কোৰাচ (চলচ্চিত্ৰ)
অৱয়ব
কোৰাচ | |
---|---|
চিত্ৰগৃহৰ বাবে প্ৰস্তুত কৰা পোষ্টাৰ | |
পৰিচালক | মৃণাল সেন |
ৰচনা | মোহিত চট্টোপধ্যায়, গোলাম কুদ্দুছ, মৃণাল সেন |
প্ৰযোজক | মৃণাল সেন প্ৰডাকচনছ্ |
চিত্ৰগ্ৰহণকাৰী | কে কে মহাজন |
সংগীত পৰিচালক | অন্নদা শংকৰ |
মুক্তি |
১৯৭৪ |
দেশ | ভাৰত |
ভাষা | বঙালী |
কোৰাচ (ইংৰাজী: Chorus ) ১৯৭৪-ত মুক্তি পোৱা মৃণাল সেন পৰিচালিত এখন সমান্তৰাল ধাৰাৰ বঙালী চলচ্চিত্ৰ।[1][2] মৃণাল সেন প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা [3] লাভ কৰাৰ উপৰিও ই ৯ম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল আৰু ৰূপৰ পদক পাইছিল। [4]
অভিনয় শিল্পী
[সম্পাদনা কৰক]- উৎপল দত্ত
- অসিত বন্দোপধ্যায়
- শেখৰ চেতাৰ্জী
- ৰবি ঘোষ
- দিলীপ ৰায়
- হাৰাধন বন্দোপধ্যায়
- অজয় বেনাৰ্জী
- শুভেন্দু চেতাৰ্জী
- গীতা সেন
- ৰসৰাজ চক্ৰৱৰ্তী
- সুপান্থ ভট্টাচাৰ্যী
বঁটা
[সম্পাদনা কৰক]- ২২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৭৪)
- শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় বঁটা (স্বৰ্ণকমল)
- শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী (ক’লা-বগা)- কে কে মহাজন
- শ্ৰেষ্ঠ সংগীত পৰিচালক- অন্নদা শংকৰ
- বেংগল ফিল্ম জাৰ্ণেলিষ্টছ্ বঁটা
- শ্ৰেষ্ঠ সহযোগী অভিনেতা- অসিত বন্দোপধ্যায়
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ "Chorus (1974) - Review, Star Cast, News, Photos". Cinestaan. Archived from the original on 2020-08-12. https://web.archive.org/web/20200812233423/https://www.cinestaan.com/movies/chorus-34086। আহৰণ কৰা হৈছে: 2022-05-16.
- ↑ "Chorus (1974)". Indiancine.ma. https://indiancine.ma/QEL। আহৰণ কৰা হৈছে: 2022-05-16.
- ↑ "22nd National Film Awards". Directorate of Film Festivals. http://dff.nic.in/images/Documents/94_22ndNfacatalogue.pdf। আহৰণ কৰা হৈছে: 2 September 2020.
- ↑ "9th Moscow International Film Festival (1975)". MIFF. Archived from the original on 16 January 2013. https://web.archive.org/web/20130116194905/http://www.moscowfilmfestival.ru/miff34/eng/archives/?year=1975। আহৰণ কৰা হৈছে: 2013-01-05.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Chorus সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- On the Mrinal Sen website