দখল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দখল
পৰিচালক গৌতম ঘোষ
ৰচনা গৌতম ঘোষ
Partha Banerjee
কাহিনী সুশীল জানা
প্ৰযোজক পশ্চিম বংগ চৰকাৰ
অভিনয়ত মমতা শংকৰ
ৰবিন সেনগুপ্ত
চিত্ৰগ্ৰহণকাৰী গৌতম ঘোষ
সংগীত পৰিচালক গৌতম ঘোষ
মুক্তি
১৯৮১ (1981)
দেশ ভাৰতীয়
ভাষা বঙালী

দখল (ইংৰাজী: Dakhal) ১৯৮১ চনত মুক্তি পোৱা, গৌতম ঘোষে পৰিচালনা কৰা ভাৰতীয় বঙালী চলচ্চিত্ৰ; য'ত মমতা শংকৰ, ৰবিন সেন গুপ্ত, সুনীল মুখাৰ্জী আৰু সুজল ৰায়চৌধুৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।[1][2] সুশীল জানাৰ চুটিগল্প আম্মাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।[3][4]

এইখন গৌতম ঘোষে পৰিচালনা কৰা প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ বঙালী ছবি। ইয়াৰ পূৰ্বে তেওঁ কেইখন তথ্যচিত্ৰ আৰু তেলুগু ভাষত মা ভূমি নামেৰে এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণ কৰিছিল। দখলে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ ছবি ২৯তম চলচ্চিত্ৰ বঁটা তথা[5][6] পেৰিছত অনুষ্ঠিত একাদশ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ চলচ্চিত্ৰ মহোৎসৱত ই গ্ৰেণ্ড জুৰী বঁটা লাভ কৰে।[1]

অভিনয়-শিল্পী[সম্পাদনা কৰক]

  • মমতা শংকৰ
  • ৰবিন সেনগুপ্ত
  • সুনীল মুখাৰ্জী
  • সুজল ৰায়চৌধুৰী
  • বিমল দেৱ

বঁটা[সম্পাদনা কৰক]

১৯৮১ – শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ২৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 Banerjee, Srivastava (2013). One Hundred Indian Feature Films: An Annotated Filmography. Routledge. পৃষ্ঠা. 140. ISBN 978-1-135-84098-3. https://books.google.com/books?id=9RPeAAAAQBAJ&pg=PA140. 
  2. Ray, Bibekananda; Joshi, Naveen; Division, India. Ministry of Information and Broadcasting. Publications (2005). Conscience of the race: India's offbeat cinema. Publications Division, Ministry of Information and Broadcasting, Government of India. ISBN 978-81-230-1298-8. https://archive.org/details/conscienceofrace00rayb. 
  3. (bn ভাষাত) Natuna Bāṃlā sinemā. Bāṇīśilpa. 1984. https://books.google.com/books?id=Zg4LAAAAIAAJ&q=%E0%A6%B8%E0%A7%81%E0%A6%B6%E0%A7%80%E0%A6%B2+%E0%A6%9C%E0%A6%BE%E0%A6%A8%E0%A6%BE. 
  4. "কলকাতার কড়চা" (bn ভাষাত). www.anandabazar.com. https://www.anandabazar.com/west-bengal/kolkata/kolkatar-korcha-1.549353। আহৰণ কৰা হৈছে: 2021-07-30. 
  5. "29th National Film Awards". International Film Festival of India. http://iffi.nic.in/Dff2011/Frm29thNFAAward.aspx। আহৰণ কৰা হৈছে: 8 October 2011. 
  6. "29th National Film Awards (PDF)". Directorate of Film Festivals. http://dff.nic.in/2011/29th_nff_1982.pdf। আহৰণ কৰা হৈছে: 4 October 2011. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]