সীমাবদ্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সীমাবদ্ধ
Company Limited
পৰিচালক সত্যজিৎ ৰায়
ৰচনা সত্যজিৎ ৰায়
প্ৰযোজক চিত্ৰাঞ্জলী (ভাৰত শমছেৰ জং বাহাদুৰ ৰাণা)
অভিনয়ত বৰুণ চন্দ
হৰিন্দ্ৰনাথ চট্টোপধ্যায়
শৰ্মিলা ঠাকুৰ
চিত্ৰগ্ৰহণকাৰী সৌমেন্দু ৰায়
সম্পাদনা দুলাল দত্ত
সংগীত পৰিচালক সত্যজিৎ ৰায়
মুক্তি
ছেপ্টেম্বৰ ২৪, ১৯৭১ (1971-09-24)
দৈৰ্ঘ্য
১১২ মিনিট
দেশ ভাৰত
ভাষা বঙালী

সীমাবদ্ধ (ইংৰাজী: Seemabaddha ; ইংৰাজী শীৰ্ষক: Seemabaddha ) মণি শংকৰ মুখাৰ্জীৰ উপন্যাস সীমাবদ্ধৰ আধাৰত নিৰ্মিত আৰু সত্যজিৎ ৰায় পৰিচালিত এখন সামাজিক নাট্যধৰ্মী চলচ্চিত্ৰ।[1] ছবিখন ১৯৭১ চনত মুক্তি পাইছিল। ইয়াত বৰুণ চন্দ, হৰিন্দ্ৰনাথ চট্টোপাধ্যায়, আৰু শৰ্মিলা ঠাকুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। সীমাবদ্ধ ৰায়ৰ কলকাতা ত্ৰিল’জীৰ তৃতীয়খন ছবি। কলকাতা ত্ৰিল’জীৰ প্ৰথমখন ছবি আছিল প্ৰতিদ্বন্দী (১৯৭০) আৰু দ্বিতীয়খন জন অৰণ্য (১৯৭৬)। এই চিৰিজৰ ছবিসমূহত কলিকতাৰ দ্ৰুত আধুনিকীকৰণ, উত্থানশীল কৰ্পৰেট সংস্কৃতি আৰু লোভ আৰু নিগনি দৌৰৰ অসাৰতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে।[2] ৩৩ সংখ্যক ভেনিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনে FIPRESCI বঁটা আৰু ১৯৭১ চনত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[3]

অভিনয়ত[সম্পাদনা কৰক]

  • শৰ্মিলা ঠাকুৰ (সুদৰ্শনা)
  • বৰুণ চন্দ (শ্যমালেন্দু চেতাৰ্জী)
  • পাৰমিতা চৌধুৰী (দোলন)
  • হৰিন্দ্ৰনাথ চট্টোপধ্যায় (চাৰ বীৰেণ ৰায়)
  • দীপাংকৰ দে (সেন)
  • অজয় বেনাৰ্জী (তালুকদাৰ)
  • হাৰাধন বন্দোপধ্যায় (নীলাম্বৰ)
  • ইন্দিৰা ৰায় (শ্যামলৰ মাক)
  • প্ৰমোদ গাংগুলী (শ্যামলৰ দেউতাক)

মিচ শেফালী

বঁটা[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Roy Armes (29 July 1987). Third World Film Making and the West. University of California Press. পৃষ্ঠা. 237–. ISBN 978-0-520-90801-7. https://books.google.com/books?id=qFDnqIwdr8EC&pg=PA237. 
  2. Andrew Robinson (1989). Satyajit Ray: The Inner Eye. University of California Press. পৃষ্ঠা. 200–. ISBN 978-0-520-06946-6. https://archive.org/details/satyajitrayinner00robi_0. 
  3. John W. Hood (2008). Beyond the world of apu: the films of Satyajit Ray. Orient Longman. পৃষ্ঠা. 180. ISBN 978-81-250-3510-7. https://books.google.com/books?id=YUBAAQAAIAAJ. 
  4. "Seemabaddha @ SatyajitRay.org". Archived from the original on 2011-09-27. https://web.archive.org/web/20110927092825/http://www.satyajitray.org/films/seemabaddha.htm। আহৰণ কৰা হৈছে: 2023-10-29. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]