বিচিত্ৰবীৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বিচিত্ৰবীৰ্য্যৰ পৰা পুনঃনিৰ্দেশিত)
বিচিত্ৰবীৰ্য
মহাভাৰতৰ চৰিত্ৰ
তথ্য
পৰিয়াল শান্তনু (পিতৃ) সত্যৱতী (মাতৃ) চিত্ৰাঙ্গদ (ভাতৃ) ভীষ্ম (ভাতৃ)
দাম্পত্যসঙ্গী অম্বিকা আৰু অম্বালিকা

কুৰুৰাজ শান্তনুৰ পত্নী সত্যৱতীৰ গৰ্ভত বিচিত্ৰবীৰ্য (সংস্কৃত: विचित्रवीर्य, ইংৰাজী: Vichitravirya)-ৰ জন্ম হয়। তেওঁৰ ভাতৃ আছিল চিত্ৰাঙ্গদ

ৰাজসিংহাসন[সম্পাদনা কৰক]

কনিষ্ঠপুত্ৰ বিচিত্ৰবীৰ্য যৌৱনকাল নৌপাওঁতেই কুৰুৰাজ শান্তনুৰ মৃত্যু হয়। ভীষ্ম ৰাজসিংহাসন গ্ৰহণ নকৰোঁ বুলি ভীষ্ম প্ৰতিজ্ঞা কৰিছিল বাবে তেওঁ ৰাজসিংহাসনত নবহে। সেয়ে তেওঁ মাতৃ সত্যৱতীৰ অনুমতি লৈ চিত্ৰাঙ্গদক কুৰুবংশৰ ৰাজসিংহাসনত বহুৱায়।

চিত্ৰাঙ্গদ আছিল এজন বীৰ যোদ্ধা। তেওঁ বহুতো শক্তিশালী বীৰ শত্ৰু তথা অসুৰবোৰক মাৰিছিল।

এদিন গন্ধৰ্বৰাজে চিত্ৰাঙ্গদক তেওঁৰ সৈতে দ্বন্দ্বযুদ্ধৰ কাৰণে আহ্বান কৰে। কুৰুক্ষেত্ৰৰ হিৰণ্যৱতী নদীৰ পাৰত দুই যোদ্ধা গন্ধৰ্বৰাজৰ আৰু চিত্ৰাঙ্গদৰ মাজত প্ৰচণ্ড যুদ্ধ হয়। তিনিবছৰ অব্যাহত থকাৰ পিছত, অৱশেষত চিত্ৰাঙ্গদৰ মৃত্যু হয় আৰু সেই দ্বন্দ্ব যুদ্ধত গন্ধৰ্বৰাজ বিজয়ী হয়।[1] চিত্ৰাঙ্গদৰ মৃত্যুৰ পিছত গংগাপুত্ৰ ভীষ্মই বিচিত্ৰবীৰ্যক ৰাজসিংহাসনত বহুৱায়।[2]

বংশধৰ[সম্পাদনা কৰক]

বিচিত্ৰবীৰ্যৰ পিতৃ-মাতৃ আছিল কুৰুৰাজ শান্তনু আৰু সত্যৱতী বা মৎস্যগন্ধা। তেওঁ আছিল চিত্ৰাঙ্গদৰ সৰু ভাই। ভাতৃ ভীষ্ম আছিল তেওঁৰ মাহীমাক গংগাৰ পুত্ৰ। মাতৃ সত্যৱতীৰ আৰু পৰাশৰ মুনিৰ পুত্ৰ আছিল বেদব্যাস। পৰাশৰৰ পুত্ৰ ব্যাসৰ মাতৃ সত্যৱতীৰ পিছত হস্তিনাপুৰৰ ৰজা শান্তনুৰ লগত বিবাহ হয় আৰু তেওঁৰ চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য নামেৰে দুই পুত্ৰ জন্ম হয়। শান্তনুৰ দুই পুত্ৰৰ অকাল মৃত্যুৰ পিছত বিচিত্ৰবীৰ্যৰ দুই বিধবা ৰাণী অম্বিকা আৰু অম্বালিকাৰ গৰ্ভত মাতৃৰ আজ্ঞাত নিয়োগ প্ৰথামতে পুত্ৰ উৎপাদন কৰি ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ জন্ম দিয়ে সত্যৱতী আৰু পৰাশৰ পুত্ৰ ব্যাসে।

বংশলতা[সম্পাদনা কৰক]

কুৰু
 
 
 
 
গংগা
 
শান্তনু
 
সত্যৱতী
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
পৰাশৰ
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
ভীষ্মচিত্ৰাঙ্গদঅম্বিকা
 
বিচিত্ৰবীৰ্য
 
অম্বালিকাব্যাস
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
ধৃতৰাষ্ট্ৰ
 
গান্ধাৰীশকুনি
 
কুন্তী
 
পাণ্ডু
 
মাদ্ৰী
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
কৰ্ণযুধিষ্ঠিৰভীমঅৰ্জুন
 
সুভদ্ৰানকুলসহদেৱ
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
দুৰ্যোধনদুঃশলাদুঃশাসন(অন্য ৯৮ জন পুত্ৰ)
 
 
 
 
 
 
অভিমন্যু
 
উত্তৰা
 
 
 
 
পৰীক্ষিত
 
মাদ্ৰৱতী
 
 
 
 
জন্মেজয়

সাংকেতিক চিহ্ন

  • পুৰুষ: নীলা পৰিধি
  • মহিলা: ৰঙা পৰিধি
  • পাণ্ডৱ: সেউজীয়া বাকছ
  • কৌৰৱ: হালধীয়া বাকছ


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Bhanu, Sharada (1997). Myths and Legends from India - Great Women. প্ৰকাশক Chennai: Macmillan India Limited. পৃষ্ঠা. 6. ISBN 0-333-93076-2. 
  2. van Buitenen (1973), p. 227; Mbhr. 1.95.5-14 (Pune Critical Edition)