| ভাষা |
ভাষা পৰিয়াল |
ভাষীকৰ সংখ্যা (২০০১, নিযুতত)[1] |
ৰাজ্য |
| অসমীয়া | ইণ্ডো-আৰ্য, পূৰ্বাঞ্চল | ১৩ | অসম, অৰুণাচল প্ৰদেশ |
| উৰ্দু | ইণ্ডো-আৰ্য, মধ্য | ৫২ (ভাৰতত) | জম্মু-কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, দিল্লী, বিহাৰ, উত্তৰ প্ৰদেশ |
| ওড়িয়া | ইণ্ডো-আৰ্য, পূৰ্বাঞ্চল | ৩৩ | ওড়িশা |
| কন্নড় | দ্ৰাবিড় | ৩৮ | কৰ্ণাটক |
| কাশ্মিৰী | ইণ্ডো-আৰ্য | ৫.৫ | জম্মু আৰু কাশ্মীৰ |
| কোংকণী | ইণ্ডো-আৰ্য, দক্ষিণাত্য | ২.৫ | গোৱা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰালা |
| গুজৰাটী | ইণ্ডো-আৰ্য, পশ্চিমাঞ্চল | ৪৬ | দাদৰা আৰু নগৰ হাৱেলি, দমন আৰু দিউ, গুজৰাট |
| চাঁওতালি | মুণ্ডা | ৬.৫ | বিহাৰ, ছত্তীছগঢ়, ঝাড়খণ্ড, ওড়িশাৰ অংশবিশেষ লৈ গঠিত চোট্টা নাগপুৰ পথাৰ-ৰ চাঁওতালি আদিবাসী সকল, পশ্চিমবংগ, অসম |
| ডোগ্ৰী | ইণ্ডো-আৰ্য, উত্তৰ-পশ্চিমাঞ্চল | ২.৩ | জম্মু আৰু কাশ্মীৰ |
| তামিল | দ্ৰাবিড় | ৬১ | তামিলনাডু, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পণ্ডিচেৰী |
| তেলুগু | দ্ৰাবিড় | ৭৪ | অন্ধ্ৰ প্ৰদেশ, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, পণ্ডিচেৰী |
| নেপালী | ইণ্ডো-আৰ্য, উত্তৰাঞ্চল | ২.৯ (ভাৰতত) | ছিক্কিম, পশ্চিমবংগ, অসম |
| পঞ্জাবী | ইণ্ডো-আৰ্য, উত্তৰ-পশ্চিমাঞ্চল | ২৯ (ভাৰতত) | পঞ্জাব, চণ্ডিগড়, হাৰিয়ানা, দিল্লী |
| বাংলা (বঙালী) | ইণ্ডো-আৰ্য, পূৰ্বাঞ্চল | ৮৩ (ভাৰতত) | পশ্চিমবংগ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অসমৰ বৰাক উপত্যকাত |
| বড়ো | তিব্বত-বৰ্মী | ১.৪ | অসম |
| মেইতেই (মণিপুৰী) | তিব্বত-বৰ্মী | ১.৫ | মণিপুৰ |
| মালয়ালম | দ্ৰাবিড় | ৩৩ | কেৰালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, পণ্ডিচেৰী |
| মাৰাঠী | ইণ্ডো-আৰ্য, দাক্ষিনাত্য | ৭২ | মহাৰাষ্ট্ৰ, গোৱা, দাদৰা আৰু নগৰ হাৱেলি, দমন আৰু দিউ, মধ্য প্ৰদেশ, কৰ্ণাটক |
| মৈথিলী | ইণ্ডো-আৰ্য, পূৰ্বাঞ্চল | ১২ | বিহাৰ |
| সংস্কৃত | ইণ্ডো-আৰ্য | ০.০১ | অক্ষেত্ৰীয় |
| সিন্ধী | ইণ্ডো-আৰ্য, উত্তৰ-পশ্চিমাঞ্চল | ২.৫ (ভাৰতত) | জম্মু আৰু কাশ্মীৰ |
| আদৰ্শ হিন্দী | ইণ্ডো-আৰ্য, মধ্য | ভাৰত[2] | উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, বিহাৰ, ছত্তীছগঢ়, ঝাড়খণ্ড, উত্তৰাখণ্ড, দিল্লী, ৰাজস্থান, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অৰুণাচল প্ৰদেশ, চণ্ডীগড়, হাৰিয়ানা, হিমাচল প্ৰদেশ |