শ্ৰেণী:সাহিত্য
অৱয়ব
ৱিকিমিডিয়া কমন্সত সাহিত্য সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে সাহিত্য। ‘সম’ আৰু ‘হিত’– এই দুয়োটা শব্দৰ পৰাই সাহিত্য শব্দটোৰ সৃষ্টি হৈছে। সাহিত্যৰ লগত ভাষাৰ সম্পৰ্ক ওতঃপ্ৰত, দুয়ো দুয়োৰে পৰিপুৰক। সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ। সমাজত বৰ্তি থকা আবেগ-অনুভূতি, বিদ্ৰোহ-আকাংক্ষা, মৰম-অত্যাচাৰ আদি বিভিন্ন দিশক সাহিত্যৰ যোগেদি প্ৰতিফলিত কৰা হয়। সামাজিক জনজীৱনৰ প্ৰতিটো দশকে ভাষাৰ সহায়ত সাহিত্যৰ যোগেদি প্ৰকাশ কৰিব পাৰি। সাহিত্য অবিহনে এটা ভাষা বা জাতি জীয়াই থাকিব নোৱাৰে। সাহিত্য চৰ্চাই ভাষা বা জাতিক উন্নতিৰ পথত আগুৱাই নিয়াত প্ৰত্যক্ষভাৱে সহায় কৰে।
উপশ্ৰেণীসমূহ
এই শ্ৰেণীত নিম্নলিখিত উপশ্ৰেণীসমূহ আছে। মুঠ 23টা উপশ্ৰেণীৰ ভিতৰত এই শ্ৰেণীত নিম্নলিখিত 23 টা উপশ্ৰেণী আছে।
অ
আ
ই
- ইংৰাজী ভাষাৰ উপন্যাস (1টা পৃষ্ঠা)
উ
ক
- কমিক্চ (3টা পৃষ্ঠা)
গ
ড
- ডি এছ চি পুৰস্কাৰ বিজয়ী গ্ৰন্থ (1টা পৃষ্ঠা)
ন
প
- প্ৰাচীন ভাৰতীয় সাহিত্য (5টা পৃষ্ঠা)
ব
ভ
ম
- মন্ত্ৰ সাহিত্য (1টা পৃষ্ঠা)
ল
স
- সাহিত্য অকাডেমি বঁটা বিজয়ী গ্ৰন্থ (1টা পৃষ্ঠা)
ৰ
- ৰমন্যাসবাদ (1টা পৃষ্ঠা)
"সাহিত্য" সম্পৰ্কে লিখা প্ৰবন্ধসমূহ
মুঠ 76 টাৰ ভিতৰত এই শ্ৰেণীটোত তলৰ 76 টা পৃষ্ঠা আছে।