দুৰ্যোধন
অৱয়ব
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| দুৰ্যোধন | |
|---|---|
| দাম্পত্যসঙ্গী | ভানুমতী আৰু ময়ুৰী |
| পিতৃ-মাতৃ | |
| সন্তান | লক্ষ্মণ কুমাৰ, লক্ষ্মণা |
দুৰ্যোধন (সংস্কৃত: दुर्योधन) মহাভাৰতৰ এটি চৰিত্ৰ। কৌৰৱৰ এশ ভাইৰ ভিতৰত জ্যেষ্ঠ। তেওঁ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ পুত্ৰ।
জন্ম-বৃত্তান্ত
[সম্পাদনা কৰক]মহাভাৰতৰ মতে গান্ধাৰীয়ে কুন্তিৰ আগতে সন্তান জন্ম হোৱাৰ দুখতে তেওঁৰ সন্তান ৰজা নহ'ব বুলি দুখতে গৰ্ভ নষ্ট কৰাৰ চেষ্টা কৰে, কিন্তু ব্যাসদেৱে আহি গৰ্ভধাৰণ কৰা মাংসপিণ্ড এশটা ঘিঁউৰ পাত্ৰত ৰাখি দিয়ে য'ৰ পৰা এশ সন্তানৰ জন্ম হয়, যাৰ জেষ্ঠ্যজনেই দুৰ্যোধন।
মৃত্যু
[সম্পাদনা কৰক]মহাভাৰতৰ কুৰুক্ষেত্ৰ ৰণত তেওঁৰ ভীমৰ হাতত নিহত হৈছিল।
