ভূমন্যু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভূমন্যু
সম্ৰাট

পূৰ্বসূৰী সম্ৰাট ভৰত
উত্তৰসূৰী সুহোত্ৰ
দাম্পত্য সঙ্গী পুস্কৰ্ণী
সন্তান
Suhotra, Suhotri, Suhavih, Sujeya, Diviratha and Kichika
মাতৃ সুনন্দা
পিতৃ হস্তিনাপুৰৰ সম্ৰাট ভৰত[উদ্ধৃতিৰ প্ৰয়োজন]

ভূমন্যু (ইংৰাজী: Bhúmanyu) মানে হ’ল সম্ৰাট।[1] ভূমন্যু আছিল ভাৰতৰ প্ৰথম সম্ৰাট ভৰতৰ উত্তৰসূৰি।[2] ভূমন্যুক পৰৱৰ্তী সময়ত ভাৰতৰ সম্ৰাট কৰা হৈছিল আৰু তেওঁৰ বংশটো মহাভাৰতৰ গল্পৰ লগত জড়িত।[3]

মহাভাৰতত ভূমন্যু[সম্পাদনা কৰক]

প্ৰথম ভাৰতীয় বংশীয় সম্ৰাট ভৰতৰ ভূমন্যু নামে এটি পুত্ৰ আছিল। তেওঁ ভিটাথা (Vitatha) নামে পৰিচিত। মহাভাৰতৰ আদি পৰ্বত ভূমন্যুৰ জন্ম সম্পৰ্কে দুটা ভিন্ন কাহিনী কোৱা হৈছে। প্ৰথম কাহিনী কৈছে যে, ভৰত কাশী ৰাজ্যৰ ৰজা সৰ্বসেনৰ কন্যা সুনন্দক বিবাহ কৰাইছিল আৰু তেওঁৰ পুত্ৰৰ নাম আছিল ভূমন্যু। দ্বিতীয় কাহিনী অনুসৰি, ভূমন্যু ঋষি ভৰদ্বাজ ভৰতৰ বাবে কৰা যজ্ঞৰ পৰা জন্মগ্ৰহণ কৰিছিল।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Bhúmanyu ka matlab". https://zealthy.in/baby-names/meaning-of-bhumanyu। আহৰণ কৰা হৈছে: 13 August 2020. 
  2. Ganguli, Kisari Mohan (March 26, 2005). "Sambhava Parva" (English ভাষাত). The Mahabharata of Krishna-Dwaipayana. Project Gutenberg Ebook#15474. পৃষ্ঠা. 133. 
  3. Ganguli, Kisari Mohan. "The Mahabharata of Krishna-Dwaipayana". VyasaInternet Sacred Text Archive. http://www.sacred-texts.com/hin/m01/m01095.htm. 
  4. Bhúmanyu.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]