সমললৈ যাওক

ভোজপুৰী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভোজপুৰী
भोजपुरी
থলুৱা অঞ্চল ভাৰত and নেপাল
ভাষা পৰিয়াল
Default
  • ভোজপুৰী
ভাষা সংকেত
ISO 639-3

ভোজপুৰী ভাষা (দেৱনাগৰী লিপি: भोजपुरी भाषा এই শব্দটোৰ বিষয়ে listen (কৈথী লিপি: 𑂦𑂷𑂔𑂣𑂳𑂩𑂲 𑂦𑂰𑂭𑂰) হ'ল ইণ্ডো-আৰ্য্য ভাষা পৰিবাৰৰ পূৰ্বাঞ্চলীয় ভাষা। ভোজপুৰী সাধাৰণতে বিহাৰৰ পশ্চিমাংশ আৰু উত্তৰ প্ৰদেশৰ পূৰ্বাংশত প্ৰচলিত। তাৰোপৰি মধ্য প্ৰদেশ, ঝাড়খণ্ড আৰু নেপালৰ কিছু অংশতো ভোজপুৰী ভাষাভাষীৰ মানুহে বাস কৰে। বৰ্তমান ভোজপুৰী ভাষা বিহাৰৰ দুটা ৰাজ্য ভাষাৰ অন্যতম এটা। ভোজপুৰী ভাষাৰূপৰ উৎপত্তি কিছুমানে ধাৰণা কৰে যে পোনপটিয়াকৈ সংস্কৃত ভাষাৰ পৰা আকৌ কিছুমানৰ মতে বাংলাৰ জননী মৈথিলী ভাষাৰ পৰা।

Bhojpuri story written in Kaithi script by Babu Rama Smaran Lal in 1898

তথ্যসূত্ৰ

[সম্পাদনা কৰক]