ধৃতৰাষ্ট্ৰ
ধৃতৰাষ্ট্ৰ | |
---|---|
তথ্য | |
পৰিয়াল | ব্যাস (পিতৃ) অম্বিকা (মাতৃ) পাণ্ডু (ভাতৃ) বিদূৰ (ভাতৃ) |
দাম্পত্যসঙ্গী | গান্ধাৰী |
সন্তান | দুৰ্যোধন, দুঃশাসন, বিকৰ্ণ আৰু ৯৭জন আন পুত্ৰ আৰু দুঃশলা (জীয়ৰী) |
মহাভাৰতত ধৃতৰাষ্ট্ৰ (ইংৰাজী: धृतराष्ट्र, dhṛtarāshtra; lit. "a good king"[1]) হ'ল হস্তিনাপুৰৰ ৰজা তথা দুৰ্যোধনৰ পিতৃ। গান্ধাৰৰ ৰাজকুমাৰী গান্ধাৰী হ'ল তেখেতৰ পত্নী। তেওঁ জন্মান্ধ আছিল আৰু এশ এটা সন্তানৰ (এজনী জীয়ৰী) পিতৃ আছিল।
চিত্ৰবিথিকা[সম্পাদনা কৰক]
-
The blind king Dhrtarastra listens as the visionary narrator Sanjaya relates the events of the battle between the Kaurava and the Pandava clans
-
Draupadi disrobed in Dhritarashtra's assembly. Dhritarashtra seated in the centre.
-
Dhrutarastra Lament
-
The blind Dhritarashtra attacks the statue of Bhima
-
Kunti leading Dhritarashtra and Gandhari as she goes to the forest in exile
-
Sage Sanatsujata teaches Atma vidya to King Dhṛtarāṣṭra
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ Apte, Vaman Shivaram (1957). "धृतराष्ट्र". A practical Sianskrit-English Dictionary. প্ৰকাশক Poona: Prasad Prakashan. http://dsalsrv02.uchicago.edu/cgi-bin/philologic/getobject.pl?c.3:1:1060.apte.