গুজৰাটী ভাষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
1 নং শাৰী: 1 নং শাৰী:
{{Infobox language
{{তথ্যছক-ভাষা
|name=গুজৰাটী
|name=গুজৰাটী
|nativename=ગુજરાતી <br /> ''গুজৰাতী''
|nativename=ગુજરાતી <br /> ''গুজৰাতী''
14 নং শাৰী: 14 নং শাৰী:
|iso1=gu|iso2=guj|iso3=guj
|iso1=gu|iso2=guj|iso3=guj
|notice=}}
|notice=}}
'''গুজৰাটী ভাষা''' (গুজৰাটী ভাষাত: ગુજરાતી ''গুজৰাতী'') ইণ্ডো-আৰ্য ভাষা । ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো [[ভাৰত|ভাৰতৰ]] [[গুজৰাট]] ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত।
'''গুজৰাটী ভাষা''' {{En|Gujarati language|গুজৰাটী ভাষাত: ગુજરાતી ''গুজৰাতী''}} ইণ্ডো-আৰ্য ভাষা । ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো [[ভাৰত|ভাৰতৰ]] [[গুজৰাট]] ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত।


গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে। মাতৃভাষীৰ সংখ্যাৰ হিচাপত বিশ্বত ইয়াৰ স্থান ২৬তম।
গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে। মাতৃভাষীৰ সংখ্যাৰ হিচাপত বিশ্বত ইয়াৰ স্থান ২৬তম।


{{ভাৰতৰ ভাষাসমূহ}}
{{ভাৰতৰ ভাষাসমূহ}}
{{পৃথিৱীৰ প্ৰধান ভাষা}}
{{পৃথিৱীৰ প্ৰধান ভাষাসমূহ}}


[[বিষয়শ্ৰেণী:ভাষা]]
[[শ্ৰেণী:ভাষা]]

19:49, 16 February 2017ৰ সংস্কৰণ

গুজৰাটী
ગુજરાતી
গুজৰাতী
অঞ্চল ভাৰত, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, তানজানিয়া, কেনিয়া, পাকিস্তান, মাৰ্কিন যুক্তৰাষ্ট্র, যুক্তৰাজ্য, অষ্ট্ৰেলিয়া, ফিজি, কানাডা
স্থানীয় ভাষিক
৪ কোটি ৬০ লাখ
ভাষা পৰিয়াল
লিখন প্ৰণালী গুজৰাটী লিপি
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
গুজৰাট (ভাৰত)
ভাষা সংকেত
ISO 639-1 gu
ISO 639-2 guj
ISO 639-3 guj

গুজৰাটী ভাষা (ইংৰাজী: Gujarati language; গুজৰাটী ভাষাত: ગુજરાતી গুজৰাতী) ইণ্ডো-আৰ্য ভাষা । ই বৃহত্তৰ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ অন্তৰ্ভুক্ত। ভাষাটো ভাৰতৰ গুজৰাট ৰাজ্যত বহুল প্ৰচলিত। গুজৰাটৰ বাহিৰেও দমন আৰু দিউ আৰু দাদৰা আৰু নাগৰ হাভেলি অঞ্চলত এই ভাষা প্ৰচলিত।

গুজৰাটী ভাষাত গোটেই বিশ্বত প্ৰায় ৪ কোটি ৬০ লাখ মানুহে কথা পাতে। মাতৃভাষীৰ সংখ্যাৰ হিচাপত বিশ্বত ইয়াৰ স্থান ২৬তম।