চীন
গণপ্ৰজাতন্ত্ৰী চীন | |
|---|---|
| Anthem: "March of the Volunteers" 义勇军进行曲 Yìyǒngjūn Jìnxíngqǔ | |
Area controlled by the People's Republic of China shown in dark green; claimed but uncontrolled regions shown in light green. | |
| ৰাজধানী | বেইজিং[টোকা 1] |
| Largest city | ছাংহাই[1] |
| Official languages | মান্য চীনা ভাষা[2][টোকা 2] |
| Recognised regional languages | |
Official written language | Vernacular Chinese |
| Simplified Chinese[2] | |
| Ethnic groups | |
| Demonym | চীনা |
| Government | Single-party socialist state |
| ছি জিনপিং[টোকা 4] | |
• Premier |
Li Keqiang |
| Zhang Dejiang | |
| Yu Zhengsheng | |
| Legislature | National People's Congress |
| Formation | |
• Unification of China under the Qin Dynasty |
221 BCE |
| 1 January 1912 | |
| 1 October 1949 | |
| Area | |
• Total | 95,96,961 বৰ্গ কি.মি. (37,05,407 বৰ্গ মাইল)[টোকা 6] (3rd/4th) |
• Water (%) | 0.28%[টোকা 5] |
| Population | |
• 2012 estimate | 1,350,695,000[8] (1st) |
• 2010 census | 1,339,724,852[9] (1st) |
• Density | {{convert/numdisp/fracএক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "estimate" |2011 estimate:[10] 144|এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "estimate"|এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "estimate"|2011 estimate:[10] 144}} /কিমি২ (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ /বৰ্গ মাইল) (83rd) |
| GDP (PPP) | 2014 estimate |
• Total | $14.625 trillion[11] (2nd) |
• Per capita | $10,695[12] (88th) |
| GDP (nominal) | 2014 estimate |
• Total | $10.028 trillion[12] (2nd) |
• Per capita | $7,333[12] (82nd) |
| Gini (2012) | 47.4[13] high inequality |
| HDI (2013) | high (91st) |
| Currency | Renminbi (yuan)(¥)[টোকা 7] (CNY) |
| Time zone | UTC+8 (China Standard Time) |
| Date format | |
| Calling code | +86 |
| Internet TLD | |

চীন ,চৰকাৰী ভাৱে গনপ্ৰজাতন্ত্ৰী চীন পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ১৩০ কোটি জনসংখ্যাৰ অধিকাৰী চীন পৃথিবীৰ সবাতোকৈ জনবহুল আৰু আয়তনৰ দিশৰ পৰা এছিয়াৰ সৰ্ববৃহৎ ৰাষ্ট্ৰ। ইয়াৰ আয়তন প্ৰায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান। পৃথিৱীৰ ৩য় বৃহত্তম ৰাষ্ট্ৰ চীনৰ উত্তৰে আছে মঙ্গোলিয়া; উত্তৰ পূবে ৰাছিয়া আৰু উত্তৰে কোৰিয়া; পূবে চীন সাগৰ; দক্ষিণে ভিয়েটনাম, লাওছ, ম্যানমাৰ, ভাৰত, ভূটান, নেপাল; দক্ষিণ পশ্চিম দিশে পাকিস্তান; পশ্চিমে আফগানিস্তান, তাজিকিস্তান, কিৰ্গিজিস্তান আৰু কাজাকিস্তান। এই ১৪খন দেশৰ উপৰিও চীনৰ পূবত পীত সাগৰৰ ওচৰত দক্ষিণ কোৰিয়া আৰু জাপান আছে; দক্ষিণ চীন সাগৰৰ বিপৰীত দিশত আছে ফিলিপাইন।
নাম
[সম্পাদনা কৰক]চীনাসকলে তেওঁলোকৰ দেশক চুংকুও নামেৰে মাতে, যাৰ অৰ্থ "মধ্যদেশ" বা "মধ্যৱৰ্তী ৰাজ্য"। "চীন" নামটো বিদেশীসকলে দিয়া; এইটো সম্ভৱত খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ চীন ৰাজবংশৰ নামৰ বিকৃত ৰূপ। চীনৰ স্বীকৃত নামটো হ'ল 'পিপুলচ্ ৰিপাব্লিক অৱ চাইনা' (People's Republic of China)।
সাধাৰণ তথ্য
[সম্পাদনা কৰক]চীনত বিশ্বৰ জনসংখ্যাৰ এক-পঞ্চমাংশ লোকে বাস কৰে। সেইসকলৰ ৯০% ৰো অধিক হ’ল চৈনিক হান জাতিৰ লোক। হান জাতি বাদেও চীনত আৰু ৫৫টা সংখ্যালঘু জাতিয়ে বাস কৰে। তাৰ মাজত আছে তিব্বতি, মঙ্গোল, উইঘুৰ, ছুয়াং, মিয়াও আদি অনেক সৰু সৰু জাতি। হান জাতিৰ লোকসকলৰ মাজত অঞ্চলভেদে ভাষাগত পাৰ্থক্য দেখা যায়। যদিও শিক্ষাব্যৱস্থা্ত আৰু গণমাধ্যমত পুতোংহুয়া নামেৰ এটা সাধাৰণ ভাষা ব্যৱহাৰ কৰা হয়, আঞ্চলিক কথিত ভাষাসমূহৰ বেছিভাগেই পৰস্পৰৰ বোধগম্য নহয়। তেনেক্ষেত্ৰত চিত্ৰলিপিভিত্তিক লিখন পদ্ধতি ব্যৱহাৰ কৰি লিখা চীনা উপভাষাই একক ভাবে লেখা দেখা যায়; ফল ক্ৰমে সমূহ চীনত যোগাযোগ সহজ হৈছে।
চীন হৈছে পৃথিৱীৰ ২য় বৃহৎ অৰ্থনীতি (১মত আমেৰিকা যুক্তৰাষ্ট্ৰ)। চীন এখন 'চিংগ্ল্ পাৰ্টী ষ্টেট, অৰ্থাৎ চীনত মাত্ৰ এটা পাৰ্টীৰ ৰাজত্ব, সেই পাৰ্টীটো হ'ল- 'কমিউনিষ্ট পাৰ্টী অৱ চাইনা'।[15]
বুৰঞ্জী
[সম্পাদনা কৰক]প্ৰাৰম্ভিক ৰাজ্য সমোহ
[সম্পাদনা কৰক]খ্ৰীষ্টপূৰ্ব ১৭-১১ শতিকাত ৰাজত্ব কৰা 'চাং'সকল প্ৰথম চীনা ৰাজবংশ। তেওঁলোকৰ দিনতেই আধুনিক চীনা লিপিৰ প্ৰথম পোনপটীয়া পূৰ্বজ "অ'ৰেক্ল্ ব'ন্ লিপি" প্ৰচলিত হৈছিল। চাং সকলৰ পিছত আহিল 'ঝৌ'সকল। তেওঁলোকে খ্ৰীষ্টপূৰ্ব ১২-৫ম শতিকালৈ ৰাজ কৰে। তেওঁলোকৰ হাতৰ পৰা শক্তি বিভিন্ন আঞ্চলিক ৰাজ্যলৈ গ'ল। তেওঁলোকে ৩০০ বছৰীয়া "বসন্ত আৰু শৰৎ"ৰ যুগ যুদ্ধ কৰি পাৰ কৰিলে। "ৱাৰিং ষ্টেত্স" বা "যুদ্ধ কৰা ৰাজ্য সমোহ"ৰ যুগ(খ্ৰীষ্টপূৰ্ব ৫-৩ শতিকা) অহালৈকে চীনত ৭খন শক্তিশালী ৰাজ্য সৃষ্টি হ'ল।
ৰাজকীয় চীন
[সম্পাদনা কৰক]যুদ্ধ কৰা ৰাজ্য সমোহৰ যুগৰ পিছত শ্বিং ৰাজবংশ শক্তিলৈ আহে। শ্বিং শ্বি হুৱাঙে নিজক চীনৰ প্ৰথম সম্ৰাট ঘোষণা কৰে।
ৰাজবংশৰ অন্ত
[সম্পাদনা কৰক]চীন গণৰাজ্য
[সম্পাদনা কৰক]চীন লোক গণৰাজ্য
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Chan, Kam Wing (2007). "Misconceptions and Complexities in the Study of China's Cities: Definitions, Statistics, and Implications". Eurasian Geography and Economics খণ্ড 48 (4): 383–412. doi:10.2747/1538-7216.48.4.383. Archived from the original on 15 January 2013. https://web.archive.org/web/20130115173048/http://courses.washington.edu/chinageo/ChanCityDefinitionsEGE2007.pdf। আহৰণ কৰা হৈছে: 7 August 2011. p. 395
- ↑ 2.0 2.1 "Law of the People's Republic of China on the Standard Spoken and Written Chinese Language (Order of the President No.37)". Chinese Government. 31 October 2000. Archived from the original on 24 July 2013. https://web.archive.org/web/20130724204951/http://www.gov.cn/english/laws/2005-09/19/content_64906.htm। আহৰণ কৰা হৈছে: 21 June 2013. "For purposes of this Law, the standard spoken and written Chinese language means Putonghua (a common speech with pronunciation based on the Beijing dialect) and the standardized Chinese characters."
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;censusনামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "New man at helm: Xi Jinping elected to lead China". RT.com. 15 November 2012. Retrieved 2 January 2013.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;CIAনামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "Demographic Yearbook—Table 3: Population by sex, rate of population increase, surface area and density". UN Statistics. 2007. http://unstats.un.org/unsd/demographic/products/dyb/dyb2007/Table03.pdf। আহৰণ কৰা হৈছে: 31 July 2010.
- ↑ "China". Encyclopædia Britannica. http://www.britannica.com/EBchecked/topic/111803/China। আহৰণ কৰা হৈছে: 16 November 2012.
- ↑ "Population (Total)". The World Bank. http://data.worldbank.org/indicator/SP.POP.TOTL। আহৰণ কৰা হৈছে: 25 November 2013.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;groupsনামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "Population density (people per sq. km of land area)". World Bank. http://data.worldbank.org/indicator/EN.POP.DNST। আহৰণ কৰা হৈছে: 1 December 2013.
- ↑ "IMF estimates for 2014 GDP PPP". http://www.imf.org/external/pubs/ft/weo/2014/01/weodata/weorept.aspx?pr.x=55&pr.y=9&sy=2014&ey=2014&scsm=1&ssd=1&sort=country&ds=.&br=1&c=924&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC&grp=0&a=.
- ↑ 12.0 12.1 12.2 "IMF estimates for 2014 GDP nominal". http://www.imf.org/external/pubs/ft/weo/2014/01/weodata/weorept.aspx?pr.x=55&pr.y=9&sy=2014&ey=2014&scsm=1&ssd=1&sort=country&ds=.&br=1&c=924&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC&grp=0&a=.
- ↑ "Income inequality: Delta blues". The Economist. 23 January 2013. http://www.economist.com/blogs/analects/2013/01/income-inequality। আহৰণ কৰা হৈছে: 23 January 2013.
- ↑ "2014 Human Development Report Summary". United Nations Development Programme. 2014. পৃষ্ঠাসমূহ: 21–25. http://hdr.undp.org/sites/default/files/hdr14-summary-en.pdf। আহৰণ কৰা হৈছে: 27 July 2014.
- ↑ "Constitution of the People's Republic of China". People's Daily. Retrieved 14 July 2009.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- দৰকাৰী ৱেবছাইট
- China at a Glance from People's Daily
- BBC News – China Profile
- China entry at The World Factbook
- China, People's Republic of from UCB Libraries GovPubs
- চীন বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
- China's Encyclopædia Britannica entry
- "Rethinking 'Capitalist Restoration' in China" Archived 2011-03-17 at the Wayback Machine by Yiching Wu
- Key Development Forecasts for China from International Futures
- "China on the Rise". PBS Online NewsHour. October 2005.
- ChinaToday.com
- চৰকাৰ
- The Central People's Government of People's Republic of China ইংৰাজী
- China Internet Information Center ইংৰাজী—Authorized government portal site to China
- অধ্যয়ন
- "Assertive Pragmatism: China's Economic Rise and Its Impact on Chinese Foreign Policy" Archived 2013-07-25 at the Wayback Machine. Minxin Pei (2006). IFRI Proliferation Papers. No. 15.
- ভ্ৰমণ
- মানচিত্ৰ
- Google Maps—China
- Wikimedia Atlas of the People's Republic of China
অপেন ষ্ট্ৰীট মেপত চীন বিষয়ক ভৌগোলিক তথ্য আছে।
স্থানাংক: 35°N 103°E / 35°N 103°E
|
| |||
য়েল্ল ছী পূব চীন সাগৰ | ||||
| |||||||||||||||||||||
উদ্ধৃতি ত্ৰুটি: <ref> টেগ্সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্ পোৱা নগ'ল
