ভীম
অৱয়ব
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| ভীম | |
|---|---|
ভীম | |
| তথ্য | |
| পৰিয়াল | পাণ্ডু (পিতৃ) কুন্তী (মাতৃ) |
| দাম্পত্যসঙ্গী | দ্ৰৌপদী, হিড়িম্বী আৰু ভলান্ধৰা |
| সন্তান | ঘটোৎকচ, Sutasoma |
ভীম (সংস্কৃত: भीम) মহাভাৰতৰ এটি চৰিত্ৰ। ভীম পাণ্ডু পাঁচজন পুত্ৰৰ ভিতৰত (যাক পাণ্ডৱ বুলি জনা যায়) দ্বিতীয় পুত্ৰ। ভীম এজন বীৰ যোদ্ধা। গদাধৰ হিচাপে তেওঁৰ খ্যাতি আছে।
পিতৃ-মাতৃ
[সম্পাদনা কৰক]পাণ্ডু আৰু কুন্তী ভীমৰ পিতৃ মাতৃ।
অন্য নাম
[সম্পাদনা কৰক]ভীম শব্দৰ সংস্কৃত অৰ্থ হৈছে ভয়ংকৰ। তেওঁৰ প্ৰকাণ্ড শৰীৰৰ বাবে তেওঁৰ এই নাম আছিল। তেওঁৰ অন্যান্য নামসমূহ হ’ল- ভীমসেন, বৃকোদৰ, গদাধৰ, জৰাসন্ধজিত, হিৰিম্বাভিদ, কীচকজিত, জিহ্মায়াধীন, বল্লভ।
