ৰুদ্ৰপদ দেৱালয়
Jump to navigation
Jump to search
ৰুদ্ৰপদ দেৱালয় | |
---|---|
স্থান | |
দেশ | ভাৰত |
ৰাজ্য/ অঞ্চল | অসম |
জিলা | শোণিতপুৰ |
এলেকা | তেজপুৰ |
স্থাপত্য আৰু সংস্কৃতি | |
মুখ্য দেৱ/ দেৱী | শিৱ |
প্ৰধান উৎসৱ | শিৱপূজা |
স্থাপত্য শৈলী | অসমীয়া |
তেজপুৰ চহৰৰ উত্তৰ দিশত, ব্ৰহ্মপুত্ৰ নদীৰ গাতে লাগি থকা পাহাৰৰ ওপৰত ৰুদ্ৰপদ দেৱালয় অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। লোকবিশ্বাস অনুসৰি ভগৱান শিৱই তেওঁৰ বাওঁভৰিৰ এটা চাপ মন্দিৰৰ শিলাখণ্ড এটুকুৰাত এৰি থৈ গৈছে। পিছত আহোম স্বৰ্গদেউ শিৱসিংহই ১৭৩০ খ্ৰীষ্টাব্দত মন্দিৰৰ এই মন্দিৰ নিৰ্মান কৰে। মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ গৰাহত পৰি মূখ্য মন্দিৰটো পানীত জাহ যায়। এই মন্দিৰৰ ওচৰ পাজৰৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম।
তথ্যসূত্ৰ[সম্পাদনা কৰক]