16. 
  23. "audited-balance-sheet | Tamilnad Mercantile Bank". www.tmb.in. https://www.tmb.in/audited-balance-sheet.aspx। আহৰণ কৰা হৈছে: 2021-10-16. 
  24. "Yes Bank Q1 2020–21". https://www.yesbank.in/pdf/q1fy21_statutory_release_pdf. 
  25. "Yes Bank Share Price, Yes Bank Stock Price, Yes Bank Ltd. Stock Price, Share Price, Live BSE/NSE, Yes Bank Ltd. Bids Offers. Buy/Sell Yes Bank Ltd. news & tips, & F&O Quotes, NSE/BSE Forecast News and Live Quotes" (en ভাষাত). www.moneycontrol.com. https://www.moneycontrol.com/india/stockpricequote/banks-private-sector/yesbank/YB। আহৰণ কৰা হৈছে: 2021-10-16. 
  26. "১৪ জুলাই, ২০২০ তাৰিখৰ হিচাপত ভাৰতত বিদেশী বেংক - শাখা/ডব্লিউ অ' এছ উপস্থিতিৰ ৰূপ". ১৪ জুলাই ২০২০. https://rbidocs.rbi.org.in/rdocs/Content/pdfs/71207.pdf। আহৰণ কৰা হৈছে: ১৬ অক্টোবৰ ২০২১. 
  27. "Jana Small Finance Bank commences operations to continue its focus on financial inclusion". The Times of India. 2 April 2018. https://timesofindia.indiatimes.com/business/india-business/jana-small-finance-bank-commences-operations-to-continue-its-focus-on-financial-inclusion/articleshow/63530215.cms. 
  28. "Capital Small Finance Bank Ltd. commences Operations". Reserve Bank of India. 27 April 2016. https://www.rbi.org.in/Scripts/BS_PressReleaseDisplay.aspx?prid=36828। আহৰণ কৰা হৈছে: 16 August 2018. 
  29. "Fincare Small Finance Bank commences banking operations, ready to usher an era of 'Rurban' banking" (en ভাষাত). BW Education. 26 July 2017. Archived from the original on 16 August 2018. https://web.archive.org/web/20180816062009/http://bweducation.businessworld.in/article/fincare-Small-Finance-Bank-commences-banking-operations-ready-to-usher-an-era-of-Rurban-banking/26-07-2017-122824/. 
  30. "ESAF SFB fulfils banking dreams of commom man" (en-gb ভাষাত). Passline Business Magazine. 4 August 2017. Archived from the original on 16 June 2018. https://web.archive.org/web/20180616235044/http://passlinebusinessmagazine.in/component/content/article/25-slider/675-esaf-sfb-fulfils-banking-dreams-pf-commom-man. 
  31. "North East Small Finance Bank starts operations: RBI". The Economic Times. 17 October 2017. https://economictimes.indiatimes.com/industry/banking/finance/banking/north-east-small-finance-bank-starts-operations-rbi/articleshow/61120503.cms. 
  32. "Suryoday, Utkarsh small finance banks commence operations". Business Standard India. 23 January 2017. https://www.business-standard.com/article/pti-stories/suryoday-utkarsh-small-finance-banks-commence-operations-117012300934_1.html. 
  33. "Utkarsh start's operations" (en-gb ভাষাত). business-standard. 4 August 2018. https://www.business-standard.com/article/pti-stories/suryoday-utkarsh-small-finance-banks-commence-operations-117012300934_1.html. 
  34. "Shivalik Small Finance Bank commences operations" (en-gb ভাষাত). the-hindu. 26 April 2021. https://www.thehindu.com/business/shivalik-small-finance-bank-commences-operations/article34417086.ece. 
  35. "Centrum, BharatPe get licence to set up Small Finance Bank" (en ভাষাত). The Indian Express. 2021-10-13. https://indianexpress.com/article/business/banking-and-finance/centrum-bharatpe-get-licence-to-set-up-small-finance-bank-7569013/। আহৰণ কৰা হৈছে: 2021-10-13.