সমললৈ যাওক

সুদেষ্ণা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুদেষ্ণা

সিংহাসনত বহি থকা সুদেষ্ণা (বাঁওফালে), দ্ৰৌপদী আৰু অন্যান্য মহিলাই তেওঁক সম্ভাষণ জনাইছে
তথ্য
দাম্পত্যসঙ্গী বিৰাট
সন্তান উত্তৰ কুমাৰ, উত্তৰা, Shveta, আৰু Shankha

সুদেষ্ণা বা কৈকেয়ী (ইংৰাজী: Sudeshna) হৈছে মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা মৎসদেশৰ ৰজা বিৰাটৰ পত্নী তথা অভিমন্যুৰ পত্নী উত্তৰাৰ মাতৃ আছিল সুদেষ্ণা। তেওঁ উত্তৰ কুমাৰৰ মাতৃ আৰু কীচকৰ ভনীয়েক আছিল। তেওঁ কেকয় ৰজাৰ কন্যা আছিল কাৰণে তেওঁক কৈকেয়ী বুলিও জনা যায়।[1][2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ড॰ সত্যেন্দ্ৰনাথ শৰ্মা. মহাভাৰতৰ চৰিত্ৰাৱলী. বীণা লাইব্ৰেৰী (প্ৰথম তাঙৰণ : জুলাই ১৯৯৬). পৃষ্ঠা. ২৭৫-২৭৬. https://archive.org/details/in.ernet.dli.2015.451375/page/n1/mode/2up আহৰণ কৰা হৈছে: ১ জুন ২০২০.
  2. প্ৰদীপ শইকীয়া. কথা মহাভাৰত. পৃষ্ঠা. ১৭৪-১৯৮.