সমললৈ যাওক

ভাগৱত গীতা (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাগৱত গীতা
পৰিচালক জি ভি আয়াৰ
ৰচনা বান্নানজে গোৱিন্দাচাৰ্য
জি ভি আয়াৰ
ভিত্তি ভাগৱত গীতা
প্ৰযোজক টি চুব্বাৰামী ৰেড্ডী
অভিনয়ত নীনা গুপ্তা
গোপী মনোহৰ
জি ভি ৰাঘৱেন্দ্ৰ
চিত্ৰগ্ৰহণকাৰী মধু অম্বত
সম্পাদনা শ্ৰী নঞ্জুন্দস্বামী
সংগীত পৰিচালক মংগলমপল্লী বালমুৰলীকৃষ্ণ
বি ভি কাৰান্থ (নেপথ্য সংগীত)
পৰিবেশক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম
এ.পি. ফিল্ম চেম্বাৰ অফ কমাৰ্চ
দৈৰ্ঘ্য
১৪০ মিনিট
দেশ ভাৰত
ভাষাসমূহ সংস্কৃত
তেলুগু
হিন্দী

ভাগৱত গীতা (ইংৰাজী: Bhagavad Gita) ১৯৯৩ চনৰ সংস্কৃত ভাষাত নিৰ্মিত এখন ভাৰতীয় নাট্যধৰ্মী চলচ্চিত্ৰ; য’ত কম পৰিমাণে হিন্দী আৰু তেলুগু ভাষাৰ সংলাপ আছে। ছবিখনৰ প্ৰযোজক চুব্বাৰামী ৰেড্ডী আৰু পৰিচালক জি ভি আয়াৰ। মহাকাব্য মহাভাৰতৰ অংশস্বৰূপ ভাগৱত গীতাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।[1]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

হায়দৰাবাদৰ অন্ধ্ৰ প্ৰদেশ ফিল্ম চেম্বাৰ অৱ কমাৰ্চ আৰু ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনৰ প্ৰিমিয়াৰ হয়।[2] ১৯৯৩ চনত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[3][4][5]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Bhagavad Gita summary". sites.google.com. https://sites.google.com/view/bhagavad-gita-summary/ আহৰণ কৰা হৈছে: 2020-08-22.
  2. "Directorate of Film Festival". http://iffi.nic.in/Dff2011/FrmIP1993Award.aspx?PdfName=IP1993.pdf আহৰণ কৰা হৈছে: 22 September 2014.
  3. "Bhagvad Gita (film) G V Iyer". IMDb. https://www.imdb.com/event/ev0000467/1993 আহৰণ কৰা হৈছে: 9 March 2012.
  4. "40th National Film Awards". India International Film Festival. http://iffi.nic.in/Dff2011/Frm40thNFAAward.aspx আহৰণ কৰা হৈছে: 2 March 2012.
  5. "40th National Film Awards (PDF)". Directorate of Film Festivals. http://dff.nic.in/2011/40th_nff_1993.pdf আহৰণ কৰা হৈছে: 2 March 2012.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]