সমললৈ যাওক

১৯৫৭ৰ অসম বিধানসভা নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অসম বিধানসভা নিৰ্বাচন, ১৯৫৭ৰ পৰা পুনঃনিৰ্দেশিত)
অসম বিধানসভা নিৰ্বাচন, ১৯৫৭
ভাৰত
১৯৫১ 
২৫-২-১৯৫৭
 ১৯৬২

 


দল কংগ্ৰেছ

নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

বিষ্ণু ৰাম মেধি
কংগ্ৰেছ

মুখ্যমন্ত্ৰী


বিমলা প্ৰসাদ চলিহা
কংগ্ৰেছ

অসম বিধানসভা নিৰ্বাচন, ১৯৫৭ স্বাধীনোত্তৰ অসমৰ ২য় বিধানসভা নিৰ্বাচন। ২৫-২-১৯৫৭ তাৰিখে অসম বিধানসভাৰ ৯৪টা সমষ্টিৰ আটাইকেইটাতে মুঠ ১০৮জন বিধায়ক বাচনি কৰিবলৈ এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই ৯৪টা বিধানসভা সমষ্টিৰ ১৪টা আছিল দুজনীয়া সদস্যৰ সমষ্টি আৰু আনকেইটা আছিল এজনীয়া সদস্যৰ। ৫২.৩৫% ভোট অংশীদাৰিত্বৰে এই নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৭১জন সদস্য জয়ী হৈ আহি বিষ্ণু ৰাম মেধিৰ নেতৃত্বত চৰকাৰ গঠন কৰে। ১৯৫৭চনৰ ২৭ ডিচেম্বৰত মেধিয়ে মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ কৰে আৰু তেওঁৰ স্থলাভিষিক্ত হয় বিমলা প্ৰসাদ চলিহাই। ১২.৭৪% ভোট অংশীদাৰিত্বৰে ২য় স্থানত থাকে প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি। অৱশ্যে ভোটৰ শতাংশৰ দিশৰ পৰা ২য় স্থানত নিৰ্দলীয় সদস্যসকলহে আছিল। ১৯৫৭ চনৰ বিধানসভা নিৰ্বাচনত মাত্ৰ ৩টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত দলেহে অংশগ্ৰহণ কৰিছিল।[1]

অংশগ্ৰহণকাৰী ৰাজনৈতিক দল[1]

[সম্পাদনা কৰক]
ক্ৰমিক নংদলৰ নামলাভ কৰা আসনলাভ কৰা ভোটৰ শতাংশ
ভাৰতৰ কমিউনিষ্ট পাৰ্টি৮.১০%
ভাৰতীয় জাতীয় কংগ্ৰেছ৭১৫২.৩৫%
প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি১২.৭৪%
নিৰ্দলীয়২৫২৬.৮১%

বিজয়ী প্ৰাৰ্থীসকল[1]

[সম্পাদনা কৰক]
সমষ্টি নংবিধানসভাৰ সমষ্টিবিজয়ী সদস্যদলৰ নাম
লুংলেই (জনজাতি)চি. থুমলুয়ানিৰ্দলীয়
আইজল পূব (জনজাতি)লালমাওৱানিৰ্দলীয়
আইজল পশ্চিম (জনজাতি)থাংলুৰানিৰ্দলীয়
পাথাৰকান্দি (অনুসূচীত জাতি)বিশ্বনাথ উপাধ্যায়
গোপেশ নমঃশুদ্ৰ
নিৰ্দলীয়
ভাৰতৰ কমিউনিষ্ট পাৰ্টি
কৰিমগঞ্জ দক্ষিণআব্দুল হামিদ চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
কৰিমগঞ্জ উত্তৰৰণেন্দ্ৰ মোহন দাসপ্ৰজা ছোচিয়েলিষ্ট পাৰ্টি
বদৰপুৰমৌলৱী মঃ আব্দুল জলিল চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
হাইলাকান্দিআব্দুল মতলিব মজুমদাৰভাৰতীয় জাতীয় কংগ্ৰেছ
কাটলিচেৰাগৌৰী শংকৰ ৰয়ভাৰতীয় জাতীয় কংগ্ৰেছ
১০শিলচৰ পশ্চিমজ্যোংস্না চন্দভাৰতীয় জাতীয় কংগ্ৰেছ
১১শিলচৰ পূবময়নুল হক চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১২কাটিগড়াহেমচন্দ্ৰ চক্ৰৱৰ্তীভাৰতীয় জাতীয় কংগ্ৰেছ
১৩উদৰবন্দতজমুল আলি বৰলস্কৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৪লক্ষীপুৰৰাম প্ৰসাদ চৌবেভাৰতীয় জাতীয় কংগ্ৰেছ
১৫সোণাইনন্দ কিশোৰ সিনহাভাৰতীয় জাতীয় কংগ্ৰেছ
১৬মোককচাং (জনজাতি)চুবাতেমচু আই আওনিৰ্দলীয়
১৭নগাপাহাৰ মধ্য (জনজাতি)খেলহ’চ চেমানিৰ্দলীয়
১৮কহিমা (জনজাতি)চাতচুও আংগামীনিৰ্দলীয়
১৯মিকিৰপাহাৰ পূব (জনজাতি)চাইচাই টেৰাংনিৰ্দলীয়
২০মিকিৰপাহাৰ পশ্চিম (জনজাতি)চত্ৰসিং টেৰনভাৰতীয় জাতীয় কংগ্ৰেছ
২১উত্তৰ কাছাৰ পাহাৰ (জনজাতি)মোহন হেমধাননিৰ্দলীয়
২২জোৱাই (জনজাতি)লাৰসিং খাইৰিয়েমনিৰ্দলীয়
২৩নংপো (জনজাতি)জোৰমানিক চিয়েমনিৰ্দলীয়
২৪শ্বিলংব্ৰজমোহন ৰয়নিৰ্দলীয়
২৫নংষ্টইন (জনজাতি)হেনৰী কটননিৰ্দলীয়
২৬চেৰাপুঞ্জি (জনজাতি)জে জে এম নিকলচ্ ৰয়নিৰ্দলীয়
২৭বাঘমাৰা (জনজাতি)এনাৰচন মমিননিৰ্দলীয়
২৮তুৰা (জনজাতি)মোডী কে নাৰকনিৰ্দলীয়
২৯ফুলবাৰী (জনজাতি)ৱিলিয়ামচন এ চাংমানিৰ্দলীয়
৩০দাইনাডুবি (জনজাতি)হেৰীচন মমিননিৰ্দলীয়
৩১মানকাচৰকোবাদ হুছেইন আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
৩২দক্ষিণ শালমাৰামহম্মদ চাহাদত আলিনিৰ্দলীয়
৩৩গোৱালাপৰা (জনজাতি)হাকিম চন্দ্ৰ ৰাভা
খগেন্দ্ৰনাথ নাথ
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৪উত্তৰ শালমাৰা (অনুসূচীত জাতি)হৰেশ্বৰ দাস
ডাঃ ঘনশ্যাম দাস
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৫কোকৰাঝাৰ (জনজাতি)ৰূপনাথ ব্ৰহ্ম
স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৬গোসাইগাঁওমিথিয়াচ টুডুনিৰ্দলীয়
৩৭গোলোকগঞ্জভুৱন চন্দ্ৰ প্ৰধানীভাৰতীয় জাতীয় কংগ্ৰেছ
৩৮ধুবুৰীতমিজুদ্দিন প্ৰধানীভাৰতীয় জাতীয় কংগ্ৰেছ
৩৯গৌৰীপুৰপ্ৰকৃতিশ বৰুৱানিৰ্দলীয়
৪০বিলাসীপাৰাজাহানুদ্দিন আহমেদপ্ৰজা ছোচিয়েলিষ্ট পাৰ্টি
৪১তাৰাবাৰীতাজুদ্দিন আহমেদপ্ৰজা ছোচিয়েলিষ্ট পাৰ্টি
৪২জনীয়াফকৰুদ্দিন আলি আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
৪৩সৰভোগঘনশ্যাম তালুকদাৰনিৰ্দলীয়
৪৪বৰপেটা (অনুসূচীত জাতি)শ্ৰীহৰি দাস
মহাদেৱ দাস
নিৰ্দলীয়
ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৫পাটাচাৰকুছিবীৰেন্দ্ৰ কুমাৰ দাস
সুৰেন্দ্ৰ নাথ দাস
প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি
ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৬ৰঙিয়া (জনজাতি)সিদ্ধিনাথ শৰ্মা
বৈকুণ্ঠনাথ দাস
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৭কমলপুৰ (জনজাতি)শৰৎ চন্দ্ৰ গোস্বামীভাৰতীয় জাতীয় কংগ্ৰেছ
৪৮গুৱাহাটীগৌৰী শংকৰ ভট্টাচাৰ্যভাৰতৰ কমিউনিষ্ট পাৰ্টি
৪৯পলাশবাৰীৰাধিকাৰাম দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৫০বকোৰাধা চৰণ চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
৫১ৰামপুৰহৰেশ্বৰ গোস্বামীপ্ৰজা ছোচিয়েলিষ্ট পাৰ্টি
৫২হাজোবিষ্ণু ৰাম মেধিভাৰতীয় জাতীয় কংগ্ৰেছ
৫৩নলবাৰী পশ্চিমতৰুণ সেন ডেকাভাৰতৰ কমিউনিষ্ট পাৰ্টি
৫৪নলবাৰী পূবপ্ৰভাত নাৰায়ণ চৌধুৰীপ্ৰজা ছোচিয়েলিষ্ট পাৰ্টি
৫৫মঙলদৈদণ্ডীৰাম দত্তভাৰতীয় জাতীয় কংগ্ৰেছ
৫৬পানেৰী (জনজাতি)হীৰালাল পাটোৱাৰী
পখীৰাজ ডেকা
নিৰ্দলীয়
নিৰ্দলীয়
৫৭দলগাওঁমহম্মদ মতলেবুদ্দিননিৰ্দলীয়
৫৮ঢেকিয়াজুলিঅমিয় কুমাৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৫৯বৰচলামহি কান্ত দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৬০বালিপাৰাবিশ্বদেৱ শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ
৬১তেজপুৰকমলা প্ৰসাদ আগৰৱালাভাৰতীয় জাতীয় কংগ্ৰেছ
৬২বিশ্বনাথকামাখ্যা প্ৰসাদ ত্ৰিপাঠীভাৰতীয় জাতীয় কংগ্ৰেছ
৬৩গহপুৰবিষ্ণুলাল উপাধ্যায়ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৪লাহৰিঘাট (জনজাতি)ধীৰসিং দেউৰী
মতিৰাম বৰা
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৫ধিংনুৰুল ইচলামভাৰতীয় জাতীয় কংগ্ৰেছ
৬৬ৰূপহীহাটমৌলৱী মহম্মদ ইদ্ৰিছভাৰতীয় জাতীয় কংগ্ৰেছ
৬৭কলিয়াবৰলীলাকান্ত বৰাভাৰতীয় জাতীয় কংগ্ৰেছ
৬৮চামগুৰিউষা বৰঠাকুৰভাৰতীয় জাতীয় কংগ্ৰেছ
৬৯নগাঁও (অনুসূচীত জাতি)দেৱকান্ত বৰুৱা
মহেন্দ্ৰ নাথ হাজৰিকা
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৭০যমুনামুখমৌলৱী ৰহিমুদ্দিন আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
৭১লামদিংৰামনাথ শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ
৭২মৰঙিদণ্ডেশ্বৰ হাজৰিকাভাৰতীয় জাতীয় কংগ্ৰেছ
৭৩গোলাঘাটৰাজেন্দ্ৰ নাথ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৭৪দেৰগাঁও (অনুসূচীত জাতি)ৰামনাথ দাস
নৰেন্দ্ৰ নাথ শৰ্মা
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৫তিতাবৰসৰ্বেশ্বৰ বৰদলৈভাৰতীয় জাতীয় কংগ্ৰেছ
৭৬টিয়কহৰিনাৰায়ণ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৭৭আমগুৰিখগেন্দ্ৰনাথ বৰবৰুৱানিৰ্দলীয়
৭৮নাজিৰাটংকেশ্বৰ চেতিয়াভাৰতীয় জাতীয় কংগ্ৰেছ
৭৯সোণাৰিপূৰ্ণানন্দ চেতিয়াভাৰতীয় জাতীয় কংগ্ৰেছ
৮০থাওৰাদূৰ্গেশ্বৰ শইকীয়াভাৰতীয় জাতীয় কংগ্ৰেছ
৮১শিৱসাগৰগিৰিন্দ্ৰনাথ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
৮২যোৰহাট (জনজাতি)মহীধৰ পেগু
দেৱেশ্বৰ শৰ্মা
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৩কাটনিগাঁওকমল কুমাৰী বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৮৪উত্তৰ লক্ষীমপুৰ (জনজাতি)মহানন্দ বৰা
কৰ্ক চন্দ্ৰ দলে’
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৫মৰাণ (জনজাতি)ললিত চন্দ্ৰ দলে’
পদ্মকুমাৰী গোঁহাই
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৬ডিব্ৰুগড়নীলমণি বৰঠাকুৰভাৰতৰ কমিউনিষ্ট পাৰ্টি
৮৭লাহোৱাললিলী সেনগুপ্তাভাৰতীয় জাতীয় কংগ্ৰেছ
৮৮টেঙাখাটমাণিক চন্দ্ৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৮৯জয়পুৰযুগোকান্ত বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৯০বগদাংইন্দ্ৰেশ্বৰ খাউণ্ডভাৰতীয় জাতীয় কংগ্ৰেছ
৯১তিনিচুকীয়াৰাধা কিষাণ খেমকাভাৰতীয় জাতীয় কংগ্ৰেছ
৯২ডিগবৈদ্বিজেশ চন্দ্ৰ দেৱশৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ
৯৩ডুমডুমামলিয়া তাঁতীভাৰতীয় জাতীয় কংগ্ৰেছ
৯৪চৈখোৱাদেবেন্দ্ৰনাথ হাজৰিকাভাৰতীয় জাতীয় কংগ্ৰেছ

তথ্য উৎস

[সম্পাদনা কৰক]