সমললৈ যাওক

চিদাম্বৰম (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিদাম্বৰম

পোষ্টাৰ
পৰিচালক জি অৰবিন্দন
চিত্ৰনাট্য জি অৰবিন্দন
কাহিনী চি.ভি শ্ৰীৰমন
প্ৰযোজক জি অৰবিন্দন
অভিনয়ত ভাৰত গোপী
স্মিতা পাতিল
শ্ৰীনিবাসন
মোহন দাস
চিত্ৰগ্ৰহণকাৰী চাজি এন কৰুণ
সংগীত পৰিচালক জি দেৱৰাজন
প্ৰযোজনা
কোম্পানী
সূৰ্যকণ্ঠী
পৰিবেশক সাজ মুভীজ
মুক্তি
 মাৰ্চ ১৯৮৫ (1985-03-08)
দৈৰ্ঘ্য
১০০ মিনিট
দেশ ভাৰত
ভাষা মালয়ালম

চিদাম্বৰম (ইংৰাজী: Chidambaram; মালয়ালম: ചിദംബരം) জি অৰবিন্দ ৰচিত, পৰিচালিত আৰু প্ৰযোজিত ১৯৮৫ চনৰ এখন মালয়ালম ভাষাৰ ছবি। এইখন চি.ভি. সীতাৰমনৰ এটা চুটিগল্পৰ চলচ্চিত্ৰীয় অভিযোজন।[1][2][3][4] ছবিখনত গোপামত বাস কৰা তিনিজন লোকৰ জীৱনৰ মাজেৰে পুৰুষ-মহিলাৰ সম্পৰ্কৰ বিভিন্ন দিশ অন্বেষণ কৰা হৈছে। মুখ্য চৰিত্ৰত অভিনয় কৰিছে ভৰত গোপী, স্মিতা পাটিল, শ্ৰীনিবাসন আৰু মোহন দাসে। চিদাম্বৰমে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ উপৰিও শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালনা আদি শিতানত পাঁচটাকৈ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে।

  • ভাৰত গোপী (শংকৰন)
  • শ্ৰীনিবাসন
  • স্মিতা পাতিল (শিৱকামী)
  • ইনোচেণ্ট
  • নেডুমুড়ি বেণু
  • ডাঃ মোহন দাস (জেকব)
  • জেমচ (জনচন)
৩৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৮৫)
  • শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি
কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা (১৯৮৫)
  • শ্ৰেষ্ঠ পৰিচালক- জি অৰবিন্দন
  • শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • শ্ৰেষ্ঠ অভিনেতা- ভৰত গোপী
  • শ্ৰেষ্ঠ সংগীত পৰিচালক- জি দেৱৰাজন

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "G.Aravindan: Chidambaram". Cinemaofmalayalam.net. Archived from the original on 11 December 2010. https://web.archive.org/web/20101211102423/http://www.cinemaofmalayalam.net/chidambaram.html আহৰণ কৰা হৈছে: 2010-09-21.
  2. "Chidambaram". www.malayalachalachithram.com. http://www.malayalachalachithram.com/movie.php?i=1892 আহৰণ কৰা হৈছে: 2014-10-22.
  3. "Chidambaram". malayalasangeetham.info. Archived from the original on 22 October 2014. https://web.archive.org/web/20141022211840/http://malayalasangeetham.info/m.php?2651 আহৰণ কৰা হৈছে: 2014-10-22.
  4. "Chidambaram". spicyonion.com. Archived from the original on 22 October 2014. https://web.archive.org/web/20141022221036/http://spicyonion.com/title/chidambaram-malayalam-movie/ আহৰণ কৰা হৈছে: 2014-10-22.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]