চুহিত্পংফা
অৱয়ব
(চ্যু-হ্যিত-পং-ফাৰ পৰা পুনঃনিৰ্দেশিত)
চাওফা চুহিত্পংফা | |
---|---|
চাওফা
| |
ৰাজত্ব | ১৭৮০-১৭৯৫ |
অভিষেক | ১৭৮০ |
উত্তৰাধিকাৰী | চুক্লিংফা |
সম্পূৰ্ণ নাম | |
চাওফা চুহিত্পংফা | |
ধৰ্ম | হিন্দু ধৰ্ম |
|
চুহিত্পংফা, চ্যু-হ্যিত-পং-ফা (১৭৮০–১৭৯৫) বা গৌৰীনাথ সিংহ আহোম সাম্ৰাজ্যৰ এজন ৰজা আছিল। মোৱামৰীয়া বিদ্ৰোহত ৰাজধানী ৰংপুৰ হেৰুৱাই তেওঁ নগাঁও আৰু গুৱাহাটীত বাহৰ পাতে। কেপ্তেইন ৱেলছে আহি বিদ্ৰোহীসকলক দমন কৰাৰ পিছত তেওঁ যোৰহাটত ৰাজধানী পাতে।
শাসনকাল
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- Gogoi, Padmeshwar (1968), The Tai and the Tai Kingdoms, প্ৰকাশক Guwahati: Gauhati University